Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Junmoni Mother Visit Nagaon:জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত বিচাৰি মাতৃয়ে তৰিব গোচৰ

নগাঁও আৰু জখলাবন্ধা থানাত দিব এজাহাৰ, নগাৱঁলৈ ৰাওনা দুৰ্ভগীয়া মাতৃ সহ পৰিয়ালৰ লোক, ৰহস্যজনক মৃত্যুক লৈ ঘনে ঘনে সলনি হৈছে দৃশ্যপট, চি বিআইৰ তদন্তৰ দাবী দুৰ্ভগীয়া মাতৃ সুমিত্ৰা ৰাভাৰ

publisher by publisher
May 19, 2023
in India, Assam, Crime, News
Reading Time: 3 mins read
0
Junmoni Mother Visit Nagaon:জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত বিচাৰি মাতৃয়ে তৰিব গোচৰ
2
SHARES
18
VIEWS
ShareShareShareShare

Junmoni Mother Visit Nagaon:

একমাত্র কন্যা আৰক্ষী বিষয়া জোনমণি ৰাভাক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল বুলি বাৰে বাৰে দুৰ্ভগীয়া মাতৃ সুমিত্ৰা ৰাভাই দাবী কৰি অহাৰ মাজতে শুক্ৰবাৰে মাতৃ গৰাকীয়ে পৰিয়াল সহ উপস্থিত হয় নগাঁৱত ৷ জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত বিচাৰি মাতৃ গৰাকীয়ে এজহাৰ দাখিল কৰিব নগাঁও আৰু জখলাবন্ধা থানাত ৷

ADVERTISEMENT

কন্যাক হেৰুৱাই মানসিকভাৱে ভাগি পৰা জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাৰ মুখত বাৰে বাৰে উচ্চাৰিত হৈছে অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ নাম। জোনমণিৰ মৃত্যুৰ কাৰণ বাহ্যিক দৃষ্টিত এক দুর্ঘটনা যদিও প্রতিমূহূৰ্তত আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ দৃশ্যপট সলনি হৈছে আৰু পৰিয়ালে দাবী কৰা ধৰণেই পৰিকল্পিত হত্যাকাণ্ডৰ দিশে ঘটনাই গতি কৰিছে।

RelatedPosts

‘ৰ’জ ডে’ উদ্‌যাপন কৰি বিপদত পৰিল মহিলা ! মহিলাগৰাকীৰ বিৰুদ্ধে FIR

Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰ আৰু শাক-পাচলি বজাৰত আয়ুক্ত দেৱাশিষ শৰ্মাৰ চাডেন ভিজিট

হাৰিয়ানাত বৃদ্ধি পাইছে গৰ্ভপাতৰ প্ৰৱণতা, থানাত দাখিল ১২০টা FIR

ঘটনাৰ দৃশ্যপট যিমানেই সলনি হৈছে, সিমানেই শয্যাগত জোনমণিৰ মাতৃয়ে চিঞৰি উঠিছে, ‘জোনক সিঁহতি হত্যা কৰিছে। মাতি নি তাইক মাৰি পেলালে। চিআইডি নহয়, চিবিআইৰ তদন্ত দিয়ক।’

উল্লেখ্য যে মহানগৰীৰ কাহিলীপাৰাৰ দক্ষিণগাঁৱৰ শিৱপুৰৰ জোনমণিৰ ঘৰলৈ আজিও বিভিন্নজনৰ সোঁত অব্যাহত থাকে। বিভিন্ন দল- সংগঠনৰ নেতৃত্বই জোনমণিৰ মাতৃক সাক্ষাৎ কৰাৰ সময়তো তেওঁ কন্যাক সম্পূৰ্ণ পৰিকল্পিতভাৱে হত্যা কৰা হ’ল বুলি অভিযোগ কৰিছে ৷

“দৈনিক অগ্রদুত ‘ক মাতৃ সুমিত্ৰাই এই সমগ্ৰ ঘটনাত নগাঁৱৰ উচ্চ পদস্থ আৰক্ষী বিষয়া জড়িত থকাৰ অভিযোগ কৰি কয়, এয়া কোনো দুর্ঘটনা বা আত্মহত্যাৰ ঘটনা নহয়, জোনমণিক হত্যা কৰা হৈছিল। এতিয়া লাহে লাহে কথাবোৰ ওলাইছে। চিআইডিয়ে তদন্ত কৰিছে, কৰক; কিন্তু এই ঘটনা চিবিআইক তদন্ত কৰিবলৈ দিয়ক।’

একেদৰে জোনমণিৰ অসুস্থ ভ্রাতৃ কৰুণা ৰাভায়ো এই সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি ঘটনাৰ চিবিআই নতুবা ন্যায়িক তদন্তৰ দাবী জনায়। চিআইভিৰ তদন্তত পৰিয়ালটোৱে কিছু সকাহ লাভ কৰিছে যদিও এই তদন্তই ঘটনাৰ ৰহস্য কিমানলৈ ভেদ কৰিব পাৰিব সেই লৈ পৰিয়ালটোৱে সন্দেহ প্ৰকাশ কৰিছে।

বিশেষকৈ চিআইডিৰ যিজন বিষয়াক তদন্তৰ দায়িত্ব দিয়া হৈছে, সেই বিষয়াজনে এসময়ত বৰ্তমানৰ নগাঁৱৰ আৰক্ষী অধীক্ষকৰ তলত কাম কৰিছিল বুলি উল্লেখ কৰি পৰিয়ালৰ লোকে কয়, ‘মেডাম বুলি সম্বোধন কৰি সেই বিষয়াজনে কিদৰে সোধ-পোছ কৰিব? কেইদিনমান চাই লওঁ আৰু চিবিআইৰ তদন্ত ঘোষণা নকৰিলে আমি নিজাববীয়াকৈ ন্যায়ালয়ৰ কাষ চাপিম।

‘ উল্লেখ্য যে জোনমণিৰ মৃত্যুৰ ঘটনা এক গভীৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰাৰ সময়তে মাতৃগৃহৰ লগতে অঞ্চলটোত দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ হোৱা বুলি বিষয়টোরে চর্চা লাভ কৰিছে।বৃহস্পতিবাৰে জোনমণিৰ বাসগৃহত উপস্থিত থকা বিভিন্ন লোকৰ মাজত হোৱা চৰ্চা অনুসৰি, নগাঁও আৰু লখিমপুৰ জিলাৰ আৰক্ষীৰ মাজত থকা সংঘাতৰ ফলতেই হয়তো জোনমণি ৰাভাই প্ৰাণ হেৰুৱাবলগীয়া ঘটনা সংঘটিত হোৱাৰ অৱকাশ আছে।

প্রতি প্রতিমূহূৰ্তত সলনি হোৱা ঘটনাৰ দৃশ্যপটলৈ চাই লোকসকলে চোৰাং নকল সোণ বেহাক লৈ দুয়োখন জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ লগত সুত্রপাত হোৱা সংঘাতেই ইয়াৰ মূল কাৰণ বুলি সন্দেহ প্ৰকাশ কৰিছে। শীৰ্ষ আৰক্ষীৰ বিষয়াৰ নির্দেশ নাথাকিলে এখন জিলাৰ পৰা গৈ আন এখন জিলাত অভিযান চলোৱাটো থানা পৰ্যায়ৰ এগৰাকী বিষয়াৰ বাবে সহজ নহয় বুলিও বিভিন্নজনে মত প্রকাশ কৰিছে।

ফলশ্ৰুতিত জিলা শীৰ্ষ বিষয়াই জোনমণিক ব্যৱহাৰ কৰিছিল আৰু দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ হ’ল বুলি বহুতে মন্তব্য কৰে। ফলত এই সমগ্ৰ ঘটনাৰ ৰহস্যৰ ভেদ কৰিবলৈ ন্যায়িক তদন্ত নাইবা চিবিআইৰ তদন্ত দাবী কৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসীয়ে। উল্লেখ্য যে অহা ৩০ মে’ত জোনমণিৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে।

চিবিআই তদন্তৰ দাবী কৰিলে যুৱ-ছাত্ৰ পৰিষদে একেটা বিভাগৰ অধীনত থকা উচ্চ পদস্থ আৰক্ষী বিষয়াক চিআইডিয়ে কিমান জবাবদিহি কৰিবলৈ সক্ষম হ’ব, ইয়াক লৈ প্রশ্ন উত্থাপন কৰি সমগ্ৰ ঘটনা চিবিআইৰ তদন্তৰ দাবী কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ।

পৰিষদৰ সভাপতি পলাশ চাংমাইৰ নেতৃত্বত এটা সঁজাতী দলে জোনমণিৰ বাসগৃহত উপস্থিত হৈ দুৰ্ভগীয়া পৰিয়ালটোৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। পৰিয়ালটোৰ স’তে বাৰ্তালাপ কৰাৰ অন্তত সভাপতি চাংমায়ে সমগ্র ঘটনা চিবিআইৰ তদন্তৰ দাবী কৰি কয়, ‘প্রতি মুহূৰ্তত ঘটনাৰ দৃশ্যপট সলনি হৈছে আৰু ইয়াৰ অন্তৰালত কি অন্তর্নিহিত হৈ আছে সেই কথা অসমৰ ৰাইজে জানিব বিচাৰিছে।

লগতে পৰিয়ালটোৱে ন্যায় পোৱতো উচিত। সমান্তৰালভাৱে ঘটনাৰ তদত্ত চিআইডিক অৰ্পণ কৰা কৰা হৈছে। আনহাতে, ঘটনাত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ নাম পৰিয়ালে লৈ আছে। গতিকে চিআইডি অসম আৰক্ষীৰ অন্তৰ্গত এটা সংস্থা। ফলত এই সংস্থাই অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ ওপৰত কিমান জবাবদিহি কৰিব পাৰিব সেয়া সন্দেহৰ আৱৰ্তত।

গতিকে পৰিয়ালটোক ন্যায্যতা দিবৰ কাৰণে আৰু অসমৰ জনতাই সময়ে সময়ে যি দৃশ্যপট দেখি আহিছে, আটাইখিনি নির্মূল হ’ব কাৰণে চিবিআইৰ তদন্তৰ দাবী জনাইছো।’ বাসগৃহত ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ দল

আনহাতে, জোনমণিৰ দক্ষিণগাঁৱস্থিত বাসগৃহত উপস্থিত হয় ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ এটা দল। আয়োগৰ সদস্য শান্তনু ভৰালীৰ নেতৃত্বত যোৱা সাতজনীয়া দলটোৱে জোনমণিৰ মাতৃৰ স’তে বাৰ্তালাপ কৰি পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে।

লগতে আয়োগে মাতৃৰ ভাষ্য বাণীবদ্ধ কৰি আনে। সদস্য ভৰালীয়ে গৃহ বিভাগে ঘটনাৰ সঠিক তদন্ত কৰিব বুলি জোনমণিৰ মাতৃক আশ্বাস প্ৰদান কৰি কয় যে আয়োগে ঘটনাৰ সন্দৰ্ভত বৰ্তমানলৈ কোনো গোচৰ পঞ্জীয়ন কৰা নাই যদিও আৰক্ষী অধীক্ষক অনিল শৰ্মাক ঘটনাৰ স্থান পৰিদৰ্শন কৰাৰ লগতে সংশ্লিষ্ট ব্যক্তিক সাক্ষাৎ কৰি তথ্য সংগ্ৰহৰ দায়িত্ব দিয়া হৈছে। পৰিয়ালটোৱে ন্যায় লাভ কৰিব বুলি তেওঁ আশ্বাস প্ৰদান কৰে।

একেদৰে নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত জোনমণিৰ মৃত্যুৰ ঘটনা ৰহস্যজনক আখ্যা দিছে ৰাইজৰ দলে। দলটোৰ সভাপতি তথা বিধায়ক অখিল গগৈ, কার্যকৰী সভাপতিদ্বয় ভাস্কো ডি শ‍ইকীয়া আৰু কবীন্দ্ৰ চেতিয়া ফুকনে এই ঘটনা এক সাধাৰণ পথ দুৰ্ঘটনাৰ পৰিবৰ্তে এক পৰিকল্পিত হত্যাকাণ্ড হ’ব পাৰে বুলি মত ব্যক্ত কৰিছে।

কালি দলটোৰ এটা সঁজাতী দলে ৰাভাৰ বাসগৃহলৈ গৈ মাতৃ, ভাতৃ আৰু পৰিয়ালৰ আনসকলক সাক্ষাৎ কৰি সমগ্ৰ ঘটনাৰ গভীৰতা বুজি লৈ এয়া এক বৃহৎ ষড়যন্ত্ৰৰ অংশ বুলি সন্দেহ প্ৰকাশ কৰিছে। যাৰ ফলত এই সমগ্ৰ ঘটনাৰ তদন্তৰ দ্বায়িত্ব চিবিআইলৈ হস্তান্তৰৰ দাবী জনাইছে দলটোৱে।

এই ঘটনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বায়িত্বত থকা গৃহ বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাই দিলে বুলি দলটোৱে এক প্ৰেছ বাৰ্তাত উল্লেখ কৰিছে। ৰহস্যজনক মৃত্যুৰ ঘটনা চিবিআইৰ তদন্তৰ দাবী আপৰ

ৰাভাৰ মৃত্যুৰ ঘটনা চিবিআইৰ তদন্তৰ দাবী কৰিছে আম আদমি পার্টি, অসমে। এক প্ৰেছ বাৰ্তাত দলটোৱে দুখন জিলাৰ আৰক্ষীৰ মাজত সহযোগিতাৰ নথকা আৰু চোৰাং নকল সোণ, নকল টকাৰ প্ৰসংগ ঘটনাত সাঙুৰ খাই পৰাৰ পাছতে এই মৃত্যু অতি ৰহস্যজনক বুলি উল্লেখ কৰি এই সমগ্ৰ ঘটনাৰ তদস্ত শীঘ্ৰে চিবিআইৰ হাতত অৰ্পণ কৰিবলৈ দাবী জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: FIRJakhalabandhajunmoni MotherNagonPolice StationSI Junmoni Rabha Dead
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d