Biswanath Junior Zubeen Garg :বিশ্বনাখৰ অসম-অৰুণাচল সীমান্তৱৰ্তী এজন নৱম শ্ৰেণীত অধ্যয়নৰত বিশেষ কিশোৰ

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা কোন এইজন সাইলাখ জুবিন গাৰ্গ

Zubeen gARG

Biswanath Junior Zubeen Garg :

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এজন বিশেষ কিশোৰ ৷ বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী বালিচাং নাহৰণি গাঁৱৰ নৱম শ্ৰেণীত অধ্যয়নৰত মাধৱ বৰা নামৰ এই কিশোৰজনে হুবহু হাৰ্টথ্ৰব জুবিন গাৰ্গক অনুকৰণ কৰি ইতিমধ্যে ভাইৰেল হৈ পৰিছে ৷

হাড়ে-হিমজুৱে জুবিন গাৰ্গক ভালপোৱা,দিথকে-সপোনে জুবিনক দেখা এইজন কিশোৰৰ আদব-কাষদা,চাল-চলন সকলো জুবিন গাৰ্গৰ দৰেই ৷

অতি দৰিদ্ৰ পৰিয়ালৰ পিছ পৰা অঞ্চলৰ মাধৱে আজিলৈকে জুবিনক লগ পোৱাৰ সুযোগ পোৱা নাই ৷ কিন্তু জুবিন গাৰ্গৰ প্ৰতিটো ডাইলগ দিব পাৰে অবিকল ৷

Exit mobile version