Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Forestland:বনভূমি সুৰক্ষা-বৃদ্ধিৰ বাবে আবণ্টিত পুঁজিৰ ধনৰ ৰূপায়ণত ব্যর্থ বন বিভাগ

publisher by publisher
April 3, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Forestland:বনভূমি সুৰক্ষা-বৃদ্ধিৰ বাবে আবণ্টিত পুঁজিৰ ধনৰ ৰূপায়ণত ব্যর্থ বন বিভাগ
2
SHARES
17
VIEWS
ShareShareShareShare

Forestland:

ADVERTISEMENT

বনভূমিৰ অবাধ ধ্বংসযজ্ঞই অসমত ভয়াৱহ বতৰ পৰিৱৰ্তনত অন্যতম ভূমিকা গ্ৰহণ কৰিছে। অথচ চৌদিশ সেউজ আবৰণৰে ভৰা অসমে এসময়ত পৰিৱেশ ৰক্ষাত মূল ভূমিকা লৈছিল।

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

ইয়াৰ বিপৰীত পৰিৱেশ এতিয়া গঢ়ি উঠাত অসমতো পৰিৱেশ ৰক্ষাৰ বাবে কোটি কোটি টকা আবণ্টন দিবলগীয়া হৈছে। কিন্তু সেই পুঁজিও সঠিকভাৱে ৰাজ্যখনত ৰূপায়ণ হোৱা নাই।

ফৰেষ্ট ছাৰ্ভে অব ইণ্ডিয়াৰ ২০২১ৰ তথ্য অনুসৰি অসমৰ মুঠ ভৌগোলিক পৰিসীমাৰ ৩৬.০৯ শতাংশ ভূমি বন আৰু গছ-গছনিৰে আবৰি আছে।

বনভূমি ৰক্ষাৰ বাবে ভাৰত চৰকাৰৰ নিৰ্দেশ অনুসৰি অসমেও কে’বাটাও শিতানত মূল গুৰুত্ব আৰোপৰে কাম কৰি আছে।

অসম চৰকাৰৰ বন বিভাগৰ তথ্য অনুসৰি এনে শিতানবোৰৰ ভিতৰত আছে—জৈৱ বৈচিত্ৰ্যৰে ভৰি থকা অঞ্চল সংৰক্ষণ, বনাঞ্চলৰ ভূমিৰ সুৰক্ষা, স্পর্শকাতৰ অঞ্চলৰ সীমা নিৰ্ধাৰণ কৰি সুৰক্ষিত কৰা, গৱেষণা আৰু উন্নয়নমূলক কাম-কাজ উন্নীত কৰা আৰু বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰা লোকসকলৰ জীৱিকাৰ মান উন্নয়নৰ বাবে অন্যান্য ধৰণৰে ব্যৱস্থা গ্ৰহণ কৰা।

এছঅ’পিডিৰ অধীনত অসমে এই লক্ষ্যবোৰ পূৰণৰ বাবে কাম কৰিব লাগে। কিন্তু বন সুৰক্ষাৰ বাবে ধার্য কৰা পুঁজি অসম চৰকাৰে প্ৰতি বছৰে ব্যয় কৰাত ব্যৰ্থ হৈ আহিছে।

হেজাৰ হেজাৰ কোটি টকা ব্যয় নোহোৱাকৈ ৰৈ গৈছে। এনে কাৰণতে পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ ক্ষেত্ৰতো অসম সফল হোৱা নাই। বৰঞ্চ ৰাজ্যখনৰ পাৰিপাৰ্শ্বিক ব্যৱস্থাৰ অৱনতিহে হৈছে।

বন বিভাগৰ তথ্য অনুসৰি, বিগত তিনিটা বিত্তীয় বৰ্ষৰ আবণ্টন আৰু ব্যয় পুঁজিৰ পাৰ্থক্যতে এই ব্যৰ্থতাৰ ছবিখন স্পষ্ট হয়। বিভাগটোৰ তথ্য অনুসৰি, ২০১৯-২০ত আবণ্টিত পুঁজিৰ পৰিমাণ আছিল ৫২.৮৩৩ কোটি। ইয়াৰ বিপৰীতে ব্যয় হয় ৩৩.৮৮৭ কোটি টকা।

২০২১-২২ত আবণ্টিত পুঁজিৰ পৰিমাণ আছিল ৪৩.৮৫ কোটি টকা আৰু ব্যয় হয় ১৬.৩৯৪ কোটি টকা। ২০২১-২২ত আবণ্টিত পুঁজিৰ পৰিমাণ বৃদ্ধি কৰা হয় ৭৭.০৬৬ কোটি টকালৈ।

তাৰ বিপৰীতে ব্যয় হয় ৫৯.১০০ কোটি টকা। উপযুক্ত পৰিকল্পনাৰে সঠিক সময়ত সঠিক ধৰণে আঁচনি ৰূপায়ণ কৰিব নোৱৰাৰ ফলতে এনেদৰে আবণ্টিততকৈ বহু কম পৰিমাণৰ পুঁজিহে ৰাজ্য চৰকাৰে ব্যয় কৰিবলৈ সক্ষম হয়।

প্রসংগক্রমে উল্লেখ্য যে বৰঙণিৰ পৰিমাণ বৃদ্ধি কৰা, জৈৱ বৈচিত্র্য সংৰক্ষণ কৰা, বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰাসকলৰ জীৱিকাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা আদিৰ বাবে দুখন বিশেষ আঁচনি ৰাজ্যত ৰূপায়ণ কৰি থকা হৈছে।

এই আঁচনি দুখন হ’ল আছাম প্রজেক্ট অন ফৰেষ্ট এণ্ড বায়’ডাইভাৰচিটি কনজাৰভেচন (এপিএফবিচি) আৰু কম্পেনছেটৰি এফ’ৰেষ্টেচন ফাণ্ড মেনেজমেণ্ট এণ্ড প্লেনিং অথ’ৰিটি (চিএএমপিএ)।

প্রথম আঁচনিখন ২০১৯-২০ৰ পৰা ৰূপায়ণ কৰা হৈছে। আনহাতে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি দ্বিতীয় আঁচনিখন ৰূপায়ণ কৰা হৈছে বিগত ২০০৯ৰ পৰা।

কিন্তু এই দুয়োখন গুৰুত্বপূৰ্ণ ৰূপায়ণত অসমৰ স্থিতি সন্তোষজনক নহয়। উদাহৰণস্বৰূপে চিএএমপিএ আঁচনিখনত বনাঞ্চল বৃদ্ধিৰ বাবে কৃত্রিম ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত অসমে এতিয়ালৈকে ১,০২৩ হেক্টৰ ভূমিতহে সফলতা লাভ কৰিছে।

ইয়াৰ বিপৰীতে লক্ষ্য আছিল ১,৩২৩ হেক্টৰ ভূমি। আপুৰুগীয়া বৃক্ষৰোপণ, নাৰ্ছাৰী স্থাপন, আন্তঃগাঁথনি উন্নয়ন আদিৰ ক্ষেত্ৰত এই পর্যন্ত সফলতাৰ কোনো তথ্য অহা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamForest Survey Of IndiaForestland
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d