Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

    India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

    ৰাজৌৰীত শত্ৰুৰ গোলাবৰ্ষণত নিহত কাশ্মীৰী বিষয়া !

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Palashbari Visit Sarbanandra Sonowal:পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মির্জাত ‘মহাজনসম্পর্ক অভিযানৰ   অংশ হিচাপে আয়োজিত ভাৰতীয় জনতা পাৰ্টিৰ বিশাল জনসভাত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

"কংগ্ৰেছ চৰকাৰৰ ষাঠি বছৰীয়া অপশাসনকাল আৰু বিজেপি চৰকাৰৰ বিগত ৯ বছৰৰ সুশাসনকালৰ মাজত তুলনা কৰিলেই দেশৰ উন্নয়নৰ প্ৰতিচ্ছবিখন জলজল্- পটপট্ হৈ পৰে"

publisher by publisher
June 10, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Palashbari Visit Sarbanandra Sonowal:পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মির্জাত ‘মহাজনসম্পর্ক অভিযানৰ    অংশ হিচাপে আয়োজিত ভাৰতীয় জনতা পাৰ্টিৰ বিশাল জনসভাত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল
3
SHARES
33
VIEWS
ShareShareShareShare

Palashbari Visit Sarbanandra Sonowal:

ADVERTISEMENT

কংগ্ৰেছ চৰকাৰৰ ষাঠি বছৰীয়া অপ শাসনকাল আৰু বিজেপি চৰকাৰৰ বিগত ৯ বছৰৰ শাসনকালৰ মাজত তুলনা কৰিলেই দেশৰ উন্নয়নৰ প্ৰতিচ্ছবিখন জলজল-পটপট্‌ হৈ পৰে। কংগ্ৰেছে যিবোৰ উন্নয়নমূলক কাম ষাঠি বছৰতো কৰিব নোৱাৰিলে, মোদীৰ নেতৃত্বাধীন আমাৰ বিজেপি চৰকাৰে তেনে অনেক কাম মাত্র ৯ বছৰতে কৰি দেখুৱাইছে ৷

RelatedPosts

Union Minister Sarbananda Sonowal Visit Advantage Assam2.0: এডভান্টেজ আছাম ২.০-ত অন্তিম দিনাৰ সন্মিলনত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে ৪,৮০০ কোটি টকাৰ বিনিয়োগৰ ঘোষণা সৰ্বানন্দ সোণোৱালৰ

Inland water transport terminal opened at Jogighopa: যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

Union Minister Sarbananda Sonowal:এখন জনকল্যাণকামী, দূৰদৰ্শী আৰু বিকশিত তথা আত্মনিৰ্ভৰ ভাৰতৰ আধাৰশিলাক ত্বৰান্বিত কৰিব কেন্দ্রীয় বাজেট ২০২৫-২৬-: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

যোৱা ৯টা বছৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বাধীন বিজেপি চৰকাৰে সেৱা, সুশাসন আৰু সমৰ্পণেৰে দেশৰ সৰ্বস্তৰৰ লোকৰে হৃদয় জয় কৰিছে। আমাৰ চৰকাৰৰ কল্যাণকামী পদক্ষেপসমূহৰ ফলশ্ৰুতিত জনগণৰ আস্থা-বিশ্বাস আৰু সমৰ্থন বিজেপিৰ প্ৰতি সদায়েই বৃদ্ধি পাই আহিছে।”

sarbananda 2পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মিৰ্জাত ‘মহা জনসম্পর্ক অভিযান‘ৰ অংশ হিচাপে আজি আয়োজিত ভাৰতীয় জনতা পাৰ্টিৰ বিশাল জনসভাত কেন্দ্রীয় মন্ত্রী তথা বিজেপি নেতা সৰ্বানন্দ সোণোৱালে এই বক্তব্য আগবঢ়ায়।

আজি ৰাইজৰ অকুণ্ঠ উৎসাহ-উদ্দীপনা আৰু ব্যাপক সঁহাৰি প্ৰত্যক্ষ কৰি তেখেত অভিভূত হৈ পৰে। ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সক্ৰিয় ভূমিকা পালনেৰে এখন আত্মনিৰ্ভৰ ভাৰত তথা অসম গঢ়াৰ দিশত ঐক্যবদ্ধভাৱে অৰিহণা যোগাবলৈ দলীয় কার্যকৰ্তা তথা জনগণক সোণোৱালে আহ্বান জনায়।

সৰ্বানন্দ সোণোৱালে কয়, “কংগ্ৰেছৰ নীতি আছিল শোষণ, লুণ্ঠন আৰু বিভাজন, যাৰ ফলত সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ- সৰ্বানন্দ সোণোৱালে কয়, “কংগ্ৰেছৰ নীতি আছিল শোষণ, লুণ্ঠন আৰু বিভাজন, যাৰ ফলত সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ- পূৰ্বাঞ্চল যথেষ্ট পিছপৰি আছিল।

sarbananda4উত্তৰ-পূর্বাঞ্চলক কংগ্ৰেছে যথেষ্ট অৱহেলা কৰাৰ লগতে যাতায়াত-যোগাযোগ বিচ্ছিন্নপ্রায় কৰি ৰাখিছিল। সমন্বয় সাধনতো ব্যাঘাত জন্মাই কংগ্ৰেছে কেৱল নিজৰ স্বার্থসিদ্ধি পূৰণত আৰু এটা বিশেষ পৰিয়ালক সন্তুষ্টি কৰাতহে নিমগ্ন আছিল। দেশৰ উন্নয়ন আছিল তেওঁলোকৰ বাবে গৌণ কথা।

তাৰ বিপৰীতে, নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত শাসনভাৰ লোৱাৰপৰাই সমগ্ৰ দেশত উন্নয়নৰ এক নৱজাগৰণৰ সৃষ্টি হৈছে। ২০৪৭ চন অর্থাৎ ভাৰতৰ স্বাধীনতাপ্রাপ্তিৰ ১০০ বছৰৰ ভিতৰত, চলিত এই অমৃতকালত মোদীয়ে দেশক আত্মনিৰ্ভৰ কৰাৰ সপোন ৰচিছে। সেই সপোন আজি বিভিন্ন ক্ষেত্ৰত বাস্তৱায়িত হ’বলৈ ধৰিছে। মোদীৰ দূৰদৃষ্টি ফলশ্রুতিতেই দেশবাসীৰ দীৰ্ঘদিনীয়া আশা-আকাংক্ষাবোৰ বাস্তৱায়িত হৈছে।

শেহতীয়াকৈ ভাৰতে ইউ কে-ক পিছপেলাই বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতি হিচাপে উজলি উঠিছে, যিটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়। শেহতীয়াকৈ বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলেও মোদীক উষ্ম প্ৰশংসাৰে উপচাই দিয়াটো ভাৰতৰ বাবে এক আনন্দৰ বতৰা।

মোদীৰ বলিষ্ঠ নেতৃত্বত দেশৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত হোৱাৰ ফলত যুৱপ্ৰজন্ম আৰু মহিলা, বয়োজ্যেষ্ঠ, উদ্যমী, কৃষকসকলৰ লগতে জনজাতীয় লোকসকলৰ সৰলীকৰণ সম্ভৱপৰ হৈ উঠিছে। গ্রাম্য অর্থনীতিও এতিয়া ন-ৰূপত উজলি উঠিছে আৰু কৃষি তথা আনুষংগিক ক্ষেত্ৰসমূহৰ লগতে উদ্যোগীকৰণ, তথ্য-প্রযুক্তি আদি দিশসমূহে যথেষ্ট গতিশীলতা লাভ কৰিছে।

sarbananda3মোদীৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ বাবেই এই নতুন ভাৰতৰ নিৰ্মাণ সম্ভৱ হৈছে, যত প্ৰতিটো পৰিয়ালৰ জীৱন যাপনৰ মান উন্নত কৰাত সবাতোকৈ অগ্ৰাধিকাৰ দিয়া হৈছে। তেখেতে মূল্যবোধৰ আধাৰত ভাৰতৰ ৰূপান্তৰৰ অনিৰুদ্ধ যাত্রা গঢ় দিছে, যাৰ ফলত ভাৰত বিশ্বগুৰু হোৱাৰ দিশে ক্ষিপ্ৰতাৰে আগবাঢ়িছে।”

তদুপৰি, সোণোৱালে কয়, “অহা বছৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। সেয়েহে চৰকাৰৰ কল্যাণকামী আঁচনি আৰু কাম- কাজসমূহৰ ব্যাপক প্ৰচাৰেৰে আৰু দলৰ সাংগঠনিক শক্তি বিস্তাৰিত কৰি কাৰ্যকৰ্তাসকলে অগ্রণী ভূমিকা ল’ব লাগিব । কার্যকৰ্তাসকল হৈছে আমাৰ চালিকাশক্তি।

এই চালিকাশক্তিয়ে এতিয়াৰপৰাই নিৰ্বাচনৰ কথা লক্ষ্য ৰাখি প্ৰস্তুতি তুংগত কৰিব লাগিব। লোকসভাৰ নিৰ্বাচনত বিজেপিয়ে যাতে অসমত পূর্বতকৈও অধিক আসন লাভ কৰিব পাৰে, তাৰ বাবে কাৰ্যকৰ্তাসকলে ৰণনীতি অনুযায়ী কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷

জন সম্পর্ক অভিযানক শক্তিশালী ৰূপ দি জনতাৰ হৃদয়ত বিজেপিৰ স্থান নিগাজী কৰি ল’বলৈ কাৰ্যকৰ্তাসকলে সমর্পিত সেৱাৰে আগুৱাই যাব লাগিব। জন সম্পর্ক সুদৃঢ় হোৱা মানেই সমাজ আৰু দল শক্তিশালী হোৱা, সমাজ আৰু দল শক্তিশালী হোৱা মানেই ৰাষ্ট্ৰ শক্তিশালী হোৱা।”

“প্রধানমন্ত্রীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিগত ৯টা বছৰৰ যাত্ৰা হৈছে ভাৰতৰ সংকল্পৰপৰা সিদ্ধিলৈ এক অভিনৱ যাত্রা। মোদীৰ সবল নেতৃত্বত সৰ্বাংগীণ উন্নয়নৰ এই জয়যাত্রা অব্যাহত ৰাখি আমাৰ বিজেপি চৰকাৰে দেশখনক উন্নয়নৰ আন এক নতুন শিখৰত উপনীত কৰিব বুলি বদ্ধপৰিকৰ মোদীৰ সদিচ্ছা আৰু দূৰদৰ্শিতাৰ বাবেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলে উন্নয়ন আৰু স্থায়ী শান্তিৰ নতুন ৰেঙণি দেখিবলৈ পাইছে।

এন ই অর্থাৎ উত্তৰ-পূৰ্বাঞ্চল এতিয়া কেৱল এটা অঞ্চল নহয়, এয়া হৈছে নতুন ভাৰতৰ এন ই অর্থাৎ নতুন ইঞ্জিন ৷ মোদী দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী, যিয়ে এতিয়ালৈকে ৫০ বাতকৈও অধিক উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে। ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ পাছতেই দিল্লী-দিছপুৰৰ দূৰত্ব হ্ৰাস কৰাত মোদীয়ে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। সেয়েহে আমি উত্তৰ-পূববাসী তেখেতৰ ওচৰত চিৰকৃতজ্ঞ।”- সোণোৱালে লগতে উল্লেখ কৰে ।

জনসভাখনত লগতে উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় উপ- সভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহ-প্ৰভাৰী পৱন শৰ্মা, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, গুৱাহাটীৰ সাংসদ কুইন ওজা, বিধায়কসকল  সিদ্ধার্থ ভট্টাচার্য, অতুল বৰা, হেমাংগ ঠাকুৰীয়া, সুমন হৰিপ্ৰিয়াৰ উপৰি দলীয় বিষয়ববীয়াসকল।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam BJPeetingJana Sampark AbhiyanMirzaPublic MUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে
News

Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

May 10, 2025
India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ
India

India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

May 10, 2025
ৰাজৌৰীত শত্ৰুৰ গোলাবৰ্ষণত নিহত কাশ্মীৰী বিষয়া !
India

ৰাজৌৰীত শত্ৰুৰ গোলাবৰ্ষণত নিহত কাশ্মীৰী বিষয়া !

May 10, 2025
আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 
India

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d