Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত

    RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট

    Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট

    Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

    Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল

    Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

King Charles III :সিংহাসনত ব্ৰিটেইনৰ ৪০ সংখ্যক ৰজা

শতিকাজোৰা ৰীতি-নীতি, আড়ম্বৰৰ অনুষ্ঠানত ৰাজমুকুট পৰিধান চাৰ্লছৰ, কহিনুৰ অবিহনেই ৰাণী কেমিলাৰ মুখত আনন্দৰ হাঁহি

publisher by publisher
May 7, 2023
in News, International
Reading Time: 3 mins read
0
King Charles III :সিংহাসনত ব্ৰিটেইনৰ ৪০ সংখ্যক ৰজা
2
SHARES
19
VIEWS
ShareShareShareShare

King Charles III :

মহা আড়ম্বৰেৰে ৰাজ্যাভিষেক ঘটিল তৃতীয় চাৰ্লছৰ। আজি লণ্ডনৰ ৱেবমিনষ্টাৰ এবীত দুঘণ্টীয়া এক অনুষ্ঠানত সম্পূর্ণ ৰীতি-নীতিৰে চাৰ্লছে ছেইণ্ট এডৱাৰ্ডৰ মুকুট পৰিধান কৰি ব্ৰিটেইনৰ ৰাজ সিংহাসনত অধিষ্ঠিত হয়। তেওঁৰ লগতে অভিষেক ঘটে ব্ৰিটেইনৰ নতুনৰাণী কেমিলাৰ।

ADVERTISEMENT

 অনুষ্ঠানত ১১২ বছৰীয়া পুৰণি মুকুট পৰিধান কৰিলেও ৰাণী কেমিলাৰ সেই মুকুটত নাছিল কহিনুৰ হীৰা। এই অনুষ্ঠানত বাইবেল পাঠ কৰাৰ লগতে আঁত ধৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকে। প্রথম হিন্দু প্রধানমন্ত্ৰীৰূপে ব্ৰিটেইনৰ ৰজাৰ ৰাজঅভিষেকত অংশ লৈ ছুনকে নতুন ইতিহাস গঢ়ে।

RelatedPosts

No Content Available

উল্লেখ্য যে যোৱা বছৰ বাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ পাছতে চাৰ্লছ ব্ৰিটেইনৰ ৰজা হোৱাটো নিশ্চিত হৈছিল। আজিৰে পৰা তেওঁ আনুষ্ঠানিকভাৱে ব্ৰিটেইনৰ লগতে আন ১৪খন কমনৱেল্‌ল্থ দেশৰ ৰজাৰূপে পৰিগণিত হ’ল। সুদীর্ঘ ৭০ বছৰৰ পাছত ব্ৰিটেইনত কোনো ৰজাই সিংহাসনত অধিষ্ঠিত হ’ল।

মন কৰিবলগীয়া যে চাৰ্লছৰ ৰাজ অভিষেকৰ লগে লগে ব্ৰিটেইনৰ জাতীয় সংগীততো সালসলনি ঘটিল। দ্বিতীয় এলিজাবেথৰ শাসনকালত গোৱা হৈছিল ‘গড ছেভ দ্য কুইন’; কিন্তু আজি চাৰ্লছৰ ৰাজ অভিষেকৰ সময়ত গোৱা হ’ল ‘গড ছেভ দ্য কিং’। সম্পূৰ্ণ পৰম্পৰাগত ৰাজ অভিষেকৰ সময়ত ৱেবমিনষ্টাৰ এবীত উপস্থিত অতিথি আৰু বাহিৰত সমবেত হোৱা নাগৰিকসকলে এই নতুন জাতীয় সংগীত গায়।

ইয়াৰ সমান্তৰালকৈ পৰম্পৰাগত অটুট ৰাখি টোপধ্বনি দিয়াৰ লগতে দেশৰ প্ৰতিটো গির্জাতে বেল বজোৱা হয়। আজি দিনৰ ১১ বজাৰ পূৰ্বেই চাৰ্লছ আৰু কেমিলা বাকিংহাম পেলেচৰ পৰা ৱেবমিনষ্টাৰ এবীত উপস্থিত হয় আৰু পাৰম্পৰিক ৰীতি-নীতিসমূহ পালন কৰে। এই ৰীতি-নীতিসমূহ পালনৰ পাছতে ব্ৰিটেইনৰ ৪০সংখ্যক ৰজা চাৰ্লছৰ হাতত তুলি দিয়া হয় ৰাজদণ্ড। ইয়াৰ পাছতে তেওঁ শপত গ্ৰহণ কৰে।

ৰাজ অভিষেকৰ অংশৰূপে চাৰ্লছ আৰু কেমিলাই প্রতীকী বিবাহো সম্পন্ন কৰে আৰু একেলগে কাম কৰি যোৱাৰ শপত লয়। উল্লেখ্য যে ৱেবমিনষ্টাৰ এবীতে ১০৬৬ত প্ৰথমবাৰলৈ ৰজা উইলিয়ামৰ ৰাজ অভিষেক হৈছিল। তেতিয়াৰ পৰাই ব্ৰিটেইনৰ ৰজা বা ৰাণীৰ উক্ত স্থানতে অভিষেক ঘটি আহিছে। বিভিন্ন ধর্মীয় নেতা তথা হিন্দু, ইছলাম, শিখ, বৌদ্ধ আৰু ইহুদী ধৰ্মৰ প্রতিনিধিয়েও আজিৰ ৰাজ অভিষেক অনুষ্ঠানত অংশগ্ৰহণ কৰে।

ইয়াৰ পাছতে ব্ৰিটেইনৰ বাকিংহাম পেলেচৰ হাতত লৈ ৰজা-ৰাণীয়ে এক শোভাযাত্রাতো অংশ লয়। প্রধানমন্ত্রী ছুনক আৰু তেওঁৰ পত্নী অক্ষতা মূর্তিয়েও এই শোভাযাত্ৰাত অংশ লয়। শোভাযাত্ৰাৰ পাছত ৰজা আৰু ৰাণীয়ে বাকিংহাম পেলেচলৈ উভতি যায়। উল্লেখ্য যে আজিৰে পৰা তিনি দিনীয়াকৈ এই ৰাজ্যাভিষেক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

৭৪ বছৰীয়া ৰজাৰ অভিষেক উপলক্ষে এই তিনিদিনত বিভিন্ন উৎসর পালন কৰা হ’ব। কাইলৈ সমগ্ৰ দেশতে অনুষ্ঠিত হ’ব ভোজসভা। সেইদৰে ১০, ডাউনিং স্ট্রীটস্থিত প্রধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত বিশেষ পাৰ্টিৰ আয়োজন কৰিব প্ৰধানমন্ত্রী ছুনকে। আনহাতে, কাইলৈ উইণ্ডছ’ৰ প্রাসাদত ৰজাৰ অভিষেকৰ কনছাৰ্টৰ আয়োজন কৰা হ’ব। এই অনুষ্ঠানত পপ তাৰকা কেটি পেৰী, হলিউদৰ তাৰকা টম ক্রুজ আদিৰ লগতে বলিউদৰ অভিনেত্ৰী ছোনম কাপুৰো উপস্থিত থাকিব।

উল্লেখ্য যে তৃতীয় চাৰ্লছৰ এই ৰাজ অভিষেকৰ আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ সময়ত কেতবোৰ বিসংগতিও দেখা গ’ল। মধ্য লণ্ডনৰ ৰাজপথত কে’বা সহস্রাধিক লোকে পতাকা উৰুৱাই আনন্দ প্ৰকাশ কৰাৰ সমান্তৰালকৈ একাংশ লোকে প্রতিবাদো সাব্যস্ত কৰে।

ট্রাফালগাৰ স্কোৱাৰত চাৰ্লছক ৰজা হিচাপে নিবিচাৰে বুলি প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে যদিও আৰক্ষীয়ে একাংশ লোকক আটক কৰে। তেওঁলোকৰ বিৰুদ্ধে ৰজাৰ শোভাযাত্ৰাত বেমেজালি সৃষ্টি কৰাৰ অভিযোগ উঠিছে। এই প্ৰতিবাদকাৰীসকলে নতুন ৰজা চাৰ্লছৰ বোৱাৰী তথা ৰাজকুমাৰী মেগানক জনতাৰ ৰাণী’ আখ্যা দিয়ে।

লক্ষ্যণীয়ভাৱে ব্ৰিটিছ ৰাজপৰিয়ালৰ বিৰুদ্ধে প্ৰায় বিদ্ৰোহ কৰা ৰাজকুমাৰী মেঘান আজিৰ ৰাজ অভিষেকৰ পৰাও আঁতৰি থাকে। সম্প্ৰতি আমেৰিকাত বসবাস কৰা মেঘানে সন্তানৰ স’তে ঘৰতে থকাৰ বিপৰীতে অৱশ্যে তেওঁৰ স্বামী তথা ৰাজকুমাৰ হেৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে।

২০২০ত হেৰী আৰু মেঘানে ব্ৰিটিছ ৰাজ পৰিয়ালৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছিল। তাৰ পাছৰে পৰা ‘ডিউক অৱ ছাছেক্স’ হেৰী আৰু তেওঁৰ পত্নীয়ে ৰাজ পৰিয়ালৰ বিৰুদ্ধে একাধিকবাৰ মুখ খুলিছিল। সম্প্রতি ‘স্পেয়াৰ’ নামৰ আত্মজীৱনীতো হেৰীয়ে নিজৰ পৰিয়ালক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল।

আজি অৱশ্যে তেওঁ ৰাজ পৰিয়ালৰ আন সদস্যৰ স’তে ৱেবমিনষ্টাৰ এৰীত উপস্থিত হয় আৰু পৰিচিত্ৰ স’তে কথা-বতৰা পাতি স্বাভাৱিক হোৱাৰ চেষ্টা কৰা দেখা যায়। তৎসত্ত্বেও হেৰীয়ে অনুষ্ঠানত ৰাজকুমাৰৰ দৰে অভ্যর্থনা লাভ নকৰিলে। একাধিক কেলেংকাৰিত জড়িত হোৱাৰ অভিযোগত ৰাজ পৰিয়ালে সম্পৰ্ক প্ৰায় ছিন্ন কৰা ৰজা চাৰ্লছৰ কনিষ্ঠ ভ্রাতৃ এণ্ডিউৰ স’তে হেৰীক ৰাজ পৰিয়ালৰ সদস্যসকলৰ তৃতীয় শাৰীতহে বহিবলৈ দিয়া হয়।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Crowned Coronation CeremonyKing Charles IIILondanQueen Camilla
publisher

publisher

Related Posts

Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত
COVID-19

June 6, 2025
RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট
India

RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট

June 6, 2025
Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট
India

Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট

June 6, 2025
Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন
News

Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

June 6, 2025
Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল
News

Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল

June 6, 2025
Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ
News

Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

June 6, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d