Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

আজিৰ পৰা গুৱাহাটীত ১৩১ সংখ্যক ডুৰাণ্ড কাপ

publisher by publisher
August 17, 2022
in Assam, India, News, Sports
Reading Time: 1 min read
0
আজিৰ পৰা গুৱাহাটীত ১৩১ সংখ্যক ডুৰাণ্ড কাপ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

CRPF Established Day :মহানগৰীৰ সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত চিআৰপিএফৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

PM Assam Visit :আজি পুনৰ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ প্রধানমন্ত্রী

Bagurumba Dance:১৭ জানুৱাৰীত বাগৰুম্বাৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ

মহানগৰীৰ সৰুসজাইৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আজিৰ পৰা আৰম্ভ হ’ব এছিয়া মহাদেশৰ প্ৰথম আৰু বিশ্বৰ তৃতীয় পুৰণি ১৩১ সংখ্যক ডুৰাণ্ড কাপ ফুটবল টুৰ্নামেণ্ট ৷ বিয়লী৫-৩০ বজাত অনুষ্ঠিত হ’বলগীয়া আকৰ্ষণীয় টুৰ্নামেণ্ট খেলখনত প্ৰতিদ্বন্দ্ব্বিতা কৰিব নৰ্থ ইষ্ট ইউনাইটেড বনাম ওড়িশা ফুটবল ক্লাব৷ ডুৰাণ্ড কাপৰ ১৩১ তম সংস্কৰণত প্ৰথমে অৱতৰণ কৰিব উৰিষ্যা এফ চি য়ে আৰু তাৰ পিছত থাকিব কেৰালা ব্লাষ্টাৰ্ছ । উল্লেখ্য যে গুৱাহাটীয়ে প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপ ফুটবল চেম্পিয়নশ্বিপ আৰম্ভ কৰিছে৷ই সৰুসজাই ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত গ্ৰুপ ‘ডি’ ৰ ১০ খন খেল অনুষ্ঠিত হ’ব ৷

ADVERTISEMENT

উত্তৰ পূৰ্ব একমাত্ৰ ফুটবল টিম নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে আজি উদ্বোধনী খেলখনত মুখামুখি হ’ব উৰিষ্যা এফ চিৰ৷ সন্ধিয়া পাঁচ বজাৰ পৰা খেলৰ আৰম্ভৰ পূৰ্বে অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান৷ জনপ্ৰিয় গায়ক অংগৰাগ পাপন মহন্তই প্ৰস্তুত কৰি উলিওৱা ১৩১সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলৰ থীম ছংটো স্বয়ং পাপন আৰু মণিপুৰৰ প্ৰথিতযশা শিল্পী ৰেৱবান মাচাংৱাই পৰিবেশন কৰিব৷একেদৰে প্ৰদৰ্শিত হ’ব বিহু নৃত্য আৰু আৰ্মি বেণ্ডৰ লহৰ ৷

৪-৩০ বজাত হ’ব লগা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা, অসম আৰক্ষী আৰু ভাৰতীয় সেনা আৰু অসম চৰকাৰৰ শীৰ্ষ বিষয়াই ৷ ডুৰাণ্ড কাপ ফুটবল উপভোগ কৰিবৰ বাবে আগ্ৰহী দৰ্শক সকলে সৰুচাজাই ক্ৰীড়া কমপ্লেক্স আৰু এছএআই ক্ৰীড়া কমপ্লেক্সত টিকট বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে ৷ তিনি প্ৰকাৰৰ টিকটৰ ব্যৱস্থা থকা টিকট সমুহৰ মুল্য নিৰ্ধাৰণ কৰা হৈছে ক্ৰমে ৫০ টকা,১০০ টকা আৰু ২৫০ টকা ৷

১৩১সংখ্যক সংস্কৰণৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা সমুহৰ গ্ৰুপ লীগ মেচবোৰ অনুষ্ঠিত হ’ব মণিপুৰৰ ৰাজধানী,নাইটি আৰু কলকাতাত অনুষ্ঠিত হ’ব ৷একেদৰে কোৱাৰ্টাৰ ফাইনেল, ছেমিফাইনেল আৰু ফাইনেল খেলৰ লগতে গ্ৰুপ ‘এ: আৰু ‘বি’মেচো অনুষ্ঠিত হ’ব কলকাতাতে ৷ গ্ৰুপ ‘চি’মেচ অনুষ্ঠিত দ’ব মণিপুৰত৷গুৱাহাটী খেলিব লগা গ্ৰুপ’ডি’ৰ টিম পাঁচটা হ’ল নৰ্থ ইষ্ট ইউনাইটেডএফ চি, ওড়িছা এফ চি, ছুডেবা দিল্লী এফচি, কেৰলা ব্লাষ্টাৰ্ছ এফ চি আৰু আৰ্মী গ্ৰীন ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Football TournamentSarusajai Stadium
publisher

publisher

Related Posts

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d