Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

King Charles III :সিংহাসনত ব্ৰিটেইনৰ ৪০ সংখ্যক ৰজা

শতিকাজোৰা ৰীতি-নীতি, আড়ম্বৰৰ অনুষ্ঠানত ৰাজমুকুট পৰিধান চাৰ্লছৰ, কহিনুৰ অবিহনেই ৰাণী কেমিলাৰ মুখত আনন্দৰ হাঁহি

publisher by publisher
May 7, 2023
in International, News
Reading Time: 3 mins read
0
King Charles III :সিংহাসনত ব্ৰিটেইনৰ ৪০ সংখ্যক ৰজা
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

King Charles III :

মহা আড়ম্বৰেৰে ৰাজ্যাভিষেক ঘটিল তৃতীয় চাৰ্লছৰ। আজি লণ্ডনৰ ৱেবমিনষ্টাৰ এবীত দুঘণ্টীয়া এক অনুষ্ঠানত সম্পূর্ণ ৰীতি-নীতিৰে চাৰ্লছে ছেইণ্ট এডৱাৰ্ডৰ মুকুট পৰিধান কৰি ব্ৰিটেইনৰ ৰাজ সিংহাসনত অধিষ্ঠিত হয়। তেওঁৰ লগতে অভিষেক ঘটে ব্ৰিটেইনৰ নতুনৰাণী কেমিলাৰ।

ADVERTISEMENT

 অনুষ্ঠানত ১১২ বছৰীয়া পুৰণি মুকুট পৰিধান কৰিলেও ৰাণী কেমিলাৰ সেই মুকুটত নাছিল কহিনুৰ হীৰা। এই অনুষ্ঠানত বাইবেল পাঠ কৰাৰ লগতে আঁত ধৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকে। প্রথম হিন্দু প্রধানমন্ত্ৰীৰূপে ব্ৰিটেইনৰ ৰজাৰ ৰাজঅভিষেকত অংশ লৈ ছুনকে নতুন ইতিহাস গঢ়ে।

উল্লেখ্য যে যোৱা বছৰ বাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ পাছতে চাৰ্লছ ব্ৰিটেইনৰ ৰজা হোৱাটো নিশ্চিত হৈছিল। আজিৰে পৰা তেওঁ আনুষ্ঠানিকভাৱে ব্ৰিটেইনৰ লগতে আন ১৪খন কমনৱেল্‌ল্থ দেশৰ ৰজাৰূপে পৰিগণিত হ’ল। সুদীর্ঘ ৭০ বছৰৰ পাছত ব্ৰিটেইনত কোনো ৰজাই সিংহাসনত অধিষ্ঠিত হ’ল।

মন কৰিবলগীয়া যে চাৰ্লছৰ ৰাজ অভিষেকৰ লগে লগে ব্ৰিটেইনৰ জাতীয় সংগীততো সালসলনি ঘটিল। দ্বিতীয় এলিজাবেথৰ শাসনকালত গোৱা হৈছিল ‘গড ছেভ দ্য কুইন’; কিন্তু আজি চাৰ্লছৰ ৰাজ অভিষেকৰ সময়ত গোৱা হ’ল ‘গড ছেভ দ্য কিং’। সম্পূৰ্ণ পৰম্পৰাগত ৰাজ অভিষেকৰ সময়ত ৱেবমিনষ্টাৰ এবীত উপস্থিত অতিথি আৰু বাহিৰত সমবেত হোৱা নাগৰিকসকলে এই নতুন জাতীয় সংগীত গায়।

ইয়াৰ সমান্তৰালকৈ পৰম্পৰাগত অটুট ৰাখি টোপধ্বনি দিয়াৰ লগতে দেশৰ প্ৰতিটো গির্জাতে বেল বজোৱা হয়। আজি দিনৰ ১১ বজাৰ পূৰ্বেই চাৰ্লছ আৰু কেমিলা বাকিংহাম পেলেচৰ পৰা ৱেবমিনষ্টাৰ এবীত উপস্থিত হয় আৰু পাৰম্পৰিক ৰীতি-নীতিসমূহ পালন কৰে। এই ৰীতি-নীতিসমূহ পালনৰ পাছতে ব্ৰিটেইনৰ ৪০সংখ্যক ৰজা চাৰ্লছৰ হাতত তুলি দিয়া হয় ৰাজদণ্ড। ইয়াৰ পাছতে তেওঁ শপত গ্ৰহণ কৰে।

ৰাজ অভিষেকৰ অংশৰূপে চাৰ্লছ আৰু কেমিলাই প্রতীকী বিবাহো সম্পন্ন কৰে আৰু একেলগে কাম কৰি যোৱাৰ শপত লয়। উল্লেখ্য যে ৱেবমিনষ্টাৰ এবীতে ১০৬৬ত প্ৰথমবাৰলৈ ৰজা উইলিয়ামৰ ৰাজ অভিষেক হৈছিল। তেতিয়াৰ পৰাই ব্ৰিটেইনৰ ৰজা বা ৰাণীৰ উক্ত স্থানতে অভিষেক ঘটি আহিছে। বিভিন্ন ধর্মীয় নেতা তথা হিন্দু, ইছলাম, শিখ, বৌদ্ধ আৰু ইহুদী ধৰ্মৰ প্রতিনিধিয়েও আজিৰ ৰাজ অভিষেক অনুষ্ঠানত অংশগ্ৰহণ কৰে।

ইয়াৰ পাছতে ব্ৰিটেইনৰ বাকিংহাম পেলেচৰ হাতত লৈ ৰজা-ৰাণীয়ে এক শোভাযাত্রাতো অংশ লয়। প্রধানমন্ত্রী ছুনক আৰু তেওঁৰ পত্নী অক্ষতা মূর্তিয়েও এই শোভাযাত্ৰাত অংশ লয়। শোভাযাত্ৰাৰ পাছত ৰজা আৰু ৰাণীয়ে বাকিংহাম পেলেচলৈ উভতি যায়। উল্লেখ্য যে আজিৰে পৰা তিনি দিনীয়াকৈ এই ৰাজ্যাভিষেক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

৭৪ বছৰীয়া ৰজাৰ অভিষেক উপলক্ষে এই তিনিদিনত বিভিন্ন উৎসর পালন কৰা হ’ব। কাইলৈ সমগ্ৰ দেশতে অনুষ্ঠিত হ’ব ভোজসভা। সেইদৰে ১০, ডাউনিং স্ট্রীটস্থিত প্রধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত বিশেষ পাৰ্টিৰ আয়োজন কৰিব প্ৰধানমন্ত্রী ছুনকে। আনহাতে, কাইলৈ উইণ্ডছ’ৰ প্রাসাদত ৰজাৰ অভিষেকৰ কনছাৰ্টৰ আয়োজন কৰা হ’ব। এই অনুষ্ঠানত পপ তাৰকা কেটি পেৰী, হলিউদৰ তাৰকা টম ক্রুজ আদিৰ লগতে বলিউদৰ অভিনেত্ৰী ছোনম কাপুৰো উপস্থিত থাকিব।

উল্লেখ্য যে তৃতীয় চাৰ্লছৰ এই ৰাজ অভিষেকৰ আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ সময়ত কেতবোৰ বিসংগতিও দেখা গ’ল। মধ্য লণ্ডনৰ ৰাজপথত কে’বা সহস্রাধিক লোকে পতাকা উৰুৱাই আনন্দ প্ৰকাশ কৰাৰ সমান্তৰালকৈ একাংশ লোকে প্রতিবাদো সাব্যস্ত কৰে।

ট্রাফালগাৰ স্কোৱাৰত চাৰ্লছক ৰজা হিচাপে নিবিচাৰে বুলি প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে যদিও আৰক্ষীয়ে একাংশ লোকক আটক কৰে। তেওঁলোকৰ বিৰুদ্ধে ৰজাৰ শোভাযাত্ৰাত বেমেজালি সৃষ্টি কৰাৰ অভিযোগ উঠিছে। এই প্ৰতিবাদকাৰীসকলে নতুন ৰজা চাৰ্লছৰ বোৱাৰী তথা ৰাজকুমাৰী মেগানক জনতাৰ ৰাণী’ আখ্যা দিয়ে।

লক্ষ্যণীয়ভাৱে ব্ৰিটিছ ৰাজপৰিয়ালৰ বিৰুদ্ধে প্ৰায় বিদ্ৰোহ কৰা ৰাজকুমাৰী মেঘান আজিৰ ৰাজ অভিষেকৰ পৰাও আঁতৰি থাকে। সম্প্ৰতি আমেৰিকাত বসবাস কৰা মেঘানে সন্তানৰ স’তে ঘৰতে থকাৰ বিপৰীতে অৱশ্যে তেওঁৰ স্বামী তথা ৰাজকুমাৰ হেৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে।

২০২০ত হেৰী আৰু মেঘানে ব্ৰিটিছ ৰাজ পৰিয়ালৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছিল। তাৰ পাছৰে পৰা ‘ডিউক অৱ ছাছেক্স’ হেৰী আৰু তেওঁৰ পত্নীয়ে ৰাজ পৰিয়ালৰ বিৰুদ্ধে একাধিকবাৰ মুখ খুলিছিল। সম্প্রতি ‘স্পেয়াৰ’ নামৰ আত্মজীৱনীতো হেৰীয়ে নিজৰ পৰিয়ালক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল।

আজি অৱশ্যে তেওঁ ৰাজ পৰিয়ালৰ আন সদস্যৰ স’তে ৱেবমিনষ্টাৰ এৰীত উপস্থিত হয় আৰু পৰিচিত্ৰ স’তে কথা-বতৰা পাতি স্বাভাৱিক হোৱাৰ চেষ্টা কৰা দেখা যায়। তৎসত্ত্বেও হেৰীয়ে অনুষ্ঠানত ৰাজকুমাৰৰ দৰে অভ্যর্থনা লাভ নকৰিলে। একাধিক কেলেংকাৰিত জড়িত হোৱাৰ অভিযোগত ৰাজ পৰিয়ালে সম্পৰ্ক প্ৰায় ছিন্ন কৰা ৰজা চাৰ্লছৰ কনিষ্ঠ ভ্রাতৃ এণ্ডিউৰ স’তে হেৰীক ৰাজ পৰিয়ালৰ সদস্যসকলৰ তৃতীয় শাৰীতহে বহিবলৈ দিয়া হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Crowned Coronation CeremonyKing Charles IIILondanQueen Camilla
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d