Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Gaurav Gogoi Included In Congress Working Committee: কংগ্ৰেছ ৱকিং কমিটিত অন্তৰ্ভুক্ত গৌৰৱ গগৈক ৰাজীৱ ভৱনত সম্বৰ্ধনা

পূৰ্বে স্থান পাইছিল প্ৰয়াত পিতৃ তৰুণ গগৈয়ে

publisher by publisher
August 21, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Gaurav Gogoi Included In Congress Working Committee: কংগ্ৰেছ ৱকিং কমিটিত অন্তৰ্ভুক্ত গৌৰৱ গগৈক ৰাজীৱ ভৱনত সম্বৰ্ধনা
1
SHARES
12
VIEWS
ShareShareShareShare

Gaurav Gogoi Included In Congress Working Committee:

মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ কংগ্ৰেছ সহ বিৰোধীৰ উমৈহতীয়া মঞ্চ ইণ্ডিয়াই লোকসভাত উদ্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ দিনটোত সদনত প্ৰস্তাৱ উদ্থাপন কৰি এক বলিষ্ঠ ভাষনৰে সদন তথা দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা লোকসভাত কংগ্ৰেছৰ উপ- দলপতি গৌৰৱ গগৈক কংগ্ৰেছ হাইকামাণ্ডে মনোনিত কৰে দলটোৰ ৱকিং কমিটিৰ সদস্য হিচাপে ৷

ADVERTISEMENT

দেশৰ বিৰোধী দলটোৰ সৰ্বোচ্চ নীতি নিধাৰণ কমিটিৰ সদস্য হিচাপে মনোনিত কৰাৰ পাছত উৎফুল্লিত হৈ পৰিছে এপিচিচি ৷ উল্লেখ্য যে, গৌৰৱ গগৈৰ পূৰ্বে এই পদত আছিল তেওঁৰ প্ৰয়াত পিতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷

RelatedPosts

Moran:মৰাণত উজনি অসমৰ প্ৰতিখন জিলা সামৰি অসম চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ মহাসন্মিলন

Ratul Kalita:ৰাজিৱ ভৱনত সেৱা জনাই কংগ্ৰেছ এৰিলে এপিচিচিৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাই

Asom Jatiya Parishad:দিল্লীৰ ইন্দিৰা ভৱনত কংগ্ৰেছৰ স্ক্ৰীনিং কমিটীৰ বৈঠকত কংগ্ৰেছ-অজাপৰ আসন ভাগ বাটোৱাৰা চূড়ান্ত !

কংগ্ৰেছ কংগ্ৰেছ ৱকিং কমিটিত অন্তৰ্ভুক্ত গৌৰৱ গগৈক সোমবাৰে ৰাজীৱ ভৱনত সম্বৰ্ধনা জনায় এপিচিচিৰ নেতৃবৰ্গই ৷ সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া ভাষণত কলিয়াবৰৰ সাংসদ গৰাকীয়ে কয়, শাসনাধিষ্ঠ বিজেপি এতিয়া নিশকতীয়া আৰু দুৰ্বল হৈছে ৷ সন্মুখৰ পৰা আমাৰ লগত যুঁজিব নোৱাৰা পৰিবেশ সৃষ্টি হৈছে ৷

এনে প্ৰেক্ষাপটত নিৰ্বাচন আয়োগৰ জৰিয়তে পিছ দুৱাৰেদি যুঁজত বিচাৰিছে ।
অসমত ৰাজ্যিক বিজেপিয়ে মিছন ১২+ কথা কৈছে কিন্ত ইতিমধ্যে ৰাইজে মিছন চাটাই আৰম্ভ কৰিছে।

এইবাৰ বৰ্তমানৰ বহু বিজেপি সাংসদে টিকট নাপায়। যাৰবাবে তীব্ৰ অন্তকলহ আৰু বিসম্বাদৰ সন্মুখীন হ’ব ৷ আনহাতে কেইজন মন্ত্ৰী ক্ষমতাৰ ৰাগিত ইমানেই মতলীয়া হৈ পৰিছে যে ডাঙৰক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইয়াও পাহৰি গৈছে ৷ অহংকাৰে তেওঁলোকৰ মুৰত ধৰিছে ৷ ইতিহাসে কয়,অহংকাৰেই পতন ৷ যদুকুলৰ দৰে ধ্বংস হ’ব বিজেপি ৷

এপি চিৰ সম্বৰ্ধনা সভাপতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা,বিৰোধী দলপতি দেৱব্ৰত শইকীয়া  দলীয় বিধায়ক ,সাংসদ সহ নেতা- কৰ্মী উপস্থিত থাকে ৷

উল্লেখযোগ্য যে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে জাৰি কৰা চিডব্লিউচি সদস্যৰ তালিকাত স্থান লাভ কৰিছিল গৌৰৱ গগৈ সহ ৩১ জ্যেষ্ঠ কংগ্ৰেছ নেতাই৷ তালিকাত স্থানপ্ৰাপ্ত আন সকল নেতা হ’ল ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে,প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং, প্ৰাক্তন সভাপতি ৰাহুল গান্ধী,লোকসভাত বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰী,জ্যেষ্ঠ কংগ্ৰেছ নেতা এ কে এণ্টনি, অম্বিকা চোনি, মীৰা কুমাৰ, দিগ্বিজয় সিং, পি চিদাম্বৰম,তাৰিক আনৱাৰ,লাল থানহাওলা,মুকুল ৱাচনিক,আনন্দ শৰ্মা, অশোকৰাও চৱন,অজয় মাকে চৰণজিৎ সিং চান্নী ,কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভাদ্ৰা, কুমাৰী চেলজা, গাইখাংগাম, এন ৰঘুবীৰা ৰেড্ডী,শশী থাৰুৰ, তাম্ৰধ্বজ চাহু,অভিষেক মনু সিংভি, চলমান কুৰ্ছিদ ,জয়ৰাম ৰমেশ, জীতেন্দ্ৰ সিং,ৰণদীপ সিং সুৰজেৱালা,শচীন পাইলট,দীপক বাবাৰিয়া ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APCCCongress Working CommitteeFELICITATIONGaurav Gogoi IncludedRajib Bhawan
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d