Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sangita Dutta Case Update :জি এম চি এইছত ডা:সংগীতা দত্তৰ নাটক !

তোলনীয়া সন্তানক পাশৱিক অত্যাচাৰ চলাবলৈ হাত নকঁপা সংগীতাৰ ভয় বেজীলৈ, ডি এন এৰ তেজৰ নমুনা ল'বলৈ নিদিলে চিকিৎসকক, মোক বচাওক, মই একো কৰা নাই...' নিজকে নির্দোষী সজোৱাৰ চেষ্টা সংগীতাৰ

publisher by publisher
May 10, 2023
in Assam, Crime, India, News
Reading Time: 4 mins read
0
Sangita Dutta Case Update :জি এম চি এইছত ডা:সংগীতা দত্তৰ নাটক !
5
SHARES
52
VIEWS
ShareShareShareShare

RelatedPosts

GMCH ৰ পৰা সন্ধানহীন কৰ্কট ৰোগী!

GMCH Principal:জিএমচিএইচৰ অধ্যক্ষ ডা:অচ্যুত বৈশ্যক নিলম্বনৰ নিৰ্দেশনা পত্ৰ ৰাজ্যৰ স্বাস্থ্য সচিবলৈ

Flutist Dipak Sarma:বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা পাঁচ লাখ টকাৰ অনুদান

Sangita Dutta Case Update :

তোলনীয়া কণমানি শিশুক পাশৱিক নির্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা চিকিৎসক সংগীতা দত্তক বুধবাৰে জি এম চি এইচলৈ আৰক্ষীয়ে অনাৰ সময়ত মঞ্চস্থ কৰে এখন কৌশলী নাটক ৷ তোলনীয়া সন্তানক পাশৱিক অত্যাচাৰ চলাবলৈ হাত নকঁপা সংগীতাৰ ভয় বেজীলৈ ৷
দুপৰীয়া ভাগত ডি এন এৰ তেজৰ নমুনা ল’বৰ বাবে ডা:সংগীতা দত্তক পানবজাৰ মহিলা আৰক্ষী নিৱেশৰ লকাপৰ পৰা অনা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷ কিন্ত ডা: সংগীতাই বেজিলৈ ভয় লাগে বুলি কৈ তেজৰ নমুনা দিয়াৰ পৰা বিৰত থাকি এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে ৷

ADVERTISEMENT

পাছত বাহনত উঠাই চিকিৎসালয় চৌহদৰ পৰা প্ৰস্থানৰ সময়ত আৰক্ষী কটকটীয়া বেহুৰ মাজত সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত চিঞৰি চিঞৰি কয়,মোক বচাওক, মই একো কৰা নাই…’ নিজকে নির্দোষী সজোৱাৰ চেষ্টা সংগীতাৰ ৷

‘মই ষড়যন্ত্ৰৰ বলী হৈছো ৷ সুনীতা চাংকাকতিৰ স’তে মোৰ বনকৰা যুৱতী একাংশ আৰক্ষীৰে মিলি আছে ৷’ চি পিক সাক্ষাৎ কৰিব বিচৰাৰ কথাও প্ৰকাশ কৰে ধৃত সংগীতাই ৷

আনহাতে আৰক্ষী জিন্মাত থকা সংগীতা দত্তৰ স্বামী ডা:ৱালিউল ইছলামক আদালতত বুধবাৰে পুনৰ হাজিৰ কৰে পল্টন বজাৰ আৰক্ষীয়ে ৷

উল্লেখ্য যে,ভদ্ৰতাৰ মুখা পিন্ধি, হাইপ্রফাইল ব্যক্তিৰে ফটো তুলি অভিজাত্য জাহিৰ কৰি অহা মহানগৰীৰ ‘চেলিব্রেটি’ চিকিৎসক দম্পতীয়ে দুই শিশুৰ ওপৰত চলোৱা অকথ্য নিৰ্যাতনৰ ঘটনাৰ তদন্ত যিমানেই আগবাঢ়ি গৈছে, দৈনিক পোহৰলৈ অহা ন ন তথ্যই সকলোকে হতচকিত কৰি তুলিছে।

সমাজক নৈতিকতাৰ পাঠ দি অহা ধৃত মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্ত আৰু চিকিৎসক স্বামী ৱালিউল ইছলামে বৰ্তমানলৈ আৰক্ষীৰ তদন্তত পূৰ্ণ সহযোগিতা আগবঢ়োৱা নাই যদিও দুই বনকৰা যুৱতী মহিলাই কিদৰে শিশুদ্বয়ৰ ওপৰত পাশবিক নির্যাতন চলোৱা হৈছিল সেই সমগ্ৰ ঘটনা তদন্তকাৰী আৰক্ষীৰ সন্মুখত বর্ণনা কৰিছে।

উল্লেখ্য যে পল্টনবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত বিহাবাৰিস্থিত আৰ্য হাস্পতালৰ সমীপৰ ৰ’মা এনক্লেভত থকা চিকিৎসক দম্পতীৰ বাসগৃহত বিগত তিনি মাহৰ আগতে কামত যোগদান কৰিছিল ধৃত দুই বনকৰা যুৱতী মহিলাই। ইয়াৰে লক্ষী ৰয় নামৰ

মহিলাগৰাকীয়ে তিনি মাহৰ আগতে বনকৰা মহিলা হিচাপে যোগদান কৰিছিল আৰু মহিলাগৰাকীয়ে শিশুদ্বয়ক নির্যাতন চলোৱাৰ কথা মুকলিকৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। সম্প্রতি মহিলাগৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু মঙলবাৰে আৰক্ষীয়ে আনগৰাকী বনকৰা যুৱতী কাবাই(১৯)ক গ্ৰেপ্তাৰ কৰাৰ পাছতে আৰু বহু ন ন তথ্য পোহৰলৈ আহে।

আৰক্ষীয়ে সদৰী কৰা অনুসৰি, কাবাই এগৰাকী নগা যুৱতী আৰু দুমাহৰ পূৰ্বে চিকিৎসক দম্পতীৰ ঘৰত বনকৰা মহিলাৰূপে নিয়োজিত হৈছিল। এই কাৰাইৰ লগ লাগিয়েই ঘৰত ডাঃ সংগীতাই শিশুদ্বয়ৰ ওপৰত অকথ্য নির্যাতন চলাইছিল।
মঙলবাৰে তদন্তকাৰী আৰক্ষীয়ে চিকিৎসক দম্পতীৰ বাসগৃহৰ পৰা চিচি টিভিৰ তথ্য সংগ্ৰহ কৰিছিল আৰু এই চিচি টিভি ফুটেজত শিশুদ্বয়ৰ ওপৰত চলোৱা অবর্ণনীয় দৃশ্য বন্দী হৈ আছে।

উল্লেখ্য যে চিকিৎসক দম্পতীয়ে নিজৰ যমজ সন্তান বুলি দাবী কৰি অহা শিশুদ্বয়ৰ ওপৰত চলাই অহা এই নিৰ্যাতনৰ ঘটনা যোৱা পাঁচ মে’ত পোহৰলৈ আহিছিল। চাৰে তিনিবছৰীয়া কন্যা শিশুটিক বাসগৃহৰ ছাদৰ ওপৰত প্ৰখৰ ৰ’দত বান্ধি থোৱা অৱস্থাত স্থানীয় লোক আৰু স্বেচ্ছাসেৱী সংগঠনৰ তৎপৰতাত পল্টনবজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ পাছতে প্ৰতিজন নাগককে হতচকিত কৰি তোলা ঘটনা পোহৰলৈ আহিছিল।

কন্যা শিশুটিৰ ওপৰত চলোৱা ঘটনাৰ ওপৰত ভিত্তি কৰি ল’ৰা শিশুটিকো আৰক্ষী উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱাত দুয়োটি শিশুক অকথ্য নির্যাতনৰ চলোৱাৰ লগতে যৌন নির্যাতন চলোৱাৰ ভয়ংকৰ দিশ পোহৰলৈ আহিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পক্স’ আৰু শিশু ন্যায় আইনৰ অধীনত দুটাকৈ গোচৰ ৰুজু কৰি পৰ্যায়ক্রমে শিশুদ্বয়ে দেউতা বুলি সম্বোধন কৰা ডাঃ ইছলাম, বনকৰা মহিলা ৰয়, ‘মা’ বুলি সম্বোধন কৰা ডাঃ সংগীত আৰু কালি কাবাই নামৰ দ্বিতীয়গৰাকী বনকৰা যুৱতীক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰে বনকৰা মহিলা ৰয়ক বাদ দি আন তিনি ধৃত সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে আৰু তিনিওকে উচ্চপদস্থ আৰক্ষী বিষয়া, অপৰাধ শাখাই মাৰাথন জেৰা অব্যাহত ৰাখিছে।

নগা বনকৰা যুৱতীৰে মিলি দুই শিশুক অকথ্য নির্যাতন চলাইছিল ডাঃ সংগীতাই ৰহাবাৰীস্থিত ৰ’মা এনক্লেভৰ ফ্লেটতে দুই শিশুক পাশবিক নির্যাতন চলাইছিল মাতৃৰূপিসংগীতাই। অৱশ্যে জেৰাত এই কথা ডাঃ সংগীতাই স্বীকাৰ কৰা নাই যদিও ধৃত বনকৰা যুৱতীয়ে আৰক্ষীৰ আগত এই স্বীকাৰোক্তি দিছে।

সামান্য কথাতে দুই শিশুক ডাঃ সংগীতাই দিছিল অবর্ণনীয় চৰম শাস্তি। আৰক্ষীৰ জেৰাত বনকৰা যুৱতীৰ স্বীকাৰোক্তি, শিশুদ্বয়ে দুষ্ট কৰিলেই মেডামে বহুত মাৰধৰ কৰে। মোক গৰম পানী কৰিবলৈ কয় আৰু মেডামে গাত ঢালি দিয়ে। ইস্ত্ৰি গৰম কৰিবলৈ কয় আৰু তাৰ পাছত গাত লগাই দিয়ে।

বিছনাত প্ৰস্ৰাৱ কৰিলে, গুপ্তস্থানত জলকীয়া লগাই দিয়ে।’ উল্লেখ্য যে আৰক্ষীয়ে জব্দ কৰা চিচি টিভির ফুটেজতো বহু ঘটনা পোহৰলৈ আহিছে। বিশেষকৈ শিশুদ্বয়ক যদি কিবা খাবলৈ দিয়া হয়। আৰু সেয়া নাখাই যদি শিশুদ্বয়ে উকালি দিয়ে, সেই বমিকে শিশুদ্বয়ক খাবলৈ বাধ্য কৰাইছিল ডাঃ সংগীতাই। যদি শিশুদ্বয়ে খাবলৈ অমান্তি হয়, উল্লিখিত ব্যৱস্থাৰে শাস্তি প্ৰদান কৰা হৈছিল বুলি তদন্তকাৰী আৰক্ষীয়ে সদৰী কৰিছে। দুই সন্তানক লৈ সন্তুষ্ট নাছিল নেকি অভিজাত দম্পতী।

ইফালে, ভুক্তভোগী শিশুদ্বয়ে তেওঁলোকক পিতৃ-মাতৃয়ে চলোৱা নিৰ্যাতনৰ সন্দৰ্ভত আৰক্ষীৰ সন্মুখত বৰ্ণনা কৰিছে। পিতৃ-মাতৃয়ে কিয় এনে কৰে বুলি শীৰ্ষ আৰক্ষীয়ে প্রশ্ন কৰোতে শিশুদ্বয়ে তেওঁলোকে দুষ্ট কাম কৰে বাবেই বান্ধি ৰাখে বুলিও স্বীকাৰ কৰিছে। সমান্তৰালভাৱে বনকৰা যুৱতীৰ ভাষা অনুসৰি, অভিজাত চিকিৎসক দম্পতীক সন্তানৰ প্ৰয়োজন আছিল যদিও শিশুদ্বয়ক লৈ তেওঁলোক সুখী নাছিল।

কি কাৰণত চিকিৎসক দম্পতীয়ে এনে ঘৃণনীয় কাৰ্য সংঘটিত কৰিলে। বৰ্তমানলৈ আৰক্ষীৰ তদন্তত স্পষ্টাক ধৃত চিকিৎসক দম্পতীয়ে মুখ খোলা নাই যদিও আৰক্ষীৰ সন্দেহ যে চিকিৎসক দম্পতীয়ে তেওঁলোকৰ আভিজাত্য নিজেই সামাজিক মাধ্যমত বিভিন্ন সময়ত জাহিৰ কৰি আহিছে। এটা অভিজাত পৰিয়ালে নিজৰ সন্তান যিদৰে হোৱাটো বিচাৰে, হয়তো দুই সন্তানক তেনেদৰে পোৱা নাছিল।

ফলত দুয়োৰে ওপৰত এইদৰে নির্যাতন চলোৱা হৈছিল। অৱশ্যে এই দিশ এতিয়াও স্পষ্ট হোৱা নাই বুলি আৰক্ষী সূত্ৰই সদৰী কৰে। উল্লেখ্য যে নিজৰ আইভিএফ নষ্ট হোৱাৰ পাছত এক বিশেষ মহিলাৰ পৰা এই দুই সন্তানক লৈ আনিছিল বুলি জেৰাত সংগীতাই স্বীকাৰ কৰিছে। এই দুই সন্তান কাৰ আৰু ক’ৰ পৰা আনিছিল তথা প্ৰকৃত পিতৃ-মাতৃ কোন এই কথাও নাজানে বুলি স্বীকাৰ কৰিছিল।

ফলত শিশুদ্বয় ডাঙৰ হৈ অহাৰ লগে লগে যিদৰে বিচাৰিছিল, সেইদৰে নোহোৱাৰ বাবেও এনে ঘটনা সংঘটিত হোৱাৰ অৱকাশ আছে। অন্যথা কি এনে কাৰণ থাকিব পাৰে যে শিশুদ্বয়ক এনে অবর্ণনীয় নির্যাতন চলাব পাৰে? আৰক্ষীৰ তদন্ততহে এই সমগ্র ঘটনা পোহৰলৈ আহিব।

আনহাতে, শিশুদ্বয়ক পাশৱিক নির্যাতন চলোৱাৰ সময়ত ব্যৱহৃত বহু সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিছে। বনকৰা যুৱতীৰ স্বীকাৰোক্তি ভিত্তিত আৰক্ষীয়ে কে’বাবাৰো বাসগৃহত অভিযান চলাই সামগ্ৰীসমূহ জব্দ কৰিবলৈ সক্ষম হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DNA TestDr.Sangita Dutta CaseGMCH
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d