Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Smoking During Pregnancy : অন্তঃসত্ত্বাসকলক বিনামূল্যে ই-চিগাৰেট দিয়া হ’ব লণ্ডনত ! কিয় এই সিদ্ধান্ত ?

publisher by publisher
October 26, 2022
in Lifestyle, News, Politics
Reading Time: 1 min read
0
Smoking During Pregnancy : অন্তঃসত্ত্বাসকলক বিনামূল্যে ই-চিগাৰেট দিয়া হ’ব লণ্ডনত ! কিয় এই সিদ্ধান্ত ?

vaping smoking during pregnancy

2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

ডিচেম্বৰতে আহি পাব পৃথিৱীৰ শেষ দিনটো!

মেক্সিকোত মহিলাৰ কোলালৈ আহিল ‘এআই’ নিৰ্দেশত নৱজাতক

অহা বছৰ অসমত প্রদর্শিত হ’ব শংকৰদেৱৰ বৃন্দাৱনী বস্ত্ৰ

Smoking During Pregnancy :

অন্তঃসত্ত্বা অৱস্থাত মানি চলিবলগীয়া হয় বিভিন্ন বিধি-নিষেধ । ধূমপান আৰু মদ্যপান সম্পূৰ্ণ ত্যাগ কৰিবলৈ কয় চিকিৎসকসকলে । অৱশ্যে লণ্ডনৰ অন্তঃসত্ত্বাসকলে বোধ হয় ধূমপান এৰাৰ প্রয়োজন নহ’ব ! বিষয়টো কি ? ধৰিব পৰা নাই হয়তো ?

ADVERTISEMENT

অন্তঃসত্ত্বাসকলে যাতে ভুলতো চিগাৰেট নাখায়, তাৰ বাবে তেওঁলোকক বিনামূলীয়া ভেপ দিয়াৰ কথা ঘোষণা কৰিছে ‘লণ্ডন কাউন্সিল’এ । ইয়াৰ ফলত বহু পৰিমাণে ব্যয় হ্ৰাস পাব মহিলাসকলৰ । কাউন্সিলৰ আশা, ধূমপান এৰি মহিলাসকলে প্রায় দুশ ইউৰো (ভাৰতীয় মুদ্রাত প্রায় এক লাখ ৬৪ হেজাৰ টকা) ৰেহাই কৰিব পাৰিব তেওঁলোকৰ সন্তানসকলৰ বাবে ।

Vaping without nicotine while pregnant

কাউন্সিলৰ এজন সদস্য‌ই কয়, ‘‘অন্তঃসত্ত্বা অৱস্থাত ধূমপান কৰিলে গর্ভপাতৰ শংকা বাঢ়ে আৰু নির্দিষ্ট সময়ৰ পূৰ্বে শিশুৰ জন্মৰ শংকাও কে’বা গুণ বৃদ্ধি পায় । সমীক্ষাত দেখা গৈছে যিসকল মহিলাৰ আয় কম, তেওঁলোকেই অন্তঃসত্ত্বা অৱস্থাত সৰ্বাধিক ধূমপান কৰে । সেয়ে মহিলাসকলৰ শৰীৰৰ প্ৰতি লক্ষ্য ৰাখি কাউন্সিলে ই-চিগাৰেট আৰু ভেপৰ প্রচাৰ আৰম্ভ কৰিছে । কাৰণ চিগাৰেটৰ তুলনাত এই পন্থাবোৰ শৰীৰৰ পক্ষে কম ক্ষতিকৰ । বিনামূলীয়া ভেপ প্ৰদান কৰিলে অন্তঃসত্ত্বা মহিলাসকল ধূমপানৰ পৰা বিৰত থাকিব বুলি আমি আশাবাদী ।’’

সমীক্ষা অনুযায়ী, লেম্বেথৰ তিনি হেজাৰৰো অধিক পৰিয়ালে ধূমপানৰ বাবে দাৰিদ্র্যসীমাৰ তলত আছে ।

Dangers of vaping

ভেপ কিমান নিৰাপদ ?

চিকিৎসকসকলৰ মতে, অন্তঃসত্ত্বা অৱস্থাত ভেপ ব্যৱহাৰ কৰাও কিন্তু নিৰাপদ নহয় । সৰহসংখ্যক ই-চিগাৰেটত নিকটিন থাকে, যিয়ে গর্ভস্থ শিশুৰ মস্তিষ্কৰ বিকাশত ব্যাঘাত জন্মায়, শৰীৰৰ অন্যান্য অংগবোৰৰ গঠনতো সমস্যা হয় ।

অৱশ্যে সাধাৰণ চিগাৰেটৰ তুলনাত ভেপ কম ক্ষতিকৰ, কাৰণ ইয়াত কিছু পৰিমাণে হ’লেও নিকটিন পৰোশোধিত হৈ যায় । অৱশ্যে নিকটিনযুক্ত একো নুখুৱাই শ্রেয় অন্তঃসত্ত্বাসকলে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: LondonPregnancyVape
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d