Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Adnan Swami : অবিশ্বাস্য ! ২০০ কেজিৰ আদনানে কেনেকৈ নিজৰ ওজন হ্ৰাস কৰিলে ?

‘’ওজন নকমালে আপোনাৰ মৃত্যু হ’ব 'কেনেকৈ নতুন জীৱন পালে আদনানে ?

publisher by publisher
December 10, 2022
in Health, India, Lifestyle, News
Reading Time: 3 mins read
0
Adnan Swami : অবিশ্বাস্য ! ২০০ কেজিৰ আদনানে কেনেকৈ নিজৰ ওজন হ্ৰাস কৰিলে ?
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

কঁকালৰ আকাৰ নিৰ্ধাৰিত জোখতকৈ বাঢ়িলেই বিপদ

ডায়েটিং কৰাৰ পাছতো চর্বি জমা হৈছে নেকি?

Sleep Diet : ৰাতি টোপনি নাই নেকি ? তেনেহলে বাদ দিয়ক এইসমূহ খাদ্য 

Adnan Swami :

ADVERTISEMENT

২০০ কেজি ওজনৰ পিছত যুদ্ধ আৰম্ভ কৰিছিল জনপ্ৰিয় সংগীত শিল্পী আদনান স্বামীয়ে । বৰ্তমান ১৫৫ কেজি ওজন হ্ৰাস কৰি সংগীত শিল্পীজন ৪৫ কেজি ওজনৰ এজন সুন্দৰ যুৱকলৈ ৰূপান্তৰিত হ’ল ।

এটা সময়ত নিজৰ বৰ্ধিত ওজনৰ বাবে ভীষণ ট্ৰোলৰ সন্মুখীন হৈছিল তেওঁ । বিশেষকৈ ‘ তেৰা চেহেৰা ‘ , ‘উড়ি উড়ি’, ‘ইক্স হোতা নেহি’ , আদি গীতৰ সময়ত তেওঁ প্ৰচণ্ড মানসিক চাপত ভুগিছিল । জীৱনৰ চূড়ান্ত সাফল্যৰ এনে সময়তো তেওঁৰ মনৰ শান্তি নোহোৱা হৈছিল ।

অতিৰিক্ত ওজনৰ বাবে দৈনন্দিন জীৱনত না-না সমস্যাৰ মুখামুখি হ’বলগীয়া হৈছিল তেওঁ । সম্প্ৰতি সেই সময়ৰ অভিজ্ঞতাৰ কথা শিল্পীজনে নিজ মুখে ব্যক্ত কৰিছিল ।

আদনানে কৈছিল , অতিৰিক্ত মেদৰ বাবে তেওঁৰ শ্বাসকষ্টত ভুগিছিল । চিকিৎসকে কৈছিল সোনকালে ওজন হ্ৰাস নকৰিলে তেওঁ হয়তো বাচি নেথাকিব । চিকিৎসকৰ পৰামৰ্শত সম্পূৰ্ণৰূপে ভাঙি পৰিছিল তেওঁ ।

ইয়াৰ পিছতে তেওঁ প্ৰতিজ্ঞা কৰিছিল যে , তেওঁ যেনে-তেনে বৰ্ধিত ওজন হ্ৰাস কৰিব । অৱশেষত চিকিৎসকৰ পৰামৰ্শ মতে তেওঁ এই যুদ্ধ আৰম্ভ কৰিলে । প্ৰথমতে তেওঁ এজন পুষ্টিবিদৰ কাষ চাপিল ।

শৰীৰচৰ্চাৰ কাৰণে এজন ফিটনেচ প্ৰশিক্ষক নিযুক্তি দিলে । ওজন কমোৱাৰ এই প্ৰক্ৰিয়া তেওঁৰ বাবে ইমান সহজ নাছিল । সুস্বাদু আহাৰ খাই ভাল পোৱা আদনানে চিজ , কেক আৰু ফেটজাতীয় সকলো আহাৰ পৰিহাৰ কৰিলে ।

যিদিনাই ওজন কমোৱাৰ এই যাত্ৰা আৰম্ভ কৰিলে সকলো খাদ্য তালিকা সলনি কৰিলে । ভাত , ৰুটি ফাইবাৰ জাতীয় সকলো খাদ্য এৰি দিছিল তেওঁ ।

দৈনিক ৰাতিপুৱা চালাদ, দৈ, মাছ , দালি আদি সিজাই খাবলৈ আৰম্ভ কৰিছিল । একেদৰে চেনি একেবাৰেই এৰি দিছিল তেওঁ । আনকি দুপৰীয়া সময়তে আদনানে সিজোৱা পাচলি আৰু চালাদ খাইছিল ।

নিশা সিজোৱা দালি,গ্ৰিলড চিকেন খাই শুই পৰিছিল তেওঁ । সঠিক ডায়েট মানি ৪০ কেজি কমোৱাৰ পিছত তেওঁ জিমত যোৱাৰ অনুমতি পাইছিল ।

জিমত গৈ তেওঁক প্ৰথমে সাধাৰণ ব্যায়াম কৰিবলৈ দিয়া হৈছিল । কিছুমাহৰ পিছত ‘ওৱেট ট্ৰেনিং’ আৰম্ভ কৰিছিল । এইদৰেই তেওঁ প্ৰতি মাহত প্ৰায় ১০ কেজি ওজন হ্ৰাস কৰিবলৈ সক্ষম হৈছিল ।

এইদৰেই কঠোৰ অনুশাসনমূলক অনুশীলনৰ পিছত তেওঁ ১৫৫ কেজি ওজন হ্ৰাস কৰি ৪৫ কেজি ওজন পাবলৈ সক্ষম হয় ।
আদনানে পুনৰ কৈছিল , বৰ্ধিত ওজনৰ বাবে তেওঁ বহি বহিয়েই শুৱলৈ লৈছিল ।

এবাৰ বহিলে পুনৰ উঠিব নোৱাৰা এক অৱস্থা হৈছিল তেওঁৰ । আনকি বহাৰ পৰা উঠিবলৈ তেওঁৰ এজন মানুহৰ সহায়ৰ দৰকাৰ হৈছিল ।

দৈনিক প্ৰতিটো কামতে তেওঁ আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল । শাৰীৰিক কষ্টৰ সমান্তৰালকৈ মানসিক যন্ত্ৰণাও তেওঁক বহুত কষ্ট দিছিল । লাহে লাহে অৱসাদগ্ৰস্ত হৈ পৰিছিল তেওঁ ।

এই বিপুল ওজন কমোৱাৰ কোনো বাটেই বিচাৰি পোৱা নাছিল তেওঁ । এক অনিশ্চয়তাপূৰ্ণ হতাশাই আগুৰি ধৰিছিল তেওঁক ।
আদনানে কৈছিল , ‘’ আমাৰ যি অৱস্থা হৈছিল , যাক লৈ মই নিজেই শংকিত হৈ পৰিছিলো ।‘’ আনকি চিকিৎসকেও মোক কৈছিল , ‘’ ওজন নকমালে আপুনি কোনোবাদিনা মৃত্যু হ’ব ।‘’

গাড়ীত উঠিবলৈ মোৰ বৰ কষ্ট হৈছিল । উঠিলেও ঠিক মতে বহিব পৰা নাছিলো । অৱশেষত ওজন কমাৰ পিছত মই যেন নতুন জীৱন ঘূৰাই পালো ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Adnan SwamiDiet ControlFatPhysical Exercise
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d