Protest In Rabha Orgranaigation :এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

বকোত তিনি ৰাভা সংগঠনৰ উত্তাল প্ৰতিবাদ, হত্যাকাৰীক শীঘ্ৰেই কৰায়ত্ত কৰিবলৈ চৰকাৰক দাবী সংগঠনকেইটাৰ৷

pratest

Protest In Rabha Orgranaigation :

বকোৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তৰাৰ প্ৰতিবাদ ৰাভা জাতীয় সংগঠন আৰছুৰ প্ৰতিবাদী সমদল। হাতে হাতে বেনাৰ, ফেষ্টুন,প্লেকাৰ্ড লৈ পুৰুষ মহিলা নিৰ্বিশেষে কেইবাশতাধিক প্ৰতিবাদকাৰীৰ অংশ গ্ৰহণ।

ADVERTISEMENT

অসম চৰকাৰৰ IC জোনমণি ৰাভাৰ হত্যাৰ তদন্তৰ CBI ক প্ৰদান,দোষীক দৃষ্টান্তমূলক শাস্তি, পৰিয়ালক এক কোটি টকা সাহাৰ্য আৰু চৰকাৰী কৰ্মসংস্থানৰ ব্যৱস্থাৰ দাবীত বকোত প্ৰতিবাদ।

কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা,ৰাভ মহিলা পৰিষদ,ষষ্ঠ অনুসূচীত দাবী সমিতিৰ প্ৰতিবাদ। বকো আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয় প্ৰাংগনৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বকো ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত প্ৰতিবাদী সমদল। বকো ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত উত্তাল প্ৰতিবাদ।

তিনিটাকৈ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ বকো ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ

Exit mobile version