Deadbody Recovered In silcha Bjp Office:শিলচৰ বিজেপি কাৰ্যালয়ত উলংগ অৱস্থাত মৃতদেহ উদ্ধাৰ

আৰক্ষীয়ে দুৱাৰ ভাঙিহে উদ্ধাৰ কৰিলে মৃতদেহ

sichai bjo office

Deadbody Recovered In silcha Bjp Office:

শিলচৰ বিজেপি কাৰ্যালয়ত উদ্ধাৰ মৃতদেহ ৷ মৃত লোকজন শুধাংশু দাস বুলি জানিব পৰা গৈছে ৷ তেওঁ দীৰ্ঘদিন ধৰি বিজেপি কাৰ্যালয়ত নিয়োজিত হৈ আছিল ৷

আজি পুৱা কাৰ্যালয়লৈ দলীয় কৰ্মকৰ্তা আহি দুৱাৰ বন্ধ দেখা পাই ৷ বহু সময়ধৰি দুৱাৰ নুখুলাত পাছত আৰক্ষীক খৱৰ দিয়াত পাছত আৰক্ষীয়ে দুৱাৰ ভাঙি ভিতৰত উদ্ধাৰ কৰে শুধাংশু দাসৰ নিথৰ উলংগ দেহ ৷

 আৰক্ষীয়ে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে চি এম চি এইছলৈ প্ৰেৰণ কৰি আৰম্ভ কৰে তদন্ত ৷ মৰনোত্তৰ পৰীক্ষাৰ ৰিপৰ্টহে স্পষ্ট কৰিব লোকজনৰ মৃত্যুৰ কাৰণ ৷

Exit mobile version