Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Himanta Biswa Sarma Government’s 100th Cabinet Meeting Today:হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আজি শততম কেবিনেট বৈঠক সম্পন্ন

নতুন জিলা গঠন সন্দৰ্ভত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বজালী, হোজাই,তামুলপুৰ আৰু বিশ্বনাথক পুনৰ জিলাৰ মৰ্যাদা

publisher by publisher
August 25, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Himanta Biswa Sarma Government’s 100th Cabinet Meeting Today:হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আজি শততম কেবিনেট বৈঠক সম্পন্ন
1
SHARES
6
VIEWS
ShareShareShareShare

Himanta Biswa Sarma Government’s 100th Cabinet Meeting Today:

শুক্ৰবাৰে বিয়লি মহানগৰীৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হয় ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য মন্ত্ৰীসভাৰ ১০০ সংখ্যক শততম বৈঠক ৷ বৈঠকত লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

ADVERTISEMENT

সেই অনুসৰি বিগত বৰ্ষৰ মাজ ভাগত বিলুপ্তি ঘটোৱা বিশ্বনাথ,বজালী,হোজাই,তামুলপুৰক পুনৰ নতুন জিলা হিচাপে ঘোষণা কৰা হয় ৷

RelatedPosts

No Content Available

কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰি নতুন চাৰি জিলাক পুৰ্বৰ মৰ্যাদা ঘূৰাই দিয়াৰ কথা ঘোষণা কৰি ইয়াৰ ভৌগোলিক পৰিসীমা উল্লেখ কৰে ৷
কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি বিশ্বনাথৰ পৰিসীমা হ’ব বিশ্বনাথ,বিহালী আৰু গহপুৰ বিধান সমষ্টিক লৈ ৷

একেদৰে হোজাইৰ পৰিসীমা হ’ব হোজাই,বিনাকান্দি আৰু লামডিংসমষ্টিক লৈ ৷ আনহাতে তামুলপুৰ জিলাৰ পৰিসীমা হ’ব তামুলপুৰ আৰু গোৰেশ্বৰ সমষ্টি ৷ বজালী জিলাৰ পৰিসীমা হ’ব বজালী আৰু সৰুভোগ- ভবানীপুৰ সমষ্টিক লৈ ৷

আনপিনে কেবিনেট বৈঠকে ৰাজ্যৰ বৰ্তমানৰ ২৪ টা মহকুমা বিলুপ্ত ঘটাই ৮১খন নতুন উপ- জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰতিখন জিলাৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিব একোজন অতিৰিক্ত উপায়ুক্ত( আয়ুক্ত)ই ৷ একেদৰে উপ-জিলাত থাকিব মহকুমাধিপতি, চক্ৰ বিষয়া। স্বয়ং প্ৰশাসনিক ব্যৱস্থা থাকিব উপ-জিলাত ৷ এই জিলা আৰু উপ- জিলা সমূহ কাৰ্যকৰী হ’ব ২০২৪ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৷

আনহাতে কামৰূপ মহানগৰত চাৰিখন উপ-জিলা গঠন কৰা হয় ৷ দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, জালুকবাৰী এতিয়াৰ পৰা কামৰূপ মহানগৰ জিলাৰ নতুন উপ-জিলা।

ইপিনে কেবিনেটে আজিৰে পৰা বৃদ্ধ পেন্সন ৩০০ টকাৰ পৰা ৯৫০ টকালৈ বৃদ্ধি কৰে । গুৱাহাটীত ২৩০ কোটি টকাৰে CCTVৰ কেমেৰা স্থাপনৰ সিদ্ধান্ত।

উল্লেখ্য যে, ২০২১ ৰ ২৬ মে’ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰূপে হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ লোৱাৰ পাছতে প্ৰথম খন কেবিনেটতে লোৱা সিদ্ধান্ত অনুসৰি প্ৰতি সপ্তাহত কেবিনেট বৈঠক অনুষ্ঠিত কৰিব ৷

সেই অনুসৰি জনতা ভৱনৰ লগতে ৰাজ্যৰ বিভিন্ন জিলা আৰু ৰাজ্যৰ বাহিৰত একাদিক্ৰমে আয়োজন কৰি আহিছে কেবিনেট বৈঠক ৷

মনকৰিবলগীয়া যে, হিমন্ত বিশ্ব চৰকাৰে পোনপ্ৰথম বাৰৰ বাবে জনতা ভৱনৰ বাহিৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰে উত্তৰ অসমৰ ধেমাজিত ২০২১ৰ ৩০ ছেপ্টেম্বৰত৷ তাৰ পাছত ক্ৰমান্বয়ে বঙাইগাঁও, ধেমাজি, ডিফু, যোৰহাট, হাফলং, ওদালগুৰি, তেজপুৰতো অনুষ্ঠিত কৰা হৈছিল কেবিনেট বৈঠক।

স্মতৰ্ৱ্য যে,মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি জিলাৰ বাহিৰত অনুষ্ঠিত হোৱা বৈঠকত অংশ ল’বলৈ যোৱা প্ৰতিগৰাকী মন্ত্ৰীয়ে যাত্ৰা পথত পোৱা জিলা সমূহৰ উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন সমস্যাৰো বুজ লয় ৷ পোন প্ৰথম বাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় দেশৰ ৰাজধানী নতুন দিল্লীৰ অসম ভৱনত ৷

বিগত দুটাবৰ্ষত অসম মন্ত্ৰী সভাৰ বৈঠকে সম্পন্ন কৰে ৯৯ খন বৈঠক ৷ প্ৰতিখন বৈঠকতে লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশাসনিক সিদ্ধান্ত ৷

আনহাতে ড:হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইতিপূৰ্বে ৯৯ সংখ্যক কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ পাছত শুক্ৰবাৰে শততম বৈঠক অনুষ্ঠিত হয় মহানগৰীৰ খাৰখুলিস্থ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত ৷

জনতা ভৱনস্থ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সূত্ৰ প্ৰাপ্ত তথ্য মতে ড:হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া কাৰ্যকালত সম্পন্ন হোৱা ১০০ খন বৈঠকত ৰাজ্য চৰকাৰৰ ৩৬ টা বিভাগৰ বাবে লোৱা হৈছিল ৭৭৯ টা সিদ্ধান্ত ৷ ইতিপূৰ্বেই ৬২৫ টা সিদ্ধান্ত ৰূপায়ণ কৰাৰ বিপৰীতে ১৫৪টা সিদ্ধান্ত কাৰ্যকৰী সম্পূৰ্ণ হৈ উঠাৰ পথত ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 100th Cabinet Meeting81 New Sub DistBrahmaputra State Guest HouseFore New DistHimanta Biswa Sarma Government
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d