Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Supreme Court Order: অগ্নিগৰ্ভ মণিপুৰ ! চেপা উত্তেজনা অব্যাহত,আবদ্ধ হৈ আছে দহ সহস্ৰাধিক লোক

মণিপুৰৰ দুৰ্গত সকলৰ সুৰক্ষা, পুনৰ সংস্থাপনৰ নির্দেশ সর্বোচ্চ ন্যায়ালয়ৰ

publisher by publisher
May 9, 2023
in India, Assam, Crime, News
Reading Time: 4 mins read
0
Supreme Court Order: অগ্নিগৰ্ভ মণিপুৰ ! চেপা উত্তেজনা অব্যাহত,আবদ্ধ হৈ আছে দহ সহস্ৰাধিক লোক
1
SHARES
8
VIEWS
ShareShareShareShare

Supreme Court Order:

ADVERTISEMENT

চুবুৰীয়া ৰাজ্য মণিপুৰৰ ঠায়ে ঠায়ে অব্যাহত আছে বিক্ষিপ্ত ঘটনা ৷ মণিপুৰৰ ঘটনাত এই পৰ্যন্ত প্ৰায় ৬০ জন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় দুহেজাৰৰো অধিক ৷

RelatedPosts

মণিপুৰ-ম্যানমাৰ সীমান্তত পুনৰ উগ্ৰপন্থী বিৰোধী অভিযান আৰম্ভ কৰিছে যুটীয়া বাহিনীয়ে

মণিপুৰৰ মেইটেইত কৃষকক সুৰক্ষা দিয়াৰ দায়িত্ব দুটা কেন্দ্ৰীয় বাহিনী

Manipur Chief Minister’s revolt against party ministers and MLAs:শাসকীয় পক্ষত উমি উমি জ্বলিছে ক্ষোভৰ জুই মণিপুৰত মুখ্যমন্ত্রী হটাও অভিযান

ইতিমধ্যে মণিপুৰত অৱস্থান কৰা সেনা আৰু অৰ্ধ সামৰিক বাহিনীয়ে সুৰক্ষিত ভাৱে স্থানান্তৰ কৰিছে ১৫৯৩ জন শিক্ষাৰ্থী সহ ৩৫,৬৫৫ জন লোকক ৷ ইতিমধ্যে বন্ধ আছে ইন্টাৰনেট সেৱা ৷ একেদৰে হিংসা জৰ্জড়িত ইম্ফলৰ কিছু অঞ্চল সহ ৰাজ্যখনৰ কেতবোৰ ঠাইত আজিও অব্যাহত আছে সান্ধ্যআইন ৷
অৱশ্যে ৰাজধানী চহৰ ইম্ফলত কাৰফিউ কিছু ঘন্টাৰ বাবে শিথিল কৰা কৰিছে প্ৰশাসনে ৷ উল্লেখ্য যে,তিনি মে’ত সংঘটিত হিংসাত্মক ঘটনাত জ্বলাই দিয়া হৈছিল প্ৰায় সোত্তৰশটা বাসগৃহ ৷

মণিপুৰৰ হিংসাত্মক ঘটনাত জীৱন আৰু সম্পত্তি হেৰুওৱাসকলৰ প্ৰতি সহমর্মিতা প্রকাশ দেশৰ উচ্চতম ন্যায়ালয়ৰ :

মণিপুৰৰ হিংসাত্মক ঘটনাত জীৱন আৰু সম্পত্তি হেৰুওৱাসকলৰ প্ৰতি সহমর্মিতা প্রকাশ কৰে দেশৰ উচ্চতম ন্যায়ালয়ে। কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰক এইসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে আক্রান্তসকলক সাহায্য তথা পুনৰ সংস্থাপনৰ
বাবে প্রয়োজনীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে সর্বোচ্চ ন্যায়ালয়ে।

বিগত দুদিনত কোনো অবাঞ্ছিত ঘটনা সংঘটিত হোৱা নাই বুলি চৰকাৰে তথ্য প্রকাশ কৰিছে। মণিপুৰত বিগত দিনকেইটাত হিংসাত্মক সংঘৰ্ষৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিক মানৱীয় বিষয়ৰূপে অভিহিত কৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বৰ বিচাৰপীঠে কয় যে আশ্রয় শিবিৰ আৰু মানুহে আশ্রয় গ্ৰহণ কৰা অন্যান্য স্থানসমূহত ৰচদ আৰু চিকিৎসা সা-সুবিধাৰ দৰে মৌলিক সুবিধাসমূহ প্ৰদান কৰিব লাগে।

‘আমি জীৱন আৰু সম্পত্তিৰ হানিত গভীৰ উদ্বেগ প্রকাশ কৰিছো।’ সর্বোচ্চ ন্যায়ালয়ে কয়। মুখ্য ন্যায়াধীশৰ উপৰি ন্যায়াধীশ পি এছ নৰসিংহ আৰু জে বি পাড়িৱালাৰ বিচাৰপীঠে যিসকল গৃহহাৰা হৈছে তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰক নির্দেশ দিয়ে। তদুপৰি ধৰ্মীয় উপাসনাস্থলীসমূহৰ সুৰক্ষাৰ বাবে যথোপযুক্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়।

ছ’লিছিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিত্ব কৰি বিচাৰপীঠক জনায় যে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে সেনা আৰু অসম ৰাইফলছৰ বাহিৰেও কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ৫২ টা কোম্পানী মণিপুৰৰ হিংসা জৰ্জৰিত অঞ্চলসমূহত নিয়োগ কৰা হৈছে।

পৰিস্থিতি উত্তেজনাময় হৈ থকা অঞ্চলসমূহত ফ্লেগমার্চ কৰা হৈছে আৰু শান্তি স্থাপনৰ বাবে সভা আয়োজন কৰা হৈছে। মেহতাই কয় যে ৰাজ্য চৰকাৰে এজন জ্যেষ্ঠ প্রাক্তন আৰক্ষী বিষয়াক নিৰাপত্তা পৰামৰ্শদাতাৰূপে নিযুক্তি দিছে। তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ ডেপুটেচনত থকা আন এজন শীর্ষ বিষয়াক মণিপুৰৰ মুখ্য সচিবৰূপে নিযুক্তি দি ৰাজ্যলৈ ওভতাই অনা হৈছে।

তেওঁ কয় যে নিৰৱচ্ছিন্নভাবে পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰখা হৈছে। পৰিস্থিতি নিৰীক্ষণৰ বাবে হেলিকপ্টাৰ আৰু ড্ৰ’ণ ব্যৱহাৰ কৰা হৈছে। মেহতাই কয় যে আশ্রয় শিবিৰসমূহ স্থাপন কৰা হৈছে আৰু আবদ্ধ দুৰ্গতসকলক উদ্ধাৰ অভিযানৰ বাবে কেন্দ্ৰীয় বাহিনীকো ব্যৱহাৰ কৰা হৈছে।

ছলিছিটৰ জেনেৰেলে আদালতক জনোৱা মতে, বিগত দুদিনত কোনো হিংসাৰ ঘটনা সংঘটিত হোৱা নাই। ক্রমশঃ পৰিস্থিতি স্বাভাৱিকলৈ উভতিছে। দেওবাৰে কিছু ঘণ্টাৰ বাবে সান্ধ্য আইন শিথিল কৰা হয়। একেদৰে আজিও সান্ধ্য আইন শিথিল কৰা হৈছে। ইপিনে, অহা ১৭ মাৰ্চত এই গোচৰৰ শুনানি পুনৰ গ্ৰহণ কৰা হ’ব। উচ্চতম ন্যায়ালয়ে একে সময়তে শেহতীয়া পৰিস্থিতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্যক নির্দেশ দিছে।

শুনানি কালত বিচাৰপীঠে প্ৰশ্ন কৰে যে কিমানটা সাহায্য শিবিৰ স্থাপন কৰা হ’ল আৰু তাত কিমান লোক বাস কৰি আছে। আদালতে কয়, ‘সাহায্য শিবিৰত বসবাস কৰাসকলৰ বাবে কি ধৰণৰ ব্যৱস্থাপনা কৰা হৈছে আমি জানিব বিচাৰো কিয়নো ই এক মানবীয় বিষয়।

মণিপুৰৰ পৰিস্থিতিক লৈ দাখিল কৰা কে’বাখনো আবেদনৰ আজি একেলগে শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। ইয়াৰে ভিতৰত আছে শাসকীয় বিজেপি বিধায়কে মেইটে সম্প্রদায়ক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিষয়ত উচ্চ ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশৰ প্ৰত্যাহ্বান জনোৱা আবেদন আৰু মণিপুৰত অগ্নিগর্ভা পৰিস্থিতিৰ সৃষ্টি কৰা হিংসাৰ ঘটনাৰ এছআইটিৰ দ্বাৰা তদন্ত বিচৰা এক আবেদন— এটা জনজাতীয় স্বেচ্ছা সংগঠন ‘মণিপুৰ ট্ৰাইবেল ফ’ৰাম’-এ আবেদন কৰিছে।

উল্লেখ্য যে মণিপুৰত জনজাতি আৰু অজনজাতীয় লোকৰ মাজত সংঘটিত হিংসাত্মক ঘটনাৰ ফলত কমেও ৫৫ জন লোকৰ চৰকাৰী তথ্য অনুসৰি মৃত্যু হৈছে আৰু প্ৰায় এশজন আহত হৈছে। অৱশ্যে বেচৰকাৰী তথ্য অনুসৰি এই সংখ্যা বহু বেছি হ’ব। ইপিনে, ২৩ হেজাৰৰ অধিক দুৰ্গত লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। এই সকলক সেনা শিবিৰ অথবা সাহায্য শিবিৰত ৰখা হৈছে।

উল্লেখ্য যে মণিপুৰৰ মুঠ জনসংখ্যাৰ ৫৩ শতাংশ লোক মেইটে সম্প্ৰদায়ৰ, ৪০ শতাংশ নগা আৰু কুকি । মেইটেসকল মূলতঃ ইম্ফল উপত্যকাত বাস কৰে। একে সময়তে নগা-কুকি লোকসকল উপত্যকাক আৱৰি থকা পাহাৰীয়া জিলাসমূহত বাস কৰে।

মণিপুৰ ট্ৰাইবেল ফ’ৰাম নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে আদালতত দাখিল কৰা ৰাজহুৱা স্বার্থ জড়িত আবেদনৰ প্ৰতিনিধিত্ব কৰা অধিবক্তা সত্য মিত্ৰই মণিপুৰত এটা দমনকাৰী গোটে জনজাতীয় লোকৰ ওপৰত কৰা আক্ৰমণৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩২ৰ অধীনত সৰ্বোচ্চ ন্যায়ালয়ৰ শৰণাপন্ন হৈছে বুলি উল্লেখ কৰে।

তেওঁ অভিযোগ কৰে যে ক্ষমতাত থকা দলৰ এনে আক্ৰমণৰ প্ৰতি পূৰ্ণ সমর্থন আছে। এইসকলে দমনকাৰী গোটক সমর্থন দিছে। আবেদনকাৰীসকলে অভিযোগ কৰে যে তিনি মে’ত আক্ৰমণ আৰম্ভ হয় আৰু উদণ্ড লোকে বহুকেইটা গির্জা, জনজাতীয় লোকৰ ঘৰ, ব্যৱসায়িক প্রতিষ্ঠান আৰু হাস্পতালৰ ক্ষতিসাধন কৰে, ঘৰ আৰু বাহন জ্বলাই দিয়ে।

এই সংগঠনটোৰ দাবী অনুসৰি ৩০ জন জনজাতীয় লোকক হত্যা কৰা হৈছে আৰু ১৩২ জন আহত হৈছে। অথচ কোনো ধৰণৰ গোচৰ পঞ্জীয়ন কৰা হোৱা নাই অথবা তদন্ত কৰা হোৱা নাই।

মণিপুৰৰ পৰা আহিব বিচাৰসকলক সুবিধা কৰি দিয়া হৈছে : অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙ

হিংসাত্মক ঘটনাত জৰ্জৰিত মণিপুৰৰ পৰা যিসকল লোকে অসমলৈ উভতি আহিব বিচাৰিছে, তেওঁলোকক আৰক্ষীয়ে সহযোগিতা কৰিছে। অৱশ্যে বহুতে আহিব বিচৰা নাই বুলি আজি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জিপি সিঙে এক সংবাদমেলত সদৰী কৰে। তেওঁ কয় যে অসম আৰক্ষীৰ চাৰিজনীয়া দল মণিপুৰত বাহৰ পাতি আছে।

এজন আইজিপিৰ নেতৃত্বত এজন আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া আৰু দুজন আন পৰ্যায়ৰ বিষয়া এই দলত আছে। যিসকলে আহিবলৈ নিজাববীয়াকৈ টিকট কৰিছিল তেওঁলোকক সুবিধা কৰি দিয়া হৈছে।

সংশ্লিষ্ট স্থানৰ পৰা তেওঁলোকক বিমান বন্দৰলৈ অনাৰ ব্যৱস্থা কৰা হৈছে। কালি ৫৫ জন আৰু আজি ৪৫ জন ব্যক্তিক মণিপুৰৰ পৰা অনা হৈছে। বেছি ভাগ মানুহ আহিব বিচৰা নাই আৰু যিয়ে বিচাৰিছে আৰক্ষীয়ে সুবিধা কৰি দিছে। ১০৭৯ আৰু ১০৭০ নম্বৰৰ দুটা হেল্পলাইন নম্বৰ দিয়া হৈছে

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm N Biren SingManipur ViolenceSupreme Court of India
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d