Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Indrani suicide Case:বিজেপি নেত্ৰী ইন্দ্রাণী তহবিলদাৰৰ আত্মহনন ঘটনাৰ সন্দৰ্ভত পুনৰ দুই বিজেপি নেতা চানমাৰী থানাত

publisher by publisher
August 22, 2023
in India, Assam, Crime, News
Reading Time: 2 mins read
0
Indrani suicide Case:বিজেপি নেত্ৰী ইন্দ্রাণী তহবিলদাৰৰ আত্মহনন ঘটনাৰ সন্দৰ্ভত পুনৰ দুই বিজেপি নেতা চানমাৰী থানাত
3
SHARES
29
VIEWS
ShareShareShareShare

Indrani suicide Case:

বিজেপি নেত্ৰী ইন্দ্রাণী তহবিলদাৰৰ আত্মহনন ঘটনাৰ সন্দৰ্ভত পুনৰ দুই বিজেপি নেতা চানমাৰী থানাত।

ADVERTISEMENT

বিজেপিৰ কিষান মৰ্চাৰ নেত্ৰী ইন্দ্রাণী তহবিলদাৰৰ আত্মহনন ঘটনাৰ সন্দৰ্ভত ইজনৰ পাছত সিজনকৈ আৰক্ষী জালত পৰাৰ পাছত আজি আৰক্ষীৰ চমন দুজন জ্যেষ্ঠ নেতা উপস্থিত হয় মহানগৰীৰ চানমাৰি থানাত।

RelatedPosts

Guwahati:মহানগৰীৰ স্পা চেলুনত আৰক্ষীৰ অভিযান

Heroin Seized With Paddlar Arrested:মহানগৰ আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাকাৰী

Deadbody Recovered in Chandmari: মহানগৰীৰ চানমাৰি কলনীত চাঞ্চল্যকৰ ঘটনা

থানাত দুপৰীয়া ভাগত উপস্থিত হোৱা নেতাদ্বয় হ’ল বিজেপিৰ যুৱ মৰ্চাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি মৃগাংক বৰ্মন আৰু অসম ৰাজ্যিক পৰিবহন নিগমৰ উপাধ্যক্ষ প্রণৱজ্যোতি লহকৰ ৷

উল্লেখ্য যে,ইতিমধ্যে ইন্দ্রাণী তহবিলদাৰৰ আত্মহনণ আৰু ফটো ভাইৰেল সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আটক কৰা ৰেখান্ত দাস আৰু অসীম চক্রৱৰ্তীৰ উপৰি সোমবাৰৰ নিশা কপিল তালুকদাৰ আৰু সঞ্জীৱ শৰ্মাক আটক কৰাৰ পাছত আৰক্ষীৰ উপযুপৰি জেৰাত আটকাধীন কপিল আৰু সঞ্জীৱে মৃগাংক বৰ্মনৰ নাম লৈছিল ৷

আন দুজন বিজেপি নেতাক তলব আৰক্ষীৰ। চানমাৰি আৰক্ষীয়ে তলব কৰিছে বিজেপি নেতা মৃগাংক বৰ্মন আৰু প্রণৱজ্যোতি লহকৰক। উল্লেখযোগ্য যে, ইতিমধ্যেই আৰক্ষীৰ জিম্মাত থকা ৰেখান্ত দাস আৰু অসীম চক্রৱৰ্তীৰ উপৰি সোমবাৰৰ নিশা কপিল তালুকদাৰ আৰু সঞ্জীৱ শৰ্মাই জেৰাত মৃগাংক বৰ্মনৰ নাম লৈছিল।

নিশাই আৰক্ষীয়ে মৃগাংক বৰ্মনক থানাত হাজিৰ হ’ বলৈ চমন পঠিয়াইছিল যদিও মঙলবাৰে পুৱা থানাত উপস্থিত হয় মৃগাংক ৷ বহু সময় ধৰি সোধপোছ কৰাৰ অন্তত যাবলৈ দিয়া হয় যদিও বুধবাৰে পুনৰ থানালৈ তলৱ কৰে ৷

আনহাতে ইতিমধ্যে আৰক্ষীৰ জালত পৰা মঙলবাৰে পুনৰ চানমাৰি থানালৈ অনা হৈছে মূল অভিযুক্ত অনুৰাগ চলিহাক ৷

উল্লেখ্য যে,ইন্দ্রাণী তহবিলদাৰৰ আত্মহনন পাছতে দিছপুৰত বিজেপি দল শাসনত থকাৰ সুবাদতে বিজেপিৰ একাংশ নেতা- পালিনেতাই গঢ়ি তুলিছিল চাকৰিৰ ক’লা বজাৰ ৷ আৰক্ষীৰ ক্ষীপ্ৰ তদন্তত কেতবোৰ ন ন তথ্য পোহৰলৈ আহিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bjp leader Indrani Tahbilkar Suicide caseChandmari PoliceTwo BJP Leaders Appear
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d