Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Hanuman Jayanti Festival To Be Held In Nagaon From 6 April :নগাঁৱত ৬ এপ্ৰিলৰ পৰা হনুমান জয়ন্তী উৎসৱৰ আয়োজন

publisher by publisher
March 28, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Hanuman Jayanti Festival To Be Held In Nagaon From 6 April :নগাঁৱত ৬ এপ্ৰিলৰ পৰা হনুমান জয়ন্তী উৎসৱৰ আয়োজন
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Hanuman Jayanti Festival To Be Held In Nagaon From 6 April :

নগাঁও চহৰৰ মাজমজিয়াৰ হয়বৰগাঁৱস্থ শ্ৰীমন্ত শঙ্কৰদেৱ পথত থকা হনুমান মন্দিৰত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অহা ৬, ৭, ৮, ৯ এপ্ৰিল তাৰিখে চাৰিদিনীয়া বিভিন্ন কাৰ্যসূচীৰে হনুমান জয়ন্তী উৎসৱৰ আয়োজন কৰা হৈছে।

ADVERTISEMENT

এইবেলি ৭২ তম বৰ্ষত পদাৰ্পন কৰা উৎসৱৰ ৬ এপ্ৰিলৰ দিনা পুৱাৰে পৰা পূজা-অৰ্চনাকে ধৰি অন্যান্য কাৰ্যসূচীৰ লগতে সন্ধিয়া ৫.৩০ বজাত হনুমান জয়ন্তী উৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব অসম সাহিত্য সভাৰ সভাপতি ড° সূর্যকান্ত হাজৰিকাই ।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। অনুষ্ঠিতব্য এক ধর্মসভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব অৱসৰপ্ৰাপ্ত উপায়ুক্ত তথা বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰে।

আয়োজক সমিতিৰ সভাপতি তথা নগাঁৱৰ প্ৰাক্তন পৌৰপতি প্ৰহ্লাদ ৰায় তোদীৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া এই সভাত কেইবাগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকিব। সভাৰ অন্তত ওৰেনিশা বজৰঙ্গ ভজন মণ্ডলী আৰু পৱন শৰ্মাৰ দ্বাৰা ভজন-কীৰ্ত্তন অনুষ্ঠান অনুষ্ঠিত হ’ব।

৭ এপ্ৰিলৰ বিয়লি ২ বজাত হনুমান মন্দিৰৰ সন্মুখৰ পৰা এক বিশাল শোভাযাত্রা উলিওৱা হ’ব। এই শোভাযাত্ৰাত মোৰাদাবাদৰ মনু এণ্ড পার্টী দলে বিশেষ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। সন্ধিয়া ৬ বজাত মৰিগাঁও জিলাৰ চৰাইবাহী খাইগৰীয়াৰ ‘শ্যামকানু দিহানাম দল’ৰ দ্বাৰা নাম পৰিৱেশন ৷ মুখ্য নামতি নিহাৰিকা দেৱী আৰু শিশু নামতি শ্রীগৌৰীশংকৰ নাথ উক্ত দলত অংশগ্ৰহণ কৰিব।

৮ আৰু ৯ এপ্ৰিলৰ সন্ধিয়া ৬ বজাৰ পৰা মোৰাদাবাদৰ মনু এণ্ড পাৰ্টী দলে নৃত্য-নাটিকা অনুষ্ঠান পৰিৱেশন কৰিব। ৮ এপ্রিল তাৰিখে সন্ধিয়া ৮-৩০ বজাৰ পৰা গৌৰৱ দত্তৰ দ্বাৰা বিশেষ ভজন পৰিৱেশন কৰা হ’ব। ৯ এপ্রিল তাৰিখে সন্ধিয়া ৮-০০ বজাৰ পৰা লক্ষ্ণৌৰ খ্যাতনামা শিল্পী বিভা মিশ্ৰাৰ দ্বাৰা ভজন পৰিৱেশন । ইয়াৰ উপৰি চাৰিওদিনেই মন্দিৰ প্ৰাঙ্গনত ৰামায়ণ পাঠ অনুষ্ঠিত হ’ব। ১০ এপ্ৰিলত যজ্ঞ আৰু পূজা-অৰ্চনাৰে অনুষ্ঠানৰ সামৰণি পৰিব।

উল্লেখ্য যে এই মূল অনুষ্ঠানৰ পূৰ্বে ৪ এপ্ৰিলৰ দিনা পুৱা ১০ বজাত শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পৰা ৩০১ কলহ পানী আনি কৃষ্ণাশ্রম শিৱমন্দিৰৰ পৰা শোভাযাত্ৰাৰে হনুমান মন্দিৰলৈ নিয়া হ’ব বুলি আয়োজক সমিতিৰ যুটীয়া সম্পাদক অজিত মহেশ্বৰীয়ে জনাইছে।

আনহাতে সকলো কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা আয়োজক সমিতিৰ হৈ সম্পাদক ৰাজেন্দ্ৰ মুন্দ্ৰাই কামনা কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Hanuman Jayanti FestivalHeld In Nagaon From 6 April
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d