Maligaon Flyover Accident:মালিগাঁও উৰণীয়া সেঁতুত পুনৰ অঘটন

কাম কৰি থাকোতেই বিদ্যুৎস্পৃষ্ট হৈ তললৈ সৰি পৰিল দুই শ্ৰমিক

maligaon press club

Maligaon Flyover Accident:

শীৰ্ঘেই মুকলি হোৱাৰ পথত মালিগাঁৱৰ উৰণীয়া সেঁতু ৷ কিন্ত মুকলি হোৱাৰ পূৰ্বেই ইটোৰ পাছত সিটো সংঘটিত হৈছে দুৰ্ঘটনা

সোমবাৰে নিৰ্মীয়মাণ মালিগাঁও উৰণীয়া সেঁতুত সংঘটিত হয় পুনৰ অঘটন ৷ কাম কৰি থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ তললৈ সৰি পৰিল দুই শ্ৰমিক ৷ গুৰুত্বৰভাৱে আহত দুই শ্ৰমিকক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ ৷

Exit mobile version