Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dr. Sangita Dutta Case Update :শিশু যোগান ধৰা উৎপলা বসুৰ আত্মসমৰ্পণ

ধনৰ বিনিময়ত উৎপলাৰ পৰা ক্ৰয়ৰ সন্দেহ, সন্তানহীন দম্পতীক সদ্যোজাত শিশু যোগান ধৰা দুই আশাকৰ্মী গ্ৰেপ্তাৰ, সংগীতাক পুনৰ পাঁচদিনৰ আৰক্ষী জিম্মালৈ

publisher by publisher
May 13, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Dr. Sangita Dutta Case Update :শিশু যোগান ধৰা উৎপলা বসুৰ আত্মসমৰ্পণ
2
SHARES
18
VIEWS
ShareShareShareShare

Dr. Sangita Dutta Case Update:Tezpur Incident:

মহানগৰীৰ দুই শিশুক অকথ্য নির্যাতন চলাই সম্প্রতি আৰক্ষীৰ জিম্মাত থকা চিকিৎসক দম্পতী ডাঃ বালিউল ইছলাম আৰু ডাঃ সংগীতা কাকতিয়ে ভুক্তভোগী শিশুদ্বয়ক বৃহৎ ধনৰ বিনিময়ত ক্ৰয় কৰিছিল। ধৃত চিকিৎসক দম্পতীৰ হাতত শিশুদ্বয় তুলি দিছিল উৎপলা বসু নামৰ এগৰাকী মহিলাই। যোৱা দুদিন ধৰি বসুক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ মাজতে শুক্ৰবাৰে নিশা পলাতক হৈ থকা মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

ADVERTISEMENT

সম্প্ৰতি পল্টন বজাৰ আৰক্ষী জিম্মাত থকা মহিলাগৰাকীয়ে শিশুদ্বয় নিজৰ ছাৰগেট সন্তান নহয় বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰি আন স্থানৰ পৰাহে শিশুদ্বয়ক আনি দিছিল বুলি স্বীকাৰোক্তি আগবঢ়াইছে। ইয়াৰ লগে লগে এই ঘটনাত এক গোপন ক’লা অধ্যায় পোহৰলৈ অহাৰ সম্ভাৱনাৰ সৃষ্টি হৈছে।

RelatedPosts

Sangita Dutta Case Update:ডাঃ সংগীতাই তোলনীয়া শিশুক কৰা অকথ্য নিৰ্যাতন ন ন তথ্য পোহৰলৈ

Sangita Dutta Case Update :জি এম চি এইছত ডা:সংগীতা দত্তৰ নাটক !

Dr Sangita Dutta Case Update:মহানগৰীৰ ধৃত চিকিৎসক দম্পতীৰ ইটোৰ পিছত সিটো ক’লা অধ্যায় পোহৰলৈ 

শনিবাৰে আটকাধীন উৎপলা বসুৰ স্বীকাৰোক্তিৰ ভিত্তিত বসুক লগত লৈ পল্টন বজাৰ আৰক্ষীয়ে মহানগৰীৰ ধীৰেন পাৰা আৰু গোশালাত অভিযান চলাই দুগৰাকী আশাকৰ্মীক আটক কৰে৷ধৃত আশা কৰ্মী দুগৰাকী হ’ল ধীৰেন পৰাৰ এফ আৰু ইউত কৰ্মৰত আশাকৰ্মী লালবানু নেছা আৰু পাণ্ডু এফ আৰু ইউত কৰ্মৰত আশাকৰ্মী চুবেৰা খানুন৷ উদ্থাপিত অভিযোগ অনুসৰি দুই আশাকৰ্মীয়ে দীৰ্ঘদিন ধৰি  সন্তানহীন দম্পতীক বৃহৎ ধনৰ বিনিময়ত সদ্যোজাত সন্তান যোগান ধৰি আহিছিল ৷

আৰক্ষীয়ে সন্দেহ কৰা মতে ,ডা:সংগীতা দত্তক আটকাধীন উৎপলা বসুয়ে দুই আশাকৰ্মীৰ জৰিয়তে বৰপেটাৰ পৰা দুই তোলনীয়া সন্তান যোগান ধৰিছিল ৷

মনকৰিবলগীয়া যে, আৰক্ষীয়ে তদন্ত যিমানেই অগ্ৰগতিত আগবাঢ়িছে সিমানেই বহু ন ন অধ্যায় পোহৰলৈ আহিছে ।

উল্লেখ্য যে যোৱা পাঁচ মে’ত ধৃত চিকিৎসক দম্পতীৰ বাসগৃহৰ ছাদৰ ওপৰত এগৰাকী চাৰে তিনি বছৰীয়া কন্যা শিশুক বান্ধি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল। স্বাস্থ্য পৰীক্ষাত এই শিশুৰ ওপৰত পাশবিক নির্যাতন চলোৱা তথ্য পোহৰলৈ অহাৰ পাছতে সমবয়সীয়া আন এটি ল’ৰা শিশুক আৰক্ষীয়ে উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰিছিল।

এই শিশু দ্বয়ক নিজৰ যমজ সন্তান বুলি সমাজৰ আগত চিকিৎসক দম্পতীয়ে দাবী কৰি আহিছিল। যদিও স্বাস্থ্য পৰীক্ষাত শিশুদ্বয়ৰ ওপৰত যৌন নির্যাতন চলোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতে এই সমগ্ৰ ঘটনাই এক নতুন দিশ লৈছিল। ইয়াৰ পাছতে পল্টন বজাৰ আৰক্ষীয়ে পক্স আইনৰ অধীনত ১৯৩/২০২৩ আৰু ২০১/২০২৩ নম্বৰত দুটাকৈ গোচৰ ৰুজু কৰি চিকিৎসক দম্পতী ক্ৰমে ইছলাম, দত্ত আৰু তেওঁলোকৰ দুই বন কৰা মহিলা লক্ষী ৰয় আৰু কাবাইক গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষীৰ জেৰাত ডাঃ সংগীতাই এই শিশুদ্বয় নিজৰ নহয় বুলি স্বীকাৰ কৰি এক মহিলাৰ পৰা লৈছিল বুলি সদৰী কৰাৰ পাছতে সেই বিশেষ মহিলাগৰাকীৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল। কালি মহিলাগৰাকীৰ উপস্থিতি পশ্চিমবংগত ধৰা পৰাৰ পাছতে আৰক্ষীৰ এটা দল গৈ সংশ্লিষ্ট ৰাজ্যত উপস্থিত হয় যদিও শুক্ৰবাৰে নিশা উৎপলা বসু নামৰ মহিলাগৰাকীয়ে নিজে আহি থানাত আত্মসমর্পণ কৰে।

তদন্তকাৰী আৰক্ষীয়ে এই কথা সদৰী কৰি কয় যে ধৃত উৎপলাই স্বীকাৰ কৰিছে যে এই শিশুদ্বয় তেওঁৰ নহয়। শিশুদ্বয়ক উৎপলাই ক’ৰ পৰা কেনেকৈ আনিছিল এই সন্দৰ্ভত সোধ-পোছ অব্যাহত আছে বুলি তদন্তকাৰী আৰক্ষীয়ে সদৰী কৰি এই ঘটনাত বৃহৎ ধনৰ লেনদেন হোৱাৰ সন্দেহ প্রকাশ কৰিছে।

আনহাতে, ডাঃ ইছলাম পুনৰ পাঁচদিনৰ আৰক্ষী জিম্মাত থকাৰ সমান্তৰালভাৱে ডাঃ সংগীতাকো আদালতে পুনৰ আগন্তুক পাঁচদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Asha Worker ArrestedDr.Sangita Dutta CaseUtpala Basu Arrested
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d