Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু

    ‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

    স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

    প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

    স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

    শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam-Meghalaya Border Raw:অসম-মেঘালয়ৰ সীমাৰ খান্দুলি অঞ্চলত মন্ত্ৰী পীযুষ হাজৰীকা আৰু মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী এচ. ধৰৰ নেতৃত্বত সীমা সমস্যা সমাধানৰ বাবে গঠিত আঞ্চলিক সমিতি দুখনৰ বৈঠক

সীমা অঞ্চল পৰিদৰ্শন সদস্যসকলৰ

publisher by publisher
August 16, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Assam-Meghalaya Border Raw:অসম-মেঘালয়ৰ সীমাৰ খান্দুলি অঞ্চলত মন্ত্ৰী পীযুষ হাজৰীকা আৰু মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী এচ. ধৰৰ নেতৃত্বত সীমা সমস্যা সমাধানৰ বাবে গঠিত আঞ্চলিক সমিতি দুখনৰ বৈঠক
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Assam-Meghalaya Chief Minister’s Talks :কইনাধৰাত সীমা বিবাদক লৈ অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ আলোচনা

Assam-Meghalaya Border Raw:

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ বাবে গঠিত আঞ্চলিক সমিতিৰ অধ্যক্ষ হিচাবে সমিতিৰ আন সদস্যসকলৰ সৈতে মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী এচ. ধৰ তথা ৰাজ্যখনৰ আন বিষয়াসকলৰ উপস্থিতিত সীমামূৰীয়া খান্দুলি অঞ্চল ভ্ৰমণ কৰি এখন বৈঠকত অংশ লয় ।

ADVERTISEMENT

অসমৰ পশ্চিম কাৰ্বি আংলঙ জিলা আৰু মেঘালয়ৰ পশ্চিম জয়ন্তীয়া হিলচ জিলাৰ মাজত থকা সীমা সমস্যা সমাধানৰ বাবে গঠন কৰি দিয়া আঞ্চলিক সমিতি দুখনৰ সদস্যসকলে প্ৰথমবাৰৰ বাবে আজি যুটীয়াভাৱে বিবদমান খান্দুলি অঞ্চল পৰিদৰ্শন কৰে ।

মন্ত্ৰী পীযুষ হাজৰীকাই আজি মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে অঞ্চলটোৰ মেঘালয়ৰ দিশত থকা স্থানীয় ৰাইজৰ প্ৰতিনিধিসকলৰ পৰা স্মাৰকপত্ৰ গ্ৰহণ কৰে । ইয়াৰ পাছত সীমামূৰীয়া স্থানসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী দুগৰাকীয়ে খান্দুলিস্থিত সীমান্ত আৰক্ষী চকীত এখন বৈঠকত সমিতি দুখনৰ সদস্যসকলৰ লগত মিলিত হয় ।

ইয়াতে অসমৰ দিশৰ স্থানীয় ব্যক্তিসকলৰ দল-সংগঠনৰ প্ৰতিনিধিবৰ্গই দুয়োগৰাকী মন্ত্ৰীকে সীমা সমস্যাবিষয়ক তেওঁলোকৰ স্মাৰকপত্ৰ প্ৰদান কৰে । মন্ত্ৰী হাজৰীকাই আজিৰ পৰিদৰ্শন আৰু বৈঠকৰ সময়ত নিজৰ মন্তব্য প্ৰদান কৰি কয় যে দুয়োখন আঞ্চলিক সমিতিয়ে সোনকালে পুনৰ এবাৰ অঞ্চলটো ভ্ৰমণ কৰি স্থানীয় লোকসকলৰ মতামত গ্ৰহণ কৰিব ।

স্থানীয় ব্যক্তিসকলৰ মতামতৰ ওপৰত ভিত্তি কৰি আৰু সাংবিধানিক সীমাৰ ওপৰত বিবেচনা কৰি দুয়োখন সমিতিয়ে ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে ।

আনহাতে চুবুৰীয়া ৰাজ্য দুখনৰ মাজত বহুখিনি সীমা সমস্যা ইতিমধ্যেই সমাধান হোৱা বুলি উল্লেখ কৰি সোনকালেই বাকী থকা স্থানসমূহতো সীমা সমস্যা সমাধান হ’ব বুলি মন্ত্ৰীগৰাকীয়ে নিজৰ দৃঢ়তা প্ৰকাশ কৰে ।

পাছত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে চুবুৰীয়া ৰাজ্যকেইখনৰ সৈতে থকা সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে প্ৰাথমিকতা প্ৰদান কৰি আন্তৰিকতাৰে কাম কৰি আছে ।

লগতে তেওঁ কয় যে অসম আৰু মেঘালয়ৰ বাসিন্দাসকলে পৰস্পৰৰ মাজত ভাতৃত্বভাৱেৰে বাস কৰি আহিছে আৰু ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী দুগৰাকীৰ আন্তৰিক সদিচ্ছাৰ বাবে সীমা সংক্ৰান্তীয় যিখিনি প্ৰাৰ্থক্য আছে সেয়াও সোনকালেই সমাধা হৈ উঠিব ।

মন্ত্ৰীগৰাকীক আজিৰ পৰিদৰ্শন আৰু বৈঠকৰ সময়ত বিধায়ক ৰূপসিং টেৰন, অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব জি.ডি. ত্ৰিপাঠী, বিভাগীয় সচিব, পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে সংগ দিয়াৰ বিপৰীতে মেঘালয়ৰ উপ -মুখ্যমন্ত্ৰীগৰাকীৰ লগত ৰাজ্যখনৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত আছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam-Meghalaya Border RawKhanduli Border AreaRegional Committees Likely To Visit
publisher

publisher

Related Posts

ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু
International

October 22, 2026
‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ
India

‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

October 22, 2026
স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?
International

স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

October 22, 2026
প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান
Assam

প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

October 22, 2026
স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে
Assam

স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

October 22, 2026
শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী
Assam

শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

October 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d