Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dr Sangita Dutta Case Update:মহানগৰীৰ ধৃত চিকিৎসক দম্পতীৰ ইটোৰ পিছত সিটো ক’লা অধ্যায় পোহৰলৈ 

শিশুক চেলেকিবলৈ বাধ্য কৰাইছিল বমি ! চিচিটিভি ফুটেজত ওলাই পৰিছে চিকিৎসক দম্পতীৰ পাশৱিকতাৰ ভয়ংকৰ তথ্য

publisher by publisher
May 9, 2023
in India, Assam, Crime, News
Reading Time: 4 mins read
0
Dr Sangita Dutta Case Update:মহানগৰীৰ ধৃত চিকিৎসক দম্পতীৰ ইটোৰ পিছত সিটো ক’লা অধ্যায় পোহৰলৈ 
3
SHARES
32
VIEWS
ShareShareShareShare

Dr Sangita Dutta Case Update:

ADVERTISEMENT

ৰাজ্য জোকাৰি যোৱা তোলনীয়া শিশু সন্তানক যৌন নিৰ্যাতন কৰি ইতিমধ্যে আৰক্ষীৰ জালত পৰা গুৱাহাটীৰ চিকিৎসক দম্পতীৰ ইটোৰ পিছত সিটো ক’লা অধ্যায় পোহৰলৈ আনিছে আৰক্ষীয়ে ৷

RelatedPosts

Cattle Seized in Khanapara:মহানগৰীৰ খানাপাৰাত আৰক্ষীৰ জালত গো-ভর্তি বাহন

Spa Salon:মহানগৰীত স্পা-চেলুনৰ জৰিয়তে চলিছে মানৱ সৰবৰাহ

Fraudsters arrested:প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰা প্ৰৱঞ্চক আৰক্ষীৰ জালত

চিকিৎসক দম্পতীৰ ৰিহাবাৰীস্থিত ৰ’মা এনক্লেভৰ চৌহদ আৰু তেওঁলোকৰ বাসগৃহত থকা চিচিটিভি ফুটেজত ওলাই পৰিছে চিকিৎসক দম্পতীৰ পাশৱিকতাৰ ভয়ংকৰ তথ্য। প্ৰাপ্ত তথ্য মতে, বমি কৰিলে শিশু কেইটিক বমি চেলেকিবলৈ বাধ্য কৰাইছিল ডা:সংগীতা দত্তই। আনকি বিচনাত প্ৰস্ৰাৱ কৰিলে দিছিল অমানুষিক শাস্তি।

অকল ইমানেই নহয়, চকুত জলকীয়া গুৰি পৰ্যন্ত সনাৰ দৃশ্যাৱলী চিচিটিভি ফুটেজত ওলাই পৰিছে ৷ তদুপৰি চিচিটিভিত বন্দী হৈছে আতিশয্যৰ কথোপকথন। ইতিমধ্যে আৰক্ষীয়ে চিচিটিভিৰ ভিজুৱেলৰ প্ৰতিটো দৃশ্য সুক্ষ্মভাৱে পৰীক্ষা কৰা হ’ব বুলি আৰক্ষীয়ে সদৰি কৰিছে।

এই ফুটেজে হয়তো দম্পতীহালৰ আৰু বহু অমানুষিক অত্যাচাৰৰ দৃশ্য পোহৰলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰে তদন্তকাৰী দলে ৷

উল্লেখ্য যে দীৰ্ঘদিন ধৰি চাৰে তিনি বছৰীয়া দুই শিশুক যৌন নির্যাতন চলোৱাৰ উপৰি দুয়োৰে দেহত গৰম ইস্ত্রি, উতলা পানী ঢালি আসুৰিক তৃপ্তি লৈ আহিছিল ধৃত চিকিৎসক দম্পতীয়ে।

সম্প্ৰতি পল্টনবজাৰ আৰক্ষীৰ জিম্মাত থকা চিকিৎসক দম্পতী বালিউল ইছলাম আৰু সংগীতা দত্তই এই দুই সন্তান তেওঁলোকৰ নহয় আৰু আন এগৰাকী মহিলাই দুই শিশুক আনি দিছিল বুলি জেৰাত স্বীকাৰ কৰিছে।

অৱশ্যে শিশুদ্বয়ক কিয় এনে অকথ্য নির্যাতন চলাইছিল সেয়া বৰ্তমানলৈ মুখ খোলা নাই। তাৰ বিপৰীতে দুই অভিযুক্তই আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ বিভিন্ন অযুক্তিকৰ মন্তব্য কৰি অহাৰ লগতে আইনী প্ৰক্ৰিয়াত সূৰুঙা উলিওৱাৰ চেষ্টাৰে মানসিক অস্থিৰতাৰ এখন নাটক ৰচনা কৰি আহিছে। তাৰ মাজতে আৰক্ষীয়ে সোমবাৰে পুনৰ ঘটনাৰ স’তে জড়িত থকাৰ অভিযোগত চাৰি নম্বৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰে৷

ধৃত কাবাই নামৰ যুৱতীগৰাকী ধৃত চিকিৎসক দম্পতীৰ ঘৰত বনকৰাৰূপে আছিল। আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি যুৱতীগৰাকীক আদালতত হাজিৰ কৰোৱাত আদালতে তিনি দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে হাইপ্ৰফাইল লোকৰে মধুৰ সম্পৰ্ক থকা তথা সমাজক নৈতিকতাৰ পাঠ দি অহা মহানগৰীৰ চিকিৎসক দম্পতীৰ শিশু নিৰ্যাতনৰ দৰে পাশৱিক ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা পাঁচ মে’ত পল্টনবজাৰ আৰক্ষীয়ে চিকিৎসক দম্পতীৰ ৰিহাবাৰীস্থিত ৰ’মা এনক্লেভৰ ছাদত বান্ধি থোৱা অৱস্থাত চাৰে তিনিবছৰীয়া এগৰাকী কন্যা সন্তানত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ পাছতে এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল।

আৰক্ষীয়ে উদ্ধাৰ কৰা কন্যা শিশুটিক যৌন উৎপীড়নকে ধৰি অকথ্য নির্যাতন চলোৱাৰ তথ্য চিকিৎসকৰ প্ৰতিবেদনত পোহৰলৈ অহাৰ পাছতে চিকিৎসক দম্পতীসহ বনকৰা মহিলা লক্ষী বয়ক গ্ৰেপ্তাৰ কৰিছিল। সমান্তৰালভাৱে সমপৰ্যায়ৰ আনটি ল’ৰা শিশুক আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পাছতে অনুৰূপ ধৰণে এই শিশুকো যৌন নিৰ্যাতনৰ লগতে অকথ্য নির্যাতন চলোৱাৰ তথ্য চিকিৎসকৰ প্ৰতিবেদনত পোহৰলৈ অহাৰ পাছতে ঘটনাই প্রতিজন সচেতন নাগৰিককে হতচকিত কৰি তুলিছিল।

এই শিশুদ্বয় তেওঁলোকৰ যমজ সন্তান বুলি চিকিৎসক দম্পতীয়ে দাবী কৰি আহিছিল যদিও অৱশেষত আৰক্ষীৰ জেৰাত শিশুদ্বয় তেওঁলোকৰ সন্তান নহয় বুলি স্বীকাৰ কৰিছে। তাৰ মাজতে পল্টনবজাৰ আৰক্ষী থানাৰ ১৯৩/২০২৩ নম্বৰ গোচৰত পাঁচ দিনৰ আৰক্ষীৰ জিম্মাত থকা ধৃত চিকিৎসক দম্পতীক মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই কে’বা ঘণ্টাজোৰা জেৰা চলায় ।

তদন্তকাৰী সংস্থাটোৱে এই ঘটনাত আন কোনো লোক জড়িত আছে নেকি এই সন্দৰ্ভত সোধপোছ কৰে। উল্লেখ্য যে পল্টনবজাৰ আৰক্ষী থানাৰ লক্‌আপত ধৃত ডাঃ ইছলামে আৰু পাণবজাৰ মহিলা আৰক্ষী থানাৰ লক্‌আপত ডাঃ দত্তই উৰে নিশা উজাগৰে পাৰ কৰে।

৪৫ দিনৰ ভিতৰত অভিযোগনামা দিবলৈ আৰক্ষীক নির্দেশ : কম সময়ত গোচৰ নিষ্পত্তিৰ বাবে মুখ্য ন্যায়াধীশলৈ পত্র লিখিব মুখ্যমন্ত্রী

পালিত সন্তানক অভাৱনীয় নির্যাতন চলাই গ্রেপ্তাৰ হোৱা চিকিৎসক দম্পতী ডাঃ ইছলাম আৰু ডাঃ দত্তৰ গোচৰটোৰ মীমাংসা ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজে উদ্যোগ গ্ৰহণ কৰিছে। সোমবাৰে এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এই কথা সদৰী কৰি কয়, ‘ম‍ই গোচৰটো চাই আছো। গোচৰটোৰ অগ্ৰগতিৰ ওপৰত নিয়মীয়াকৈ চকু ৰাখিছো।
আৰক্ষীক এমাহৰ পৰা ৪৫ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰিবলৈ কোৱা হৈছে। একেদৰে ছমাহৰ ভিতৰত গোচৰটোৰ মীমাংসা কৰিব পাৰি নেকি সেই বিষয়েও চাইছো। তাৰ বাবে বিশেষ আদালত বহুৱাব পাৰি নেকি বুলি মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ চিঠি লিখিম । গোচৰটো ক্ষিপ্ৰতাৰে সমাধানৰ বাবে কাম কৰি থকা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

কন্যা শিশুৰ সমান্তৰালভাৱে ল’ৰা শিশুক যৌন নির্যাতন চলোৱাৰ সন্দৰ্ভত পৃথক গোচৰ ৰুজু:

উল্লেখ্য যে কন্যা শিশু সন্তানক চলোৱা অকথ্য নির্যাতনৰ সন্দৰ্ভত পল্টনবজাৰ আৰক্ষী থানাত পক্স” আইন আৰু শিশু ন্যায় আইনৰ অধীনত এটা গোচৰ ৰুজু হৈ আছে। ইফালে, ল’ৰা শিশু সন্তানক চলোৱা নির্যাতন সন্দৰ্ভতো আন এটা পৃথক গোচৰ সোমবাৰে ৰুজু কৰা হৈছে। আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে এই কথা সদৰী কৰি কয়, ‘দুয়োটি শিশুৰে স্বাস্থ্য পৰীক্ষাৰ প্রতিবেদন আৰক্ষীয়ে লাভ কৰিছে। দুয়োটা প্রতিবেদনতে যৌন নিৰ্যাতনৰ দিশ স্পষ্টকৈ উল্লেখ আছে । এই সন্দৰ্ভত এটা গোচৰ ৰুজু হৈ আছে আৰু গোচৰটোত পক্স’ আইনৰ ধাৰা সন্নিবিষ্ট কৰা হৈছে।

ল’ৰা শিশুৰ ক্ষেত্ৰত যি স্বাস্থ্য প্রতিবেদন যোৱা নিশা আহিছে, এই সন্দৰ্ভতো এটা পৃথক গোচৰ আজি ৰুজু কৰা হৈছে। গোচৰ ৰুজু হোৱাৰ পাছত যাৱতীয় ব্যৱস্থা লোৱা হ’ব।’ সমান্তৰালভাৱে আৰক্ষীয়ে জেৰা চলাই থকা সময়ৰ ভিডিঅ’ ৰাজহুৱা হোৱা প্ৰসংগত সঞ্চালক প্ৰধান সিঙে কিছুমান গোপনীয় বস্তু বাহিৰলৈ আহিছে বুলি মন্তব্য কৰি হৈ যোৱা ভুলৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে আৰক্ষী আয়ুক্তক নিৰ্দেশ দিয়া হৈছে বুলি সদৰী কৰে। লগতে তেওঁ দুয়োটা গোচৰৰ সমানে তদন্ত প্রক্রিয়া আগবাঢ়ি যাব আৰু কম সময়তে অভিযোগনামা দাখিল কৰা হ’ব বুলি কয়।

এনকাউণ্টাৰৰ ভূতে খেদিছে চিকিৎসক দম্পতীক :

লকআপৰ ভিতৰত অক্সিজেন নোপোৱাৰ অভিযোগত সংগীতাই লগাইছে চিঞৰ-বাখৰ অবৈধভাৱে দুই শিশুক দত্তক লৈ পাশৱিক নির্যাতন চলোৱা চিকিৎসক দম্পতীক সম্প্রতি ‘এনকাউণ্টাৰ’ৰ ভূতে খেদিছে।

দুই শিশুক যৌন নির্যাতন চলাই সম্প্রতি পল্টনবজাৰ আৰক্ষী থানাৰ লকআপৰ আলহী ধৃত ডাঃ ইছলামে যোৱা নিশা সময়ে সময়ে আৰক্ষীক উদ্দেশ্য কৰি প্ৰশ্ন কৰে আমাক এনকাউন্টাৰ কৰিব নেকি?’

উল্লেখ্য যে লকআপৰ ভিতৰত বন্দী হৈ থকা সময়ছোৱাত ধৃত চিকিৎসক দম্পতীয়ে মানসিক অস্থিৰতাৰ এক নাটক ৰচনা কৰি আহিছে বুলি আৰক্ষীয়ে সদৰী কৰিছে । ওৰে নিশা পল্টনবজাৰ আৰক্ষী থানাৰ লকআপত ধৃত ডাঃ ইছলামে যোগাসন কৰাৰ লগতে সময়ে সময়ে ভাগৱতৰ শ্লোক পাঠ কৰি সময় কটায় বুলি আৰক্ষীয়ে কয় ।

ইয়াৰ মাজতে ধৃত ইছলামে নিশা পহৰাদাৰী আৰক্ষীক তেওঁলোকক ‘এনকাউন্টাৰ কৰিব নেকি বুলিও প্রশ্ন কৰি আহিছে। সমান্তৰালভাৱে পাণবজাৰ মহিলা আৰক্ষী থানাৰ লকআপৰ আলহী ধৃত ডাঃ দত্তই অক্সিজেন নোপোৱাৰ অভিযোগ তুলি সময়ে সময়ে চিঞৰ-বাখৰ কৰিয়ে নিশাটো পাৰ কৰিলে।

নিজৰ ঘৃণনীয় কাৰুকাৰ্যৰ বাবে এতিয়াও অনুতপ্ত নোহোৱা ডাঃ দত্তই ভৰিৰ ওপৰত ভৰি তুলি এখন চকীত বহিয়ে ওৰে নিশা উজাগৰে পাৰ কৰিলে বুলি আৰক্ষীয়ে সদৰী কৰিছে। নিজকে মানসিক ৰোগী হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে চিকিৎসক দম্পতীয়ে বিভিন্ন কূটকৌশল ৰচনা কৰি আহিছে বুলি আৰক্ষীয়ে সদৰী কৰাৰ লগতে সোমবাৰে ডাঃ দত্তই আৰক্ষী আয়ুক্ত দিগন্ত বৰাক ধন্যবাদো জ্ঞাপন কৰিছিল বুলি জানিবলৈ দিয়ে।

শিশুদ্বয়ক অনাৰ উৎস বিচাৰি বিভিন্ন স্থানত আৰক্ষীৰ অভিযান দিছপুৰ পলিক্লিনিকত চিকিৎসক দম্পতীয়ে কৰা ছাৰ গেছী নষ্ট হোৱাৰ পাছতে শিশুদ্বয়ক এগৰাকী মহিলাই আনি হাতত তুলি দিছিল। এই কথা জেৰাত ডাঃ দত্তই স্বীকাৰ কৰাৰ পাছতে সম্প্ৰতি শিশুদ্বয়ৰ প্ৰকৃত তথ্য উদ্ঘাটনৰ উদ্দেশ্যে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আজি গ্ৰেপ্তাৰ হোৱা বনকৰা যুৱতীগৰাকীক লৈ আৰক্ষীয়ে কে’বাটাও স্থানত অভিযান চলায় যদিও

এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো তথ্য আৰক্ষীয়ে সদৰী কৰা নাই। উল্লেখ্য যে শিশুদ্বয়ক বৃহৎ ধনৰ বিনিময়ত ডাঃ দত্তই ক্রয় কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । একেদৰে শিশুদ্বয়ক চুৰি কৰা হ’ব পাৰে বুলিও আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰি যিগৰাকী মহিলাই শিশুদ্বয়ক আনি দিছিল, সেই মহিলাক বিচাৰি অভিযান অব্যাহত ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dr.Sangita Dutta CaseGuwahati PolicePolice Custody
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d