Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Durand Cup:তিনি আগষ্টৰ পৰা ১৩২ সংখ্যক ডুৰাণ্ড কাপ ফুটবল

গুৱাহাটীত উপস্থিত নেপালৰ ত্ৰিভুন আৰ্মি ফুটবল ক্লাব

publisher by publisher
July 29, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Durand Cup:তিনি আগষ্টৰ পৰা ১৩২ সংখ্যক ডুৰাণ্ড কাপ ফুটবল
3
SHARES
27
VIEWS
ShareShareShareShare

Durand Cup:

ADVERTISEMENT

আসন্ন ১৩২ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত অংশ লোৱাৰ বাবে আজি আহি গুৱাহাটীত উপস্থিত হৈছে নেপালৰ ত্ৰিভুন আৰ্মি ফুটবল ক্লাব। অৱসৰপ্ৰাপ্ত লেফটেন্ট কর্ণেল বসন্ত ৰাজ গুৰুঙৰ অধীনত অহা ২২ জনীয়া নেপাল দলটোক ভাৰতীয় বায়ু সেনাৰ এখন বিশেষ বিমানৰে গুৱাহাটীলৈ অনা হয় আৰু হোটেল ৰেডিছন ব্লুত গামোছা আৰু জাপি পিন্ধাই অসমীয়া পৰম্পৰাৰে সদস্যসকলক আদৰণি জনাই ভাৰতীয় সেনাই।

RelatedPosts

CRPF Established Day :মহানগৰীৰ সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত চিআৰপিএফৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

PM Assam Visit :আজি পুনৰ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ প্রধানমন্ত্রী

Bagurumba Dance:১৭ জানুৱাৰীত বাগৰুম্বাৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ

ভাৰতীয় সেনাই আয়োজন কৰা এছিয়া মহাদেশৰ সবাতোকৈ প্রাচীন ফুটবল প্রতিযোগিতা ডুৰাণ্ড কাপ অহা তিনি আগষ্টৰ পৰা আৰম্ভ হ’ব।

অসমৰ ফুটবলপ্রেমীৰ বাবে সুখৰ খবৰ যে ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ খেল ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে অসমত অনুষ্ঠিত হ’ব। এইবাৰ গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত প্রতিযোগিতাৰ দুটা গ্ৰুপৰ মেচ অনুষ্ঠিত হোৱাৰ লগতে প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ’ব ডুৰাণ্ড কাপৰ এটা গ্ৰুপৰ খেল।

আনহাতে, গুৱাহাটী আৰু কোকোৰাঝাৰে আয়োজন কৰাৰ দায়িত্ব লাভ কৰিছে এখনকৈ কোৱাৰ্টাৰ ফাইনেলো। ইফালে, অহা তিনি আগষ্টত কলকতাত ডুৰাণ্ড কাপৰ উদ্বোধনী মেচৰ লগতে তিনিটা গ্রুপৰ খেল তথা দুখন কোৱাৰ্টাৰ ফাইনেল, ছেমিফাইনেল আৰু তিনি ছেপ্টেম্বৰত যুৱভাৰতী স্টেডিয়ামত ডুৰাণ্ড কাপৰ ফাইনেল অনুষ্ঠিত হ’ব।

২৭ বছৰ পাছত বিদেশী দল হিচাপে এইবাৰ ডুৰাণ্ড কাপ খেলিব নেপাল আৰু বাংলাদেশৰ সেনাৰ ফুটবল দলে। আজি বাংলাদেশৰ দলটোও কলকাতাত উপস্থিত হৈছে।

নেপালে আৰ্মিয়ে অহা ন আগষ্টত কোকোৰাঝাৰত দিল্লী এফ চিৰ বিৰুদ্ধে প্রথম মেচ খেলাৰ পাছত গ্রুপ ‘ই’ত স্থান লাভ কৰা দলটোৱে বাকী দুখন মেচ গুৱাহাটীত খেলিব ১৪ আগষ্টত চেন্নাইয়ান এফ চিৰ বিৰুদ্ধে আৰু ২২ আগষ্টত হায়দাবাদ এফ চিৰ বিৰুদ্ধে।

durand cup 2আমাৰ বাবে ডুৰাণ্ড কাপত অংশ লোৱাটো এক গৌৰৱ। আমি প্রতিযোগিতাৰ সন্মান ৰক্ষা কৰি নিজৰ শ্ৰেষ্ঠখিনি খেলিবলৈ চেষ্টা কৰিম।’ গুৱাহাটীত এইদৰে কয় নেপাল আৰ্মিৰ অধিনায়ক নাৰায়ং শ্রীস্থাই। উল্লেখ্য যে নেপাল জাতীয় দল হৈ ৪৩ খন মেচ খেলা শ্রীস্থাই কেৰিয়াৰত আঠটা আন্তর্জাতিক গ’ল কৰিছে।

অহা চাৰি আগষ্টৰ পৰা গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী স্টেডিয়ামত অনুষ্ঠিত হ’ব ডুৰাণ্ড কাপৰ গ্রুপ ‘ডি’ আৰু ‘ই’ৰ মুঠ ১০ খনকৈ মেচৰ লগতে এখন কোৱাৰ্টাৰ ফাইনেল।

আনহাতে, অহা পাঁচ আগষ্টৰ পৰা কোকোৰাঝাৰত হ’ব গ্রুপ ‘এফ’ৰ ছখন মেচৰ লগতে গ্রুপ ‘ডি’ আৰু ‘ই’ ৰ দুখন মেচ তথা এখন কোৱাৰ্টাৰ ফাইনেলসহ মুঠ নখন মেচ। এইবাৰ প্রতিযোগিতাত দুটা বিদেশী দলসহ অংশ লৈছে ২৪ টা ক্লাবে। অসমৰ প্ৰথম দলৰূপে ইতিহাস গঢ়ি এইবাৰ ডুৰাণ্ড কাপ খেলাৰ সুযোগ লাভ কৰিছে কোকোৰাঝাৰৰ বড়োলেও এফ চিয়ে।

ইফালে, অনাগত দুবছৰৰ বাবে ডুৰাণ্ড কাপৰ একচেটিয়া সম্প্ৰচাৰৰ অধিকাৰ লাভ কৰিছে ছ’নী পিকচাৰ্ছ নেটৱৰ্কছ ইণ্ডিয়াই ।

সেই অনুসৰি চলিত২০২৩ ৰ পৰা ২০২৪ লৈ ভাৰতত হ’বলগা ডুৰাণ্ড কাপৰ সকলো মেচ এককভাবে সম্প্ৰচাৰ কৰিব ‘ছ’নী স্প’ৰ্টছ টেন ২’ চেনেলত। ক্রীড়াপ্রেমীয়ে এছপিএনৰ প্ৰিমিয়াম অ’টিটি প্লেটফর্ম ছ’নী এলআইভিতো পোনপটীয়াকৈ মেচ উপভোগ কৰিব পাৰিব।

ইফালে, ভাৰতৰ লগতে আফগানিস্তান, মালদ্বীপ, পাকিস্তান, বাংলাদেশ, ভূটান, আৰু নেপালতো ‘ছ’নী স্পটছ টেন ২’ চেনেলত ডুৰাণ্ড কাপৰ মেচ সম্প্ৰচাৰ হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Durand CupFootball TournamentSarusajai Stadium
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d