Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm Himanta Viswa Sarma:২৮ হাজাৰ বুথত ৩০ লক্ষাধিক কার্যকৰ্তাৰ অংশগ্ৰহণ “মন কী বাতে” ৰাষ্ট্ৰক নতুন গতিপথ দিছে : মুখ্যমন্ত্রী

publisher by publisher
April 30, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Cm Himanta Viswa Sarma:২৮ হাজাৰ বুথত ৩০ লক্ষাধিক কার্যকৰ্তাৰ অংশগ্ৰহণ “মন কী বাতে” ৰাষ্ট্ৰক নতুন গতিপথ দিছে : মুখ্যমন্ত্রী
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

Blood Donation Camp:ৰক্তদানেৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি ৰাজ্যিক বিজেপিৰ

Guwahati:আউটছোর্চিং নিষিদ্ধ হ’ল মাধ্যমিক শিক্ষানুষ্ঠানত

Cm Himanta Viswa Sarma:

সমগ্ৰ দেশৰ লগতে অসমতো ভাৰতীয় জনতা পার্টিয়ে এক উৎসৱ মুখৰ পৰিৱেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১০০ সংখ্যক “মন কী বাত” অনুষ্ঠান শ্ৰৱণ কৰে। ৰাজ্যৰ ২৮ হাজাৰতকৈ অধিক বুথত লাখ লাখ কাৰ্যকৰ্তাৰ উপস্থিতিত “মন কী বাত” অনুষ্ঠান আয়োজিত হয়।

ADVERTISEMENT

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, কেন্দ্রীয় মন্ত্রীদ্বয় সর্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলী, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শ‍ইকীয়া, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শৰ্মা, ৰাজ্য চৰকাৰৰ প্ৰতিজন মন্ত্রী, বিধায়ক, সাংসদ তথা দলৰ ৰাজ্যিক বিষয়ববীয়া সকলো নিৰ্ধাৰিত বুথত উপস্থিত থাকি “মন কী বাত” অনুষ্ঠান শ্রৱণ কৰে।

উল্লেখযোগ্য যে দলৰ গুৱাহাটী মহানগৰ জিলাৰ ৰাজধানী মণ্ডলৰ অন্তৰ্গত ২০৬,২২১ আৰু ২২৮ নম্বৰ বুথৰ উদ্যোগত বিজেপি অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী” ভৱনত “মন কী বাত” অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই, ৰাজ্যিক উপ সভাপতি অশোক ভট্টাৰায়, কোষাধক্ষ্য ৰাজকুমাৰ শৰ্মাৰ লগতে দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ক্ৰমে ৰাজেন গোহাঁই আৰু ৰমেন ডেকা উপস্থিত থাকে।

এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা বহু কেইগৰাকী বিশিষ্ট লোকো বিশেষভাৱে উপস্থিত থাকি অনুষ্ঠানৰ শোভাবর্ধন কৰে। উল্লেখযোগ্য যে বিশিষ্টা লিখিকা নম্রতা দত্তই “মন কী বাত”ৰ ওপৰত যুগুত কৰা গ্ৰন্থ এখনি  মুখ্যমন্ত্ৰীক প্ৰদান কৰে। বিজেপি অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত দলৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই এই তথ্য সদৰী কৰিছে।

“তৃণমূল পৰ্যায়ত সমাজ পৰিৱৰ্তনৰ বাবে নিজৰ জীৱন উচৰ্গা কৰা লোকৰ কাহিনী, নতুন চিন্তাৰ উদ্রেগকাৰী ধাৰণাৰ আদান-প্ৰদান কৰাকে ধৰি সদায় ন ন বিষয়ৰে দেশবাসীক অনুপ্ৰেৰণা যোগান ধৰি “মন কী বাত”ৰ জৰিয়তে প্রধানমন্ত্ৰীয়ে নতুন ভাৰতৰ নিৰ্মাণৰ বাবে দেশবাসীক একতাৰ দোলেৰে বান্ধি আগবঢ়াই লৈ গৈছে”- এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১০০ সংখ্যক “মন কী বাত” অনুষ্ঠান নতুন চিন্তাৰ কৰাৰ পিছতেই এনেদৰে মত পোষণ কৰে মুখ্যমন্ত্ৰীয়ে। ড০ শৰ্মাৰ মতে “মন কী বাতে” দেশৰ সাধাৰণ মানুহক সৰ্বাধিক প্ৰভাৱিত আৰু অনুপ্রাণিত কৰিছে। অনুষ্ঠানত উপস্থিত থকা দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই “মন কী বাত”কার্যক্রমে দেশত ইতিবাচক পৰিৱেশ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি বৰ্ণনা কৰে।

প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ডিব্ৰুগড় জিলাৰ পূব মণ্ডলৰ অন্তৰ্গত ১৬১ নম্বৰ বুথত উপস্থিত থাকি “মন কী বাত”ৰ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰে। নতুন ভাৰতৰ দিশ নিৰ্ণয়ৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ “মন কী বাত” অনুষ্ঠানে এক নির্ণায়ক গতিপথ দেশবাসীক দিছে বুলি সৰ্বানন্দ সোণোৱালে মত পোষণ কৰে। আনহাতে নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাঙ্গনত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শ‍ইকীয়া, গুৱাহাটী মহানগৰীৰ গোটানগৰস্থিত শ্ৰী শ্ৰী শংকৰদেৱ সত্ৰৰ প্ৰাঙ্গনত সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী দুলীয়াজন বিধানসভা সমষ্টিৰ অন্তৰ্গত হুগ্ৰীজানৰ ৭৯ নম্বৰ বুথত উপস্থিত থাকি “মন কী বাত” অনুষ্ঠানৰ অংশীদাৰ হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm Himanta Biswa SarmaGuwahatiMaan ki BaatState Office
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d