Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Karnataka New Cm:কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী ৰূপে ছিদ্দাৰামাইয়াৰ নামত মোহৰ কংগ্ৰেছ হাইকামাণ্ডৰ

উপ-মুখ্যমন্ত্ৰীৰ ৰূপে ডি.কে. শিৱকুমাৰ , ২০ মে'ত কান্তি ৰাও ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠান

publisher by publisher
May 18, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Karnataka New Cm:কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী ৰূপে ছিদ্দাৰামাইয়াৰ নামত মোহৰ কংগ্ৰেছ হাইকামাণ্ডৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

ভেকচিনৰ পাৰ্শ্বক্ৰিয়াত বৃদ্ধি পাইছে হৃদৰোগত মৃত্যুৰ সংখ্যা ! তদন্তৰ নির্দেশ কর্নাটকৰ মুখ্যমন্ত্রীৰ

Free Electricity:ভাৰাতীয়াও লাভ কৰিব ২০০ ইউনিট বিনামূলীয়া বিদ্যুৎ !

Karnataka New Cm:

অৱশেষত সকলো উৎকণ্ঠাৰ যেন অন্ত পৰিল । অৱশেষত নিশ্চিত হ’ল কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ নাম। চাৰি দিন ধৰি চলা মাৰাথন আলোচনাৰ পাছত বৃহস্পতিবাৰে সন্ধিয়া কংগ্ৰেছ হাইকামাণ্ডে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব মুখ্যমন্ত্ৰীৰ নাম।একেদৰে ছিদ্দাৰামাইয়াক মুখ্যমন্ত্ৰী আৰু ডি কে শিৱকুমাৰক উপ-মুখ্যমন্ত্ৰী হিচাপে ঘোষনা কৰিব কংগ্ৰেছে ।

ADVERTISEMENT

উল্লেখ্য যে,কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছৰে পৰা যোৱা চাৰিদিন ধৰি ৰাজ্য খনৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব এই সন্দৰ্ভত নতুন দিল্লীৰ ১০ নং জনপথত ব্যাপক তৎপৰতা অব্যাহত আছিল ৷

এনে প্ৰেক্ষাপটৰ মাজতে মুখ্যমন্ত্ৰীত্বৰ দুই দাবী দাৰৰ অন্যতম জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী
ছিদ্দাৰামাইয়াক হাইকামাণ্ডে নতুন দিল্লীলৈ তলৱ কৰাৰ পাচত বিগত তিনিদিন ধৰি দিল্লীত বাহৰ পাতি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ স’তে ঘনে ঘনে বৈঠকত মিলিত হোৱাৰ পাছতে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰ ১০ নং জনপথত সাক্ষাৎ কৰে ছিদ্দাৰামাইয়াই ৷

আনহাতে বুধবাৰে মুখ্যমন্ত্ৰীৰ আন এজন শক্তিশালী দাবীদাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি.কে. শিৱকুমাৰেও কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ স’তে এক বৈঠকত মিলিত হোৱাৰ পাছতে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীক সুকীয়া সুকীয়াকৈ ১০ নং জনপথত সাক্ষাৎ কৰে ৷

কিন্ত আবেলি পৰ্যন্ত মুখ্যমন্ত্ৰীৰ নামত মোহৰ মাৰিব পৰা নাই কংগ্ৰেছ হাইকামাণ্ডে ৷ দুয়োজনে মুখ্যমন্ত্ৰীত্বৰ পদৰ বাবে আকোৰগোজ হৈ থাকে ৷ যাৰবাবে হাইকামাণ্ড-এ চুড়ান্ত সিদ্ধান্ত লোৱাত বিলম্ব হৈছে ৷ আনকি কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠকত ৫০-৫০ ফৰ্মুলাক লৈ আলোচনা চলে ৷

জ্যেষ্ঠ কংগ্ৰেছৰ নেত্ৰী ছোনীয়া গান্ধী,ৰাহুল গান্ধী,প্ৰিয়ংকা গান্ধী,কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে সহ জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ উপস্থিতিৰে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত মুখ্যমন্ত্ৰীত্বৰ দাবীদাৰ দুয়োজনক মুখামুখিকৈ বহাই এক চুড়ান্ত সিদ্ধান্তত উপনিত হ’বৰ বাবে কুজকাৱাজ তীব্ৰ কৰি তুলিছিল নিশালৈ সেই অনুসৰি দুয়োজনকে মুখামুখি বহাই মতামত লয় ৷

বুধবাৰে নিশাৰ ভাগত ছবি স্পষ্ট হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল ৷ সেই অনুসৰি কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ নাম একপ্ৰকাৰ চুড়ান্ত কৰা হৈছে ৷ মাত্ৰ আনুষ্ঠানিকতা বাকী ৷

ছিদ্দাৰামাইয়াক মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি.কে. শিৱকুমাৰক উপ-মুখ্যমন্ত্ৰী বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ হাইকামাণ্ডে ৷ একেদৰে শিৱকুমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপেও নিজৰ দায়িত্ব নিৰ্বাহ কৰিব ৷

মনকৰিবলগীয়া যে, ২০ মে’ত কান্তি ৰাও ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব । এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী আৰু উপ -মুখ্যমন্ত্ৰী সহ ১০ জন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Congress High CommandDcm SivkumarKarnataka New CmSiddaramaiah
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d