Fake Currency Seized:মহানগৰীৰ হেঙেৰাবাৰীত আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চৰ অভিযান

জাল নোট চক্ৰ উৎখাত

fake note

Fake Currency Seized:

মহানগৰীত আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চৰ অভিযান ৷ অভিযানত উৎখাত জাল নোট চক্ৰ ৷ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পমখেদি হেঙেৰাবাৰী নৱোদয় পথত এটা বাসগৃহত অভিযান চলাই জাল নোটসহ জাল নোট তৈয়াৰ কৰা মেচিন জব্দ কৰে৷

ইয়াৰ লগতে জব্দ কৰে সক্ৰিয় ৭০ হাজাৰ ৫০০ টকা আৰু এক লাখ ২৫ হাজাৰ টকাৰ জাল নোট জব্দ কৰে ৷

আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই নকল টকা প্ৰস্তুতকাৰী ক্ৰমে ৰুবুল আলী আৰু ইমদাদুৰ ৰহমানক ৷

ইতিমধ্যে ধৃত নকল নোট প্ৰস্তুতকাৰী দুটাক অধিক তথ্যৰ বাবে আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চে জেৰা অব্যাহত ৰাখিছে।

Exit mobile version