Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    ১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

    দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

    তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

    শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

    ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ECI Pressmeet In Guwahati : ৰাজ্যত সমষ্টি পুনৰ্নিধাৰণ সন্দৰ্ভত আছু- যুৱ-ছাত্ৰ পৰিষদ সহ বিভিন্ন ৰাজনৈতিক দলৰে বৈঠক নিৰ্বাচন আয়োগৰ

publisher by publisher
March 28, 2023
in Assam, News
Reading Time: 2 mins read
0
ECI Pressmeet In Guwahati : ৰাজ্যত সমষ্টি পুনৰ্নিধাৰণ সন্দৰ্ভত আছু- যুৱ-ছাত্ৰ পৰিষদ সহ বিভিন্ন ৰাজনৈতিক দলৰে বৈঠক নিৰ্বাচন আয়োগৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

ECI Pressmeet In Guwahati :

তিনিদিন ধৰি গুৱাহাটীত বাহৰ পাতি থকা দেশৰ তিনিজনীয়া নিৰ্বাচন আয়োগৰ দলটোৱে মহানগৰীৰ হোটেল ৰেডিশ্বন ব্লু’ত বাহৰ পাতি সমষ্টি পুনৰ্নিধাৰণৰ খচৰা সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰে বিভিন্ন দল – সংগঠন আৰু ব্যক্তি বিশেষৰ ৷

ADVERTISEMENT

উল্লেখ্য যে ৰাজ্যত অব্যাহত আছে সমষ্টি পুনৰ্নিধাৰণ সন্দৰ্ভত ব্যাপক চৰ্চা ৷ এনে সময়তে দেশৰ নিৰ্বাচন আয়োগৰ তিনি শীৰ্ষ বিষয়াৰ গুৱাহাটী পদাৰ্পণে বিশেষ তাৎপৰ্য বহন কৰিছে ।

নিৰ্বাচনী আয়োগে খচৰা ৰাজহুৱাভাৱে প্ৰকাশ কৰাৰ পূৰ্বে ৰাজ্যত এনেদৰে উপস্থিত হয় আয়োগৰ দলটো । আয়োগৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে ৰাজহুৱাভাৱে খচৰা প্ৰকাশ কৰাৰ পাছত পুনৰ নিৰ্বাচনী আয়োগ আহিব অসমলৈ ।

পৰৱৰ্তী সময়ত পুনৰ নিজৰ মতামত দাঙি ধৰিব পাৰিব বিভিন্ন দল-সংগঠনেমনকৰিবলগীয়া যে, ৰাজ্যত সমষ্টি পুনৰ্নিধাৰণ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে আয়োগৰ সন্মুখত পোনপটীয়াকৈ নিজৰ নিজৰ মত উপস্থাপন কৰিছিল আছু,অসম জাতিয়তাবাদী যুৱ- ছাত্ৰ পৰিষদ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল,কে এম এছ এছ৷

আনহাতে আজি ৰেডিশ্বন ব্লু’ত পুৱা ন বজাৰ পৰা নিৰ্বাচন আয়োগৰে এক বৈঠকত মিলিত হয় ৰাজ্যৰ নটাকে ৰাজনৈতিক দল সহ ৬০ টা বিভিন্ন দল-সংগঠন ৷

শাসনাধিষ্ঠি বিজেপিৰ স’তে অগপ,ইউ পি পি এলৰ বিপৰীতে বিৰোধী ৰাজনৈতিক দল আপ,চি পি আই এম ,চি পি আই,ৰাইজৰ দল,এআই ইউ ডি এফ ,তৃণমূল কংগ্ৰেছ আয়োগৰ বৈঠকত অংশগ্ৰহণ কৰাৰ বিপৰীতে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ আয়োগৰ বৈঠক বৰ্জন কৰি বিৰোধিতা কৰে সমষ্টি পুনৰ্নিধাৰণ প্ৰক্ৰিয়া ৷ একেদৰে ৰাজ্যৰ আন পাঁচ ৰাজনৈতিক দলেও বৈঠকত উপস্থিত থাকি সমষ্টি পুনৰ্নিধাৰণ প্ৰক্ৰিয়া বিৰুদ্ধে নিজৰ মত প্ৰকাশ কৰে ৷

ইয়াৰ পাছতে আয়োগৰ তিনি শীৰ্ষ বিষয়াই সম্বোধন কৰে এক সংবাদমেল ৷দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেলত উল্লেখ কৰে যে, সমষ্টি পুনৰ্নিধাৰণ সম্পৰ্কত বিভিন্ন জনে নিজৰ মতামত,ওজৰআপত্তি,পৰামৰ্শ মেইল যোগে আয়োগলৈ পঠাৱ পাৰিব ৷ অৱশ্যে এই ব্যৱস্থা ১৫ এপ্ৰিল লৈকেহে বাহাল থাকিব ৷

ৰাজিব কুমাৰে সদৰি কৰা মতে,জনপ্ৰতিনিধি আইনৰ আধাৰত কৰা হ’ব সমষ্টি পুনৰ্নিধাৰণৰ কাম৷একেদৰে বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চল, ষষ্ঠ অনুসূচীৰ নিয়ম সমূহ সমষ্টি পুনৰ্নিধাৰণৰ প্ৰক্ৰিয়াত বাহাল থাকিব । মুখ্য নিৰ্বাচনী আয়ুক্ত গৰাকীয়ে তাৎপৰ্যপূৰ্ণ ভাৱে উল্লেখ কৰে যে সমষ্টি পুনৰ্নিধাৰণৰ প্ৰক্ৰিয়া ২০০১ চনৰ লোক পিয়ল অনুসৰি নহ’ব ৷

শেহতীয়া লোকপিয়লৰ মতেহে হ’ব সমষ্টি পুনৰ্নিধাৰণ ৷ ইতিমধ্যে আয়োগৰ ওচৰত বহু কেইটা জাতীয় দল-সংগঠনে সমষ্টি বৃদ্ধিৰ সমৰ্থনত নিজৰ মত ব্যক্ত কৰে ৷ সংবাদমেলত দুই আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেল উপস্থিত থাকে৷

স্মতৰ্ৱ্য যে, পুৱাৰ ভাগত মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ সহ আয়ুক্তদ্বয় অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলে নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰত উপস্থিত হৈ মাৰ শ্ৰী চৰণত পূজা-অৰ্চনা কৰি হোটেল ৰেডিশ্বন ব্লু’লৈ উভতি আহে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamECI PressmeetGuwahati
publisher

publisher

Related Posts

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, মোতায়েন ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assam

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

October 16, 2026
১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে
India

১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

October 16, 2026
দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক
Assam

দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

October 16, 2026
তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস
India

তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d