Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Maan Ki Baat 100 Episode:মন কি বাতৰ’১০০ তম খণ্ড সমগ্ৰ বিশ্বজুৰি সম্প্ৰচাৰ

১০০ সংখ্যক খণ্ডটো এহেজাৰৰো অধিক ৰেডিঅ' ষ্টেচনৰ পৰা সম্প্ৰচাৰ, যাৰ ভিতৰত টিভি চেনেল, ব্যক্তিগত ৰেডিঅ' ষ্টেচন আৰু কমিউনিটি ৰেডিঅ' অন্তৰ্ভুক্ত হয়, মন কী বাতে-এ ভাৰতৰ গণতন্ত্ৰক অধিক শক্তিশালী কৰি তুলিছে :প্ৰধানমন্ত্ৰী

publisher by publisher
April 30, 2023
in India, News
Reading Time: 2 mins read
0
Maan Ki Baat 100 Episode:মন কি বাতৰ’১০০ তম খণ্ড সমগ্ৰ বিশ্বজুৰি সম্প্ৰচাৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

মোডীৰ ‘মন কি বাত’ ৰ উপাৰ্জন ৩৪ কোটি! ৰাজ্যসভাত জনালে কেন্দ্রই 

জল-স্থল সকলোতে যুদ্ধৰ আখৰা, যিকোনো মুহূৰ্ততে বাজিব ৰণশিঙা 

Cm Himanta Viswa Sarma:২৮ হাজাৰ বুথত ৩০ লক্ষাধিক কার্যকৰ্তাৰ অংশগ্ৰহণ “মন কী বাতে” ৰাষ্ট্ৰক নতুন গতিপথ দিছে : মুখ্যমন্ত্রী

Maan Ki Baat 100 Episode:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত- এ আজি ১০০ সংখ্যক খণ্ডটি এক ঐতিহাসিক ক্ষণ হিচাপে বিবেচিত হয় ৷ ইতিমধ্যে পুৱা এঘাৰ বজাৰ পৰা আধাঘন্টাৰ বাবে সম্প্ৰচাৰিত ৰেডিঅ’ অনুষ্ঠান মন কী বাতত আজি খণ্ডটিত প্ৰধানমন্ত্ৰী মোডীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় আলোকপাত কৰে ৷

ADVERTISEMENT

উল্লেখ্য যে,জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰতি মাহে দেশবাসীৰ সৈতে পোনপটীয়া বাৰ্তালাপত অংশ লয় ৷ ২০১৪ বৰ্ষৰ ৩ অক্টোবৰত আকাশবাণী আৰু দূৰদৰ্শনত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কি বাত’ সম্প্ৰচাৰ হৈছিল।

আজি পুৱা ১১ বজাত সম্প্ৰচাৰ হোৱা এই অনুষ্ঠানৰ উপলক্ষে বিজেপিয়ে দেশজুৰি বিশেষ প্ৰস্তুতি চলাইছিল। এই খণ্ডটো এহেজাৰৰো অধিক ৰেডিঅ’ ষ্টেচনৰ পৰা সম্প্ৰচাৰ কৰা হয়। যাৰ ভিতৰত টিভি চেনেল, ব্যক্তিগত ৰেডিঅ’ ষ্টেচন আৰু কমিউনিটি ৰেডিঅ’ অন্তৰ্ভুক্ত আছে। স্মতৰ্ৱ্য যে, ‘মন কি বাত’ অনুষ্ঠানটো প্ৰতি মাহৰ শেষ দেওবাৰে প্ৰচাৰিত হয়।

আনহাতে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়তো ‘মন কী বাত’ৰ কাৰ্যসূচী ৷ ৰাষ্ট্ৰসংঘৰ পৰিষদীয় সদস্যৰ চেম্বাৰত প্ৰচাৰৰ ব্যৱস্থা লোৱা হয় ৷য’ত অংশ লয় নিউ জাৰ্চিৰ নিমন্ত্রিত প্রবাসী ভাৰতীয়ই ৷

আজি মন কী বাতত প্ৰধানমন্ত্ৰী মোডীয়ে জম্মু আৰু কাশ্মীৰৰ পেঞ্চিল শ্লেটৰ বিষয়ে কওঁতে মঞ্জুৰ আহমেদৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ ‘মন কি বাত’ত মঞ্জুৰ আহমেদৰ সৈতেও কথা পাতিছিল আৰু তেওঁৰ কামৰ বিষয়ে ৷তেওঁৰ স’তে প্ৰধানমন্ত্ৰী গৰাকীয়ে মনবিনিময় কৰে ৷

‘মন কি বাত’ত কয়, ‘‘এনে বহুতো অভিযান আমাৰ নাৰী শক্তিৰ দ্বাৰা পৰিচালিত হৈছে আৰু ‘মন কি বাত’ তেওঁলোকৰ প্ৰচেষ্টাক আলোকপাত কৰাৰ এক মঞ্চ হৈ পৰিছে।’’

একেদৰে প্ৰধানমন্ত্ৰীয়ে আধাঘন্টা বাবে সম্প্ৰচাৰিত আজিৰ ‘মন কী বাত’ত মণিপুৰৰ বিজয়শান্তি দেৱী নামৰ এগৰাকী মহিলাৰ সৈতে কথোপকথন কৰে ৷ মহিলা গৰাকীয়ে পদুমৰ আঁহৰ পৰা কাপোৰ তৈয়াৰ কৰি উলিয়াইছে। প্ৰধানমন্ত্ৰীয়ে মোদীয়ে কয় যে, মোৰ পূৰ্ব কেইটামান খণ্ডত বিজয়শান্তি দেৱীৰ কথা উল্লেখ কৰা হৈছিল বুলি উল্লেখ কৰ।

বিজয়শান্তিৰ অনন্য পৰিৱেশ-অনুকূলৰ ধাৰণাটোৰ বিষয়ে ‘মন কি বাত’ত আলোচনাৰ পিছতেই তেওঁৰ কাম অধিক জনপ্ৰিয় হৈ পৰিছিল।

আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে বন্দৰ নগৰী বিশাখাপত্তনম নিবাসী ভেংকট মুৰলী প্ৰসাদৰ কথাও আজি মনকী বাতত উল্লেখ কৰি কয়, ‘‘মোৰ মনত আছে, বিশাখাপত্তনমৰ ভেংকট মুৰলী প্ৰসাদজীয়ে এখন স্বাৱলম্বী ভাৰতৰ তালিকা শ্বেয়াৰ কৰিছিল। তেওঁ কৈছিল কেনেকৈ তেওঁ অধিকতকৈ অধিক ভাৰতীয় সামগ্ৰী ব্যৱহাৰ কৰিব।’’

উল্লেখ্য যে,মন কী বাতৰ’অনুষ্ঠানক লৈ বিজেপিয়ে ব্যাপক প্ৰচাৰ চলায় ৷ দেশৰ ৪ লাখ স্থানত সম্প্ৰচাৰিত কৰাৰ লক্ষ্য স্থিৰ কৰি তৎপৰ হৈ পৰে দেশৰ শাসনাধিষ্ঠ দলটো ৷

আনপিনে অসমতো মন কী বাতক লৈ ৰাজ্য চৰকাৰ আৰু অসম ৰাজ্যিক বিজেপিয়ে মহানগৰীৰ বশিষ্টৰ বাজপেয়ী ভৱনত ব্যাপক আয়োজন কৰে ৷ বৃহৎ আকাৰৰ এল চি ডি ব্যৱস্থা কৰা হয় ৷

মন কী বাতৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা সহ কেইবা গৰাকী সাংসদ, মন্ত্ৰী আৰু বিধায়কসকলে অংশগ্ৰহণ কৰে ৷

ইপিনে ৰাজভৱনৰ দৰবাৰ হলত ‘মন কী বাত’ বিশেষ কাৰ্যসূচী লোৱা হয় ৷ অনুষ্ঠানত ভাগ লয় ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া সহ ৰাজভৱনৰ বিষয়া – কৰ্মচাৰীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Attend Pm ModiMaan ki Baat
publisher

publisher

Related Posts

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

August 20, 2026
ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d