Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Two BJP Leaders Appear At Chandmari Police Station:ইন্দ্ৰাণী কাণ্ডই পোহৰলৈ আনিছে ন ন তথ্য

আৰক্ষীৰ জেৰাত ইজনৰ পাছত সিজনে খুলিছে মুখ, উন্মোচিত হৈছে চাকৰিৰ ক'লা বজাৰ, চানমাৰি থানাত হাজিৰ বিজেপিৰ দুই নেতা

publisher by publisher
August 21, 2023
in India, Assam, Crime, News
Reading Time: 3 mins read
0
Two BJP Leaders Appear At Chandmari Police Station:ইন্দ্ৰাণী কাণ্ডই পোহৰলৈ আনিছে ন ন তথ্য
2
SHARES
21
VIEWS
ShareShareShareShare

Two BJP Leaders Appear At Chandmari Police Station:

বিজেপিৰ কিষান মৰ্চাৰ নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা ঘটনাই উন্মোচিত কৰিছে কেতবোৰ বিস্ফোৰক তথ্য ৷ পোহৰলৈ আহিছে বহু তথ্য ৷

ADVERTISEMENT

বিজেপি নেত্ৰী গৰাকীৰ অন্তৰংগ ফটো ভাইৰেল সন্দৰ্ভত ৰজু হোৱা গোচৰৰ তদন্ত কৰিবলৈ গৈ আৰক্ষীয়ে উন্মোচিত কৰিছে ন ন তথ্য ৷ কেচু খান্দিব গৈ সাপ ওলোৱাৰ দৰে এটাৰ পাছত আন এটা ক’লা অধ্যায় বিচাৰি পাইছে তদন্তকাৰী আৰক্ষীয়ে ৷

RelatedPosts

Guwahati Fake Note With Paddlar Arreested: গুৱাহাটীৰ ভাড়াঘৰত ছপা হৈছে ৫০০ টকীয়া নকল নোট

Indrani suicide Case:বিজেপি নেত্ৰী ইন্দ্রাণী তহবিলদাৰৰ আত্মহনন ঘটনাৰ সন্দৰ্ভত পুনৰ দুই বিজেপি নেতা চানমাৰী থানাত

Indrani Tahbilkar Case Two Accused Arrested:ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা কাণ্ড : দ্বিবনৰ পাছত অসীম চক্ৰৱৰ্তী আৰু ৰেখান্ত দেউৰীক গ্ৰেপ্তাৰ চানমাৰী আৰক্ষীৰ

দিছপুৰৰ শাসনত  থকাৰ সুবাদতে একাংশ ধুৰন্ধৰ বিজেপি নেতা- কৰ্মীয়ে সংগোপনে চাকৰিৰ এখন ৰমৰমীয়া বজাৰ খুলি লৈছিল ৷ ইতিমধ্যে আৰক্ষীয়ে ক্ষীপতাৰে অব্যাহত ৰখা তদন্তত  এই সকলো তথ্য জলজল পটপট কৈ ওলাই পৰিছে ৷

উল্লেখ্য যে,ইন্দ্ৰাণী তহবিলদাৰ আত্মহত্যাৰ স’তে নাম সাঙোৰ খাই পৰা এছ আই কেলেংকাৰীৰে কুখ্যাতি অৰ্জন কৰি জেলৰ ভাত খাই অহা বহিস্কৃত বিজেপি নেতা দ্বিবন ডেকাৰ এন্টিয়ে সকলো দিশ পোহৰলৈ আহে ৷

এইজন দ্বিবন ডেকাই ইন্দ্ৰাণী তহবিলদাৰৰ স’তে অনুৰাগ চলিহাৰ এক অন্তৰংগ মুহূৰ্তৰ ফটো আনকি প্ৰেৰণ কৰিছিল পশ্চিম গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ ৷

পৰৱৰ্তী সময়ত সমগ্ৰ বিষয়টো তদন্তৰ বাবে বিজেপিৰ ৰাজ্যিক নেতৃত্বক ভট্টাচাৰ্যই পত্ৰ দাখিল কৰাৰ পাছতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মায়ো এই কাণ্ডৰ স’তে নাম সাঙোৰ খোৱা সকলৰ বিৰুদ্ধে দলীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়াই ৷

ইয়াৰ পাছতে প্ৰদেশ বিজেপিয়ে ইজনৰ পাছত সিজনকৈ কে’বাজনো বিজেপি নেতা-কৰ্মীক দলৰ পৰা বহিস্কাৰ কৰি দায়িত্ব সামৰিছিল ৷ কিন্ত শেহতীয়াকৈ আৰক্ষীৰ তদন্তত এতিয়া বিজেপি নেত্ৰীগৰাকীৰ আত্মহত্যাৰ সৈতে জড়িত হৈ পৰিছে চাকৰিৰ এখন ক’লা বজাৰ।

আনকি এই বজাৰৰ স’তে শেহতীয়াকৈ নাম সাঙোৰ খাইছে অসম বিজেপিৰ দুজন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ নাম ৷ যাৰবাবে চান্দমাৰী থানাত আৰক্ষীৰ চমন লাভ কৰি উপস্থিত হ’বলৈ বাধ্য হৈছে ৷

সোমবাৰে ৰাজ্যিক বিজেপিৰ দুই কাৰ্যনিৰ্বাহক সদস্য কপিল তালুকদাৰ আৰু সঞ্জীৱ শৰ্মা চান্দমাৰী থানাত উপস্থিত হয় ৷

ইতিমধ্যে জ্যেষ্ঠ আৰক্ষীয়ে সোধপোছ চলাই বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যদ্বয়ক ৷ চান্দমাৰী আৰক্ষী থানাৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি আৰু বহু কেইজন বিজেপি নেতা- কৰ্মীলৈ চমন পঠিওৱাৰ বাবে প্ৰস্তুত কৰিছে তালিকা ৷ ক্ৰমাৎ আৰক্ষীৰ তালিকা দীঘলীয়া হৈ গৈ আছে ৷

মনকৰিবলগীয়া যে,ইন্দ্ৰাণী তহবিলদাৰৰ স’তে অনুৰাগ চলিহাৰ অন্তৰংগ মুহূৰ্তৰ ফটো ইতিমধ্যে ভাইৰেল হোৱাৰ পাছত আৰক্ষীৰ জালত পৰাৰ ভয়ত আত্মগোপন হৈ থকা অনুৰাগ চলিহাৰ বহু ক’লা অধ্যায় পোহৰলৈ আনিছে আৰক্ষীয়ে ৷

বহুলোকক চাকৰি দিয়া,ঠিকা- থুকুলি দিয়া,টেন্সফাৰ ইত্যাদি কৰি দিয়াৰ নামত সংগ্ৰহ কৰিছিল বহু লক্ষাধিক ধন ৷ কিন্ত চাকৰি বা আন সুবিধাবোৰ সংশ্লিষ্ট সকলক কৰি দিব নোৱাৰি নিৰাপদ দূৰত অৱস্থান কৰিছিল।

আনকি বহুজনে দিয়া ধন উভতাই দিবলৈ তাগিদা দিয়ে অনুৰাগ চলিহাক ৷ এনে ঘটনাক্ৰমৰ মাজতে অভিমণ্যু দাস নামৰ চাকৰি প্ৰাৰ্থী এজনে চাকৰি নেপাই ধন বিচাৰি বাৰম্বাৰ কোৱাৰ পাচতে কোনো সুফল নাপায় অনুৰাগ চলিহাক মাৰধৰ কৰি কাঢ়ি লয় আইফোন ৷

এই আইফোনটোতে মজুত আছিল ইন্দ্ৰাণী তহবিলদাৰ আৰু অনুৰাগ চলিহাৰ অন্তৰংগ মুহূৰ্তৰ ফটো ৷ তাৰ পাছতে এটা এটাকৈ খোল খাই ইন্দ্ৰানী তহবিলদাৰ আত্মহত্যাৰ আঁৰত চাকৰিৰ ক’লা বজাৰৰ ক’লা অধ্যায় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bjp leader Indrani Tahbilkar Suicide caseChandmari Police StationTwo BJP Leaders Appear
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d