Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত

    কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dr. Sangita Dutta Dna Test:অৱশেষত ডি এন এ টেষ্টৰ বাবে জি এম চি এইছত সংগীতা দত্ত

তেজৰ নমুনা সংগ্ৰহ কৰিলে চিকিৎসকে, কাইলৈ পুনৰ আদালতত হাজিৰ কৰিব সংগীতাক

publisher by publisher
May 11, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Dr. Sangita Dutta Dna Test:অৱশেষত ডি এন এ টেষ্টৰ বাবে জি এম চি এইছত সংগীতা দত্ত
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

GMCH ৰ পৰা সন্ধানহীন কৰ্কট ৰোগী!

GMCH Principal:জিএমচিএইচৰ অধ্যক্ষ ডা:অচ্যুত বৈশ্যক নিলম্বনৰ নিৰ্দেশনা পত্ৰ ৰাজ্যৰ স্বাস্থ্য সচিবলৈ

Flutist Dipak Sarma:বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা পাঁচ লাখ টকাৰ অনুদান

Dr. Sangita Dutta Dna Test:

অৱশেষত ডি এন এ টেষ্টৰ বাবে জি এম চি এইছত ডা:সংগীতা দত্তক আজি পানবজাৰ মহিলা আৰক্ষীয়ে পুনৰ হাজিৰ কৰে ৷ ফৰেনছিক লেবলৈ লৈ যোৱাৰ পাছতে ড০ সংগীতাৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰে চিকিৎসকে। বুধবাৰেও ডি এন এ টেষ্টৰ বাবে জি এম চি এইছলৈ লৈ যোৱা হৈছিল যদিও স্বাস্থ্যৰ অসুস্থতাৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰিব নোৱাৰিলে চিকিৎসকে।

ADVERTISEMENT

উল্লেখ্য যে তোলনীয়া কণমানি শিশুক পাশৱিক নির্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা চিকিৎসক সংগীতা দত্তক বুধবাৰে জি এম চি এইচলৈ আৰক্ষীয়ে অনাৰ সময়ত মঞ্চস্থ কৰে এখন কৌশলী নাটক ৷
তোলনীয়া সন্তানক পাশৱিক অত্যাচাৰ চলাবলৈ হাত নকঁপা সংগীতাৰ ভয় বেজীলৈ ৷

দুপৰীয়া ভাগত ডি এন এৰ তেজৰ নমুনা ল’বৰ বাবে ডা:সংগীতা দত্তক পানবজাৰ মহিলা আৰক্ষী নিৱেশৰ লকাপৰ পৰা অনা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷ কিন্ত ডা:সংগীতাই বেজিলৈ ভয় লাগে বুলি কৈ তেজৰ নমুনা দিয়াৰ পৰা বিৰত থাকি এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে ৷

পাছত বাহনত উঠাই চিকিৎসালয় চৌহদৰ পৰা প্ৰস্থানৰ সময়ত আৰক্ষী কটকটীয়া বেহুৰ মাজত সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত চিঞৰি চিঞৰি কয়,মোক বচাওক, মই একো কৰা নাই…’ নিজকে নির্দোষী সজোৱাৰ চেষ্টা সংগীতাৰ ৷
‘মই ষড়যন্ত্ৰৰ বলী হৈছো৷ সুনীতা চাংকাকতিৰ স’তে মোৰ বনকৰা যুৱতী একাংশ আৰক্ষীৰে মিলি আছে ৷’ চি পিক সাক্ষাৎ কৰিব বিচৰাৰ কথাও প্ৰকাশ কৰে ধৃত সংগীতাই ৷

আনহাতে,শুক্ৰবাৰে আৰক্ষীয়ে পুনৰ আদালতত হাজিৰ কৰিব ডা:সংগীতা দত্তক ৷ উল্লেখ্য যে,ভদ্ৰতাৰ মুখা পিন্ধি, হাইপ্রফাইল ব্যক্তিৰে ফটো তুলি অভিজাত্য জাহিৰ কৰি অহা মহানগৰীৰ ‘চেলিব্রেটি’ চিকিৎসক দম্পতীয়ে দুই শিশুৰ ওপৰত চলোৱা অকথ্য নিৰ্যাতনৰ ঘটনাৰ তদন্ত যিমানেই আগবাঢ়ি গৈছে, দৈনিক পোহৰলৈ অহা ন ন তথ্যই সকলোকে হতচকিত কৰি তুলিছে।

সমাজক নৈতিকতাৰ পাঠ দি অহা ধৃত মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্ত আৰু চিকিৎসক স্বামী ৱালিউল ইছলামে বৰ্তমানলৈ আৰক্ষীৰ তদন্তত পূৰ্ণ সহযোগিতা আগবঢ়োৱা নাই যদিও দুই বনকৰা যুৱতী মহিলাই কিদৰে শিশুদ্বয়ৰ ওপৰত পাশবিক নির্যাতন চলোৱা হৈছিল সেই সমগ্ৰ ঘটনা তদন্তকাৰী আৰক্ষীৰ সন্মুখত বর্ণনা কৰিছে।

উল্লেখ্যযোগ্য পল্টনবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত বিহাবাৰিস্থিত আৰ্য হাস্পতালৰ সমীপৰ ৰ’মা এনক্লেভত থকা চিকিৎসক দম্পতীৰ বাসগৃহত বিগত তিনি মাহৰ আগতে কামত যোগদান কৰিছিল ধৃত দুই বনকৰা যুৱতী মহিলাই। ইয়াৰে লক্ষী ৰয় নামৰ

মহিলাগৰাকীয়ে তিনি মাহৰ আগতে বনকৰা মহিলা হিচাপে যোগদান কৰিছিল আৰু মহিলাগৰাকীয়ে শিশুদ্বয়ক নির্যাতন চলোৱাৰ কথা মুকলিকৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। সম্প্রতি মহিলাগৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে আৰুমঙলবাৰে আৰক্ষীয়ে আনগৰাকী বনকৰা যুৱতী কাবাই(১৯)ক গ্ৰেপ্তাৰ কৰাৰ পাছতে আৰু বহু ন ন তথ্য পোহৰলৈ আহে।

আৰক্ষীয়ে সদৰী কৰা অনুসৰি, কাবাই এগৰাকী নগা যুৱতী আৰু দুমাহৰ পূৰ্বে চিকিৎসক দম্পতীৰ ঘৰত বনকৰা মহিলাৰূপে নিয়োজিত হৈছিল। এই কাৰাইৰ লগ লাগিয়েই ঘৰত ডাঃ সংগীতাই শিশুদ্বয়ৰ ওপৰত অকথ্য নির্যাতন চলাইছিল।
মঙলবাৰে তদন্তকাৰী আৰক্ষীয়ে চিকিৎসক দম্পতীৰ বাসগৃহৰ পৰা চিচি টিভিৰ তথ্য সংগ্ৰহ কৰিছিল আৰু এই চিচি টিভি ফুটেজত শিশুদ্বয়ৰ ওপৰত চলোৱা অবর্ণনীয় দৃশ্য বন্দী হৈ আছে।

উল্লেখ্য যে চিকিৎসক দম্পতীয়ে নিজৰ যমজ সন্তান বুলি দাবী কৰি অহা শিশুদ্বয়ৰ ওপৰত চলাই অহা এই নিৰ্যাতনৰ ঘটনা যোৱা পাঁচ মে’ত পোহৰলৈ আহিছিল। চাৰে তিনিবছৰীয়া কন্যা শিশুটিক বাসগৃহৰ ছাদৰ ওপৰত প্ৰখৰ ৰ’দত বান্ধি থোৱা অৱস্থাত স্থানীয় লোক আৰু স্বেচ্ছাসেৱী সংগঠনৰ তৎপৰতাত পল্টনবজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ পাছতে প্ৰতিজন নাগরিককে হতচকিত কৰি তোলা ঘটনা পোহৰলৈ আহিছিল।

কন্যা শিশুটিৰ ওপৰত চলোৱা ঘটনাৰ ওপৰত ভিত্তি কৰি ল’ৰা শিশুটিকো আৰক্ষী উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱাত দুয়োটি শিশুক অকথ্য নির্যাতনৰ চলোৱাৰ লগতে যৌন নির্যাতন চলোৱাৰ ভয়ংকৰ দিশ পোহৰলৈ আহিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পক্স’ আৰু শিশু ন্যায় আইনৰ অধীনত দুটাকৈ গোচৰ ৰুজু কৰি পৰ্যায়ক্রমে শিশুদ্বয়ে দেউতা বুলি সম্বোধন কৰা ডাঃ ইছলাম, বনকৰা মহিলা ৰয়, ‘মা’ বুলি সম্বোধন কৰা ডাঃ সংগীত আৰু কালি কাবাই নামৰ দ্বিতীয়গৰাকী বনকৰা যুৱতীক গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰে বনকৰা মহিলা ৰয়ক বাদ দি আন তিনি ধৃত সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে আৰু তিনিওকে উচ্চপদস্থ আৰক্ষী বিষয়া, অপৰাধ শাখাই মাৰাথন জেৰা অব্যাহত ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DNA TestDRGMCHSangita Dutta
publisher

publisher

Related Posts

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত
Assam

মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত

September 10, 2026
কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ
Assam

কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d