Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Indian Railways : নতুন বছৰত ভাৰতলৈ উপহাৰ পৰিৱেশবান্ধৱ হাইড্র’জেন ৰে’ল

publisher by publisher
January 3, 2023
in India, News
Reading Time: 2 mins read
0
Indian Railways : নতুন বছৰত ভাৰতলৈ উপহাৰ পৰিৱেশবান্ধৱ হাইড্র’জেন ৰে’ল
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Vande Bharat Train : এইবাৰ আৰম্ভ হ’ব বন্দে ভাৰত মেট্ৰ’ সেৱা ৰে’লক প্ৰস্তাৱ প্ৰধামন্ত্ৰীৰ

Indian Railways :

বন্দে ভাৰতৰ পাছত প্রযুক্তিগত অধিক উন্নয়ন হ’ব ৰে’লত । নতুন বছৰত ভাৰতত চলিব হাইড্র’জেন ট্রেইনৰ (Hydrogen Train) চকা । ভাৰতীয় ৰে’লে (Indian Ralways) প্ৰদূষণ নিয়ন্ত্রণৰ বাবে বিভিন্ন উদ্যোগ গ্ৰহণ কৰি আহিছে । যাৰ ফলত ডিজেনচালিত ইঞ্জিনৰ পৰিৱর্তে সম্পূর্ণ দেশীয় প্রযুক্তিত প্ৰস্তুত হাইড্র’জেন ট্রেইন চলিব এইবাৰ ।

ADVERTISEMENT

ইয়াৰ পূৰ্বে ৰে’ল মন্ত্ৰণালয়ে ২০২৩ত হাইড্ৰ’জেন ৰে’ল ৰোল হ’ব বুলি ইংগিত দিছিল।পূৰ্বেই ৰে’ল মন্ত্রণালয়ৰ তৰফৰ পৰা ইংগিত পোৱা গৈছিল যে, ২০২৩ত হাইড্র’জেন ৰে’ল আৰম্ভ হ’ব । এই ৰেলখন কেনেকুৱা, কিমান বেগেৰে চলিব বা কেইটা ডবা আছে সেই বিষয়ে জানি মানুহৰ আগ্ৰহ বাঢ়িছে ।

চলিত বছৰত হাৰিয়ানাৰ শোনপতৰ পৰা জিন্দ ৮৯ কিলোমিটাৰৰ ৰুটত প্রথম এই ট্রেইন চলিব । হাইড্র’জেন ট্রেইন অন্যান্য ট্রেইনৰ দৰে বৃহৎ আকাৰৰ নহ’ব । ডবাৰ সংখ্যা সৰ্বাধিক ছয়ৰ পৰা আঠটা হ’ব ।

এই ৰে’লখন ঘণ্টাত সর্বাধিক ১৪০ কিলোমিটাৰ বেগত চলিব । এই ক্ষেত্রত ব্যয় হ্ৰাস পোৱাৰ লগতে পৰিৱেশ প্ৰদূষণ ৰোধ হ’ব । সমূদ্রৰ পানীৰ পৰা সহজেই প্ৰস্তুত কৰিব পৰা যাব হাইড্র’জেন, যাৰ যোগান অফুৰন্ত ।

হাইড্র’জেন ৰে’লক ২০২৩ত ভাৰতৰ নৱবর্ষৰ উপহাৰ বুলি জনাইছে ৰে’ল । এখন কেৱল মাত্র জার্মানিতেই হাইড্র’জেন চালিত ট্রেইন দেখা গৈছে । এইবাৰ সেই ট্রেইন দেখা যাব ভাৰততো ।

কেৱল ৰে’ল প্ৰস্তুতে নহয়, ট্রেক মেনেজমেন্ট ছিষ্টেমক লৈও ভাৰতে কাম কৰি আছে । যাতে ছেমি হাইস্পিড ট্রেনবোৰ সহজেই চলিত হয় । জার্মানীত প্রায় ১৪ খন হাইড্র’জেন ট্রেইন আছে । যাৰ বাবে প্রতি বছৰে দেশখনৰ প্রায় ১৬ লাখ লিটাৰ ডিজেল ৰেহাই হয় বুলি জানিব পৰা গৈছে ।

জার্মানীৰ হাইড্র’জেন ট্রেইনবোৰৰ গতি ঘণ্টাত সৰ্বাধিক ১৪০ কিলোমিটাৰ । জার্মানীত চালিত হাইড্র’জেন ৰে’লখনৰ ৰং নীলা । ই সম্পূৰ্ণ পৰিৱেশবান্ধৱ ।

দুটা কোঠালি বিশিষ্ট ট্রেইনখন দেখিবলৈও ধুনীয়া । জার্মানীৰ হাইড্র’জেনচালিত ৰে’ল প্ৰস্তুত কৰিছে ফ্রান্সৰ টিজিভি মেকাৰ সংস্থা এলষ্টমে । এই ৰে’লৰ ইন্ধন পুনৰ ব্যৱহাৰ কৰিব পাৰি । ইয়াৰ উপৰি ৰে’লখনত অতিৰিক্ত শক্তি সঞ্চয় কৰি ৰাখিবৰ বাবে অতিক্ষমতা সম্পন্ন ইঅ’ন বেটাৰী আছে ।

য’ৰ পৰা কোনো প্ৰদূষিত গেছ নহয়, কেৱল মাত্র পানী আৰু বাষ্প নিৰ্গত হয় । হাইড্র’জেন ৰে’লৰ টেংক যদি সম্পূর্ণ ভৰ্তি থাকিলে ই এহেজাৰ কিলোমিটাৰ পর্যন্ত যাত্রা কৰিব পাৰে । ইতিমধ্যে ইটালী, কানাডা, ডেনমার্ক, ব্রিটেইন, নেদাৰলেণ্ডছ এই ট্রেইন আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে ।

ইয়াৰ পূৰ্বে হয়তো ভাৰততো চলিব হাইড্র’জেন ট্রেইন । হাইড্র’জেন ট্রেইন ৰাজ্যৰ বিভিন্ন ঠাইত পর্যটনমুখী কৰি চলালে বহু লোক উপকৃত হ’ব বুলি ধাৰণা কৰিছে ৰে’লকৰ্মীসকলৰ একাংশ‌ই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Hydrogen TrainIndian Ralways
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d