Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Pm Modi Visit ISRO Headquarter:বিদেশ যাত্ৰাৰ পৰা উভতি অহাৰ পিছত পুৱাই বেংগালুৰুত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

পোনে পোনে ৰাওনা ইছৰ' হেডকোৱাৰ্টাৰলৈ, ইছৰ' বিজ্ঞানীৰে মতবিনিময়ত প্ৰধানমন্ত্ৰীৰ ঘোষণা, চন্দ্ৰযান–৩এ যি স্থানত পদচিহ্ন এৰিছিল সেই স্থানৰো নাম হ'ব 'শিৱশক্তি’ এই পদচিহ্ন হ’ব ভাৰতৰ প্ৰতিটো প্ৰয়াসৰ প্ৰেৰণা, প্ৰতিবৰ্ষৰ ২৩ আগষ্টৰ দিনটোক পালন কৰা হ'ব  'ৰাষ্ট্ৰীয় মহাকাশ দিৱস' হিচাপে পালন কৰা হ’ব

publisher by publisher
August 26, 2023
in India, News
Reading Time: 2 mins read
0
Pm Modi Visit ISRO Headquarter:বিদেশ যাত্ৰাৰ পৰা উভতি অহাৰ পিছত পুৱাই বেংগালুৰুত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
2
SHARES
15
VIEWS
ShareShareShareShare

Pm Modi Visit ISRO Headquarter:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনত অংশ লৈ ২৬ আগষ্টত বিদেশ যাত্ৰাৰ পৰা উভতি অহাৰ পিছত বেংগালুৰুত উপস্থিত হয় । বেংগালুৰু বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰী গৰাকী  পোনে পোনে ৰাওনা হয় ইছৰ’ৰ মুখ্য কাৰ্যালয়লৈ ।

ADVERTISEMENT

প্ৰধানমন্ত্ৰী গৰাকীয়ে ইছৰ’ৰ মুখ্য কাৰ্যালয়ত চন্দ্ৰযান–৩ অভিযান সফল কৰা বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰে । প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় ,দক্ষিণ আফ্ৰিকাৰ ৰাজধানী জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনত অংশ লোৱা হেতুকে চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰৰ চন্দ্ৰত অৱতৰণ মুহূৰ্তত আপোনালোকৰ স’তে একাত্ম হ’ব নোৱাৰিছিলো ৷

RelatedPosts

বাংগালুৰুৰ কাৰাগাৰত সুৰাপান কৰি কয়দীৰ নৃত্য, ম’বাইলত ব্যস্ত আইছিছৰ সন্ত্রাসবাদী

বেংগালুৰুত নতুন মেট্ৰ’ পথ উদ্বোধন মোদীৰ !

Bengaluru:ওড়িশাৰ পাছত বেংগালুৰু, নোটছ দিয়াৰ নামত কলেজ ছাত্রীক ধর্ষণ! গ্রেপ্তাৰ দুই শিক্ষক-সহ তিনিজন

modi fotoতথাপিও ভাৰ্চুৱেল ভাষণৰ সময়ত মই কৈছিলো, “যেতিয়া আমি এনে ঐতিহাসিক মুহূৰ্তবোৰ দেখিবলৈ পাওঁ তেতিয়া ই আমাক অতি গৌৰৱান্বিত কৰে। এয়া হৈছে নতুন ভাৰতৰ আৰম্ভণি।”এইয়া আমাৰ ৰাষ্ট্ৰীয় গৌৰৱ। আমি তাত উপস্থিত হৈছো, য’লৈ কোনোৱে যাব পৰা নাছিল ৷’

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী গৰাকী বেংগালুৰুৰ এইচএএল বিমানবন্দৰৰ বাহিৰত প্ৰধানমন্ত্ৰীয়ে ‘জয় বিজ্ঞান জয় অনুসন্ধান’ ধ্বনি দিয়ে। মোদীক আদৰণি জনাবলৈ বিমানকোঠৰ বাহিৰত ৰৈ থকা জনতাক অভিবাদন জনাই কয়,‘‘মই নিজকে ৰখাব পৰা নাছিলো, কিয়নো মই দেশত নাছিলো, কিন্তু মই ভাৰতলৈ আহিয়ে প্ৰথমে বেংগালুৰুলৈ যোৱা আৰু বিজ্ঞানীসকলক সাক্ষাতৰ সিদ্ধান্ত লওঁ।’’

modi isro 3ইপিনে প্ৰধানমন্ত্ৰী ইছৰ’-এ হেডকোৱাৰ্টাৰত উপস্থিত হোৱাৰ পাছতে ইছৰ’ৰ সঞ্চালক সোমনাথে বিপুল আদৰণি জনায় ৷ ইয়াৰ পাছতে মোদীয়ে ইছৰ’ৰ টেলিমেট্ৰি, ট্ৰেকিং এণ্ড কমাণ্ড চেণ্টাৰ (আইএছটিআৰএচি)পৰিদৰ্শন কৰে ৷

আনহাতে ইছৰ’ৰ বিজ্ঞানীসকলে আয়োজন কৰা এক মতবিনিময় অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয়, আজি ইছৰ’ চেণ্টাৰত ‘‘যি উৎসৱ আজি ইয়াত দেখা পাইছো, সেয়া মই গ্ৰীচ, জোহান্সবাৰ্গতো দেখিছো। একেদৰে বিশ্বৰ চৌদিশে থকা ভাৰতীয় আৰু বিজ্ঞানত বিশ্বাস কৰা, মানৱতাৰ প্ৰতি সমৰ্পিত সকলো লোকেই উৎসাহী হৈ আনন্দ প্ৰকাশ কৰিছে ৷

আনহাতে ‘মুন লেণ্ডাৰ’–এ ‘অংগদ’ৰ দৰে চন্দ্ৰমাত শক্তিশালী খোজ পেলাইছে। এফালে বিক্ৰমৰ বিশ্বাস, আনফালে প্ৰজ্ঞানৰ পৰাক্ৰম। আজি সমগ্ৰ বিশ্বই ভাৰতৰ বিজ্ঞান যাত্ৰা, আমাৰ প্ৰযুক্তিক মানিবলৈ বাধ্য হৈছে। চন্দ্ৰযান মহাঅভিযান কেৱল ভাৰৰে নহয়, সমগ্ৰ মানৱতাৰ সফলতা।

ইছৰ’ চেণ্টাৰত বিজ্ঞানীসকলক প্ৰধানমন্ত্ৰীয়ে কয় যে স্পেচট মিছনৰ ট্ৰছ ডাউন– পইণ্টক এটা নাম দিয়াৰ এক বৈজ্ঞানিক পৰম্পৰা আছে। চন্দ্ৰমাৰ যি স্থানত আমাৰ চন্দ্ৰযান অৱতৰণ কৰিছে, ভাৰত চৰকাৰে সেই স্থানৰ নামকৰণৰ সিদ্ধান্ত লৈছে। যি স্থানত চন্দ্ৰযান–৩ লেণ্ডাৰ অৱতৰণ কৰিছে, সেই স্থানক ‘শিৱশক্তি’ নামেৰে জনা যাব। ‘শিৱ’ত মানৱতাৰ কল্যাণৰ সংকল্প সমাহিত আছে আৰু ‘শক্তি’ৰে আমি সেই সংকল্পক পূৰণ কৰাৰ সামৰ্থ্য লাভ কৰোঁ।

তেওঁ আৰু কয় যে, চন্দ্ৰযান–৩ৰ উক্ষেপনৰ সমগ্ৰ মিছনটোত আমাৰ মহিলা বিজ্ঞানীসকলে কিমান ডাঙৰ ভূমিকা পালন কৰিছে।সেইয়া সচাকৈয়ে অতুলনীয় ৷ চন্দ্ৰমাৰ ‘শিৱশক্তি’ পইণ্ট শতিকালৈ ভাৰতৰ এই বৈজ্ঞানিক আৰু দাৰ্শনিক চিন্তাৰ সাক্ষী হৈ থাকিব।

চন্দ্ৰমাৰ  যি স্থানত চন্দ্ৰযান–য়ে নিজৰ পদচিহ্ন এৰিছিল, সেই পইণ্ট এতিয়া ‘ত্ৰিৰংগা’ হিচাপে পৰিগণিত হ’ব। এই ত্ৰিৰংগা পইণ্ট ভাৰতৰ প্ৰতিটো প্ৰয়াসৰ প্ৰেৰণা হ’ব, এই ত্ৰিৰংগা পইণ্টে আমাক শিক্ষা দিব যে কোনো বিফলতাই শেষ হ’ব নোৱাৰে। যদি দৃঢ় ইচ্ছা শক্তি থাকে, তেন্তে সফলতা আহিবই।

ইছৰ’ চেণ্টাৰত বিজ্ঞানীসকলক মোদীয়ে কয় যে ২৩ আগষ্টত ভাৰতে চন্দ্ৰমাৰ বুকুত ত্ৰিৰংগা উৰুৱালে, সেই দিনটো এতিয়াৰ পৰা প্ৰতিবৰ্ষত ৰাষ্ট্ৰীয় মহাকাশ দিৱস( নেচনেল স্পেছ ডে ) হিচাপে পালন কৰা হ’ব বুলি ঘোষণা কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bengaluruchandrayaan3ISRO HeadquarterPm Modi Visit
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d