Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

দেশৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰস্তুতি সম্পৰ্কে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক

আইএমডি, জলশক্তি মন্ত্ৰণালয়, চিডব্লিউচি আৰু এনডিআৰএফৰ মাজত সমন্বয় স্থাপনৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ গ্ৰহণ

publisher by publisher
June 16, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
দেশৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰস্তুতি সম্পৰ্কে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

Bengal BJP legislature Party Meeting: আজি দিনৰ দুই বজাত অনুষ্ঠিত পশ্চিমবংগত হ’ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক

Suvendu Adhikari:বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা প্ৰৱল

কলিয়াবৰ নিৰ্বাচনী প্ৰচাৰৰ পৰা তীব্ৰ ৰাজনৈতিক আক্ৰমণ: অমিত শ্বাহৰ টাৰ্গেট ৰাহুল গান্ধী

অসম-বিহাৰ-উত্তৰ প্ৰদেশ-পশ্চিম বংগৰ বানপানী প্ৰতিৰোধৰ প্ৰস্তুতিৰ পুনৰীক্ষণ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে দেশৰ বান পৰিস্থিতিৰে মোকাবিলাৰ প্ৰস্তুতিৰ খতিয়ান ল’বলৈ এক উচ্চ স্তৰীয় বৈঠকত অংশগ্ৰহণ কৰে ৷ এই বৈঠকত আইএমডি, জলশক্তি মন্ত্ৰণালয়, চিডব্লিউচি আৰু এনডিআৰএফৰ মাজত এক নতুন সমন্বয় সৃষ্টিৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয় ৷ লগতে গৃহমন্ত্ৰীগৰাকীয়ে বিশেষকৈঅসম, বিহাৰ, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগত বানপানী প্ৰতিৰোধৰ প্ৰস্তুতিৰো বুজ লয় ।

ADVERTISEMENT

উল্লেখ্য, সংশ্লিষ্ট ৰাজ্যসমূহৰ অধিকাংশ অঞ্চল গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানীৰে প্লাবিত হৈ থকা দেখা যায় ৷ এই ক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বিষয়াসকলক কেন্দ্ৰ আৰু ৰাজ্যিক সংস্থাসমূহৰ মাজত সমন্বয় স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে ৷ গৃহমন্ত্ৰী শ্বাহে জলশক্তি মন্ত্ৰণালয়ক বৃহৎ বান্ধসমূহৰ ডিছেল্টিং প্ৰণালীৰ ওপৰত কাম কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰ জৰিয়তে বান্ধসমূহৰ ক্ষমতা বৃদ্ধি পাব আৰু বানপানী নিয়ন্ত্ৰণতো সহায়ক হ’ব বুলি তেওঁ কয় ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ইণ্ডিয়া মেটেৰ’ল’জিকেল ডিপাৰ্টমেণ্ট (আইএমডি) আৰু কেন্দ্ৰীয় জল আয়োগৰ দৰে বিশেষ সংস্থাসমূহক ষ্টেট-অৱ-দা-আৰ্ট প্ৰযুক্তি তথা উপগ্ৰহীয় তথ্য ব্যৱহাৰ কৰিবলৈও পৰামৰ্শ দিয়ে ৷ এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে দূৰদৰ্শন, এফএম ৰেডিঅ’, এছএমএছ অথবা অন্যান্য মাধ্যমৰ জৰিয়তে সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ আদিৰ বাবে এছঅ’পি প্ৰকাশৰ বাবে নিৰ্দেশ দিয়ে ৷ তদুপৰি তেওঁ উমংগ, ৰেইন এলাৰ্ম আৰু ডামিনীৰ দৰে বিভিন্ন ম’বাইল এপৰ জৰিয়তেও যথা সম্ভৱ প্ৰচাৰ চলাবলৈ নিৰ্দেশ দিয়ে যাতে অধিক লোক সজাগ হ’ব পাৰে ৷

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী শ্বাহে এই বুলিও পৰামৰ্শ দিয়ে যে আমাৰ নদী প্ৰণালীসমূহত বৃদ্ধি হোৱা গেদসমূহৰ ক্ষেত্ৰত উপগ্ৰহীয় এপ্লিকেচনৰ জৰিয়তে অধ্যয়ন প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰিব লাগে ৷ তাৰোপৰি তেওঁ নদীসমূহৰ পানীৰ গতিৰ ক্ষেত্ৰতো সংবেদনশীল হোৱাটো আৱশ্যক বুলি মত পোষণ কৰে ৷

आज बाढ़ प्रबंधन पर एक बैठक की, जिसमें हर साल देश के विभिन्न हिस्सों में आने वाली बाढ़ की समस्या के संबंध में एक व्यापक व दीर्घकालिक नीति की समीक्षा की। संबंधित विभागों के समन्वय व नवीनतम तकनीकों का उपयोग कर जान माल के नुकसान को कैसे कम किया जा सके इसपर बल दिया। pic.twitter.com/viHMT2ZKbH

— Amit Shah (Modi Ka Parivar) (@AmitShah) June 15, 2021

মন্ত্ৰীগৰাকীয়ে এনডিআৰএফৰ সঞ্চালক প্ৰধানক বানাক্ৰান্ত ৰাজ্যসমূহৰ এছডিআৰএফৰ মুখ্য বিষয়াসকলৰ স’তে বৈঠক অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে ৷

বৈঠকখনত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট, ৰাজ্যিক গৃহ পৰিক্ৰমা মন্ত্ৰী নিত্যানন্দ ৰায়, গৃহ পৰিক্ৰমা, জল সম্পদ, ভূ-বিজ্ঞান মন্ত্ৰণালয়/বিভাগৰ সচিব, এনডিএমএৰ সদস্য সচিব, আইএমডি আৰু এনডিআৰএফৰ সঞ্চালক প্ৰধান, চিডব্লিউচিৰ অধ্যক্ষ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Amit ShahGajendra Singh ShekhawatNityanand Rai
publisher

publisher

Related Posts

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d