Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Indrani Tahbilkar Case Two Accused Arrested:ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা কাণ্ড : দ্বিবনৰ পাছত অসীম চক্ৰৱৰ্তী আৰু ৰেখান্ত দেউৰীক গ্ৰেপ্তাৰ চানমাৰী আৰক্ষীৰ

দ্বিবন ডেকাক সাত দিনৰ বাবে আৰক্ষী জিন্মাত

publisher by publisher
August 19, 2023
in India, Assam, Crime, News
Reading Time: 3 mins read
0
Indrani Tahbilkar Case Two Accused Arrested:ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা কাণ্ড : দ্বিবনৰ পাছত অসীম চক্ৰৱৰ্তী আৰু ৰেখান্ত দেউৰীক গ্ৰেপ্তাৰ চানমাৰী আৰক্ষীৰ
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:মহানগৰীৰ স্পা চেলুনত আৰক্ষীৰ অভিযান

Heroin Seized With Paddlar Arrested:মহানগৰ আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাকাৰী

Deadbody Recovered in Chandmari: মহানগৰীৰ চানমাৰি কলনীত চাঞ্চল্যকৰ ঘটনা

Indrani Tahbilkar Case Two Accused Arrested:

বিজেপিৰ কিষান মৰ্চাৰ নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰ তদন্ত ক্ষীপতাৰে আগবাঢ়িছে ৷ চানমাৰী আৰক্ষীয়ে তদন্তৰ আওতাত পৰা সকলোকে থানাত হাজিৰ হোৱাৰ চমন দিয়াৰ পাছত ইতিমধ্যে এজন এজনকৈ অভিযুক্ত থানাত হাজিৰ হয় ৷

ADVERTISEMENT

শণিবাৰে চানমাৰি থানাত হাজিৰ হয় তিনি অভিযুক্ত ৰিয়া দাস, অসীম চক্ৰৱৰ্তী আৰু ৰেখান্ত দেউৰী ৷ তিনিওকে সুকীয়া সুকীয়াকৈ কেইবা ঘণ্টাযোৰা মাৰাথন জেৰাৰ অন্তত অসীম চক্ৰৱৰ্তী আৰু ৰেখান্ত দেউৰীক গ্ৰেপ্তাৰ কৰে চানমাৰী আৰক্ষীয়ে ৷

উল্লেখ্য যে ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত অভিমন্যু দাস বৰ্তমান পলাতক অৱস্থাত আছে ৷ আৰক্ষীয়ে অসীম আৰু ৰেখান্তৰ জেৰাত অভিমন্যু দাস সন্দৰ্ভত সোধপোছ কৰে ৷ অৱশ্যে জেৰাৰ সন্মুখীন হোৱা ৰিয়া দাসক যাবলৈ দিয়া হয় যদিও আৰক্ষীয়ে পুনৰ বিচাৰিলে থানাত উপস্থিত থকাৰ  নিৰ্দেশ দিয়ে ৷

chandmari thanaইতিমধ্যে আটকাধীন ৰেখান্ত দাস, অসীম চক্ৰৱৰ্তীৰ লগতে শুক্ৰবাৰে গ্ৰেপ্তাৰ কৰা দ্বিবন ডেকাক আজি কামৰূপ মহানগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে চানমাৰী আৰক্ষীয়ে ।

স্মতৰ্ৱ্য যে শুকুৰবাৰে দুপৰীয়া চান্দমাৰি থানাত হাজিৰ হৈছিল ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰ স’তে নাম সাঙোৰ খাই পৰা বহু বিৰ্তকিত দ্বিবন ডেকা ৷ আৰক্ষীয়ে জেৰাৰ অন্তত আবেলি আনুষ্ঠানিকভাবে গ্ৰেপ্তাৰ কৰিছিল দ্বিবনক।

মনকৰিবলগীয়া যে, ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰ আন এজন অভিযুক্ত অভিমন্যু দাসক আৰক্ষীয়ে থানাত হাজিৰ হোৱাৰ চমন দিছিল যদিও বৰ্তমান পলাতক অৱস্থাত আছে ৷

উল্লেখযোগ্য পলাতক অভিমন্যু দাসে শেহতীয়াকৈ কিছু ফটো ছিকিমৰ পৰা আপলোড কৰিছিল সামাজিক মাধ্যমত ৷

আৰক্ষীৰ সন্দেহ অভিমন্যু ছিকিমৰ পৰা গৈ বৰ্তমান আত্মগোপন কৰি আছে নেপালত৷ যাৰবাবে আজি অসম আৰক্ষীৰ বিশেষ দল এটা ৰাওনা হয় নেপাল অভিমুখে ৷

আনহাতে শেহতীয়া খবৰ অনুসৰি দ্বিবন ডেকাক সাত দিনৰ বাবে আৰক্ষী জিন্মাত দিয়ে ৷ একেদৰে ৰেখান্ত দাস আৰু অসীম চক্ৰৱৰ্তীকো আৰক্ষী জিন্মাত দিয়ে চি জিএম আদালতে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bjp leader Indrani Tahbilkar Suicide caseChandmari Policethree accused Arrested
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d