Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

    ৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Rabha Mahila Parishad Pressmeet :কামৰূপ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সংবাদমেল নিখিল ৰাভা মহিলা পৰিষদৰ

অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমনি ৰাভাৰ মৃত্যুৰ তদন্ত চিবিআইক অৰ্পনৰ দাবী, বকোৰ বিএচএফ জোৱান ধৃতাশ্ৰী ৰাভাৰ মৃত্যুৰ তদন্তৰ দাবী

publisher by publisher
May 17, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Rabha Mahila Parishad Pressmeet :কামৰূপ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সংবাদমেল নিখিল ৰাভা মহিলা পৰিষদৰ
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Rabha Mahila Parishad Pressmeet :

 অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যু তদন্ত চিআইডিৰ পৰিবৰ্তে চিবিআইক অৰ্পনৰ দাবী জনাই আজি আৰছু’ৰ নিখিল ৰাভা মহিলা পৰিষদে এখন সংবাদ মেলাৰ আয়োজন কৰে।

ADVERTISEMENT

বকোস্থ কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয় প্ৰাংগনত নিখিল ৰাভা মহিলা পৰিষদৰ উপ সভানেত্ৰী বিচিত্ৰা ৰাভা, কামৰূপ জিলা মহিলা পৰিষদৰ উপ সভানেত্ৰী সাধনা ৰাভা,কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উপ সভাপতি মণ্টু ৰাভা,সা: সম্পাদক অশোক নংবাগ,সহঃ সম্পাদক জিতুল ৰাভা,শিক্ষা সচিব অনুপ ৰাভা,কাৰ্যালয় সম্পাদক ভূপেন ৰাভা প্ৰমূখ্যে ৰাভা জাতীয় সংগঠনৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে ৷

উল্লেখযোগ্য যে,অসম আৰক্ষীৰ উপ পৰিদৰ্শক তথা নগাঁও জিলাৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী উত্থাপন কৰি দুধনৈৰ লগতে বকোত সুকীয়া ভাবে সংবাদ মেলৰ আয়োজন কৰে ৰাভা জাতীয় সংগঠন নিখিল ৰাভা ছাত্ৰ সন্থাই।

বকোত নিখিল ৰাভা মহিলা পৰিষদে সংবাদমেল আয়োজন কৰি অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমনি ৰাভাক মৃত্যু সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ সংবাদমেলত নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা,সা: সম্পাদিকা কবিতা ৰাভাই ১৬মে’ত অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ খবৰ বিভিন্ন সামাজিক আৰু সংবাদ মাধ্যমৰ জৰিয়তে জ্ঞাত হোৱাৰ কথা সদৰি কৰে উপস্থিত সাংবাদিক সকলৰ আগত।

বিভিন্ন উৎস আৰু সংবাদ মাধ্যমৰ বাতৰি প্ৰত্যক্ষ কৰি ইয়াক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰে। একেদৰে প্ৰকৃত তথ্য উদ্ঘাটন কৰিবলৈ নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন আছে বুলিও উল্লেখ কৰে। ইতিমধ্যে অসম আৰক্ষীয়ে তদন্তৰ দায়িত্ব চিআইডিক অৰ্পন কৰিছে যদিও নিখিল ৰাভা মহিলা পৰিষদে প্ৰয়াত জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰকৃত সত্য উদ্ঘাটন কৰিবলৈ সমগ্ৰ ঘটনাৰ দায়িত্ব চিবিআইক দিবলৈ অসমৰ মুখ্যমন্ত্ৰী গৰাকীক আহ্বান জনাই।

সংবাদমেলত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আনন্দ ৰাভাই উপস্থিত থাকি জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ অসম আৰক্ষীয়ে গ্ৰহণ কৰা ভূমিকা ৰহস্যময় আৰু সন্দেহজনক বুলি ক্ষোভ প্ৰকাশ কৰি কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থায়েও জোনমণিৰ মৃত্যুৰ তদন্ত  চিআইডিৰ পৰিৱৰ্তে চিবিআইক অৰ্পনৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দাবী জনায় ৷

অনুৰূপ ধৰণে সংবাদমেলখনত ৰাভা জাতীয় সংগঠনৰ বিষয়ববীয়া সকলে বকোৰ ডাকুৱাপাৰা নিৱাসী সীমান্ত সুৰক্ষা বাহিনীত কৰ্মৰত প্ৰয়াত ধৃতাশ্ৰী ৰাভাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত আজিলৈকে নকৰাৰ অভিযোগ উত্থাপন কৰে।

কোচবিহাৰত প্ৰায় ৬ মাহ ধৰি খেলৰ প্ৰশিক্ষণ লৈ থকা অৱস্থাতে বকোৰ ধৃতাশ্ৰী ৰাভাক যোৱা ২০মাৰ্চত হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰছুয়ে। আৰছু’ৰ কামৰূপ জিলাৰ সভাপতি গৰাকীয়ে চিবিআইৰ জৰিয়তে প্ৰয়াত ধৃতাশ্ৰী ৰাভাৰ মৃত্যুৰ উচিত তদন্ত উদ্ঘাটন কৰি হত্যাকাৰীক চিনাক্ত কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BokoPressmeetRabha Mahila ParishadSI Junmoni Rabha Dead
publisher

publisher

Related Posts

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

September 27, 2026
ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন
Assam

ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

September 27, 2026
কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা
Assam

কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

September 27, 2026
কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী
Assam

কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

September 27, 2026
৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী
Assam

৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d