Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Salal dam gates opened:জল বিস্ফোৰণেৰে পাকিস্তানক নিঃশেষ কৰাৰ চেষ্টা ভাৰতৰ !

    National Defence Fund:ভাৰতীয় প্ৰতিৰক্ষা পুঁজিলৈ সাহায্য লণ্ডনস্থ প্ৰবাসী অসমীয়া ইলিয়াছ হুছেইন আনছাৰিৰ

    Sarusajai Stadium:মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অঘটন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ashok Singhal :ৰাজ্যৰ পৌৰসভাসমূহৰ পৌৰপতি, উপ-পৌৰপতি আৰু কাৰ্যবাহী বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে মিলিত মন্ত্ৰী অশোক সিংহল

পৌৰ সম্পত্তি কৰ সংগ্ৰহৰ তিনিমহীয়া প্ৰত্যাহ্বান কাৰ্যসূচীৰ শুভাৰম্ভ

publisher by publisher
August 28, 2023
in India, Assam, News
Reading Time: 1 min read
0
Ashok Singhal :ৰাজ্যৰ পৌৰসভাসমূহৰ পৌৰপতি, উপ-পৌৰপতি আৰু কাৰ্যবাহী বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে মিলিত মন্ত্ৰী অশোক সিংহল
1
SHARES
12
VIEWS
ShareShareShareShare

Ashok Singhal :

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভাকক্ষৰ পৰা ৰাজ্যৰ পৌৰসভাসমূহৰ পৌৰপতি, উপ-পৌৰপতি আৰু কাৰ্যবাহী বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷

ADVERTISEMENT

পৌৰসভাসমূহৰ বিভিন্ন কাম-কাজৰ লগতে আজিৰ বৈঠকত মূলতঃ সম্পত্তি কৰৰ মূল্যায়ণ আৰু কৰ সংগ্ৰহৰ বিষয়ে আলোচনা কৰা হয়৷ মন্ত্ৰীগৰাকীয়ে আজি পৌৰ সম্পত্তি কৰ সংগ্ৰহৰ বাবে তিনিমহীয়া এক বিশেষ প্ৰত্যাহ্বান কাৰ্যসূচীৰো শুভাৰম্ভ কৰে।

RelatedPosts

Assam Cabinet:অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত,জাগীৰোড চেমিকণ্ডাক্টৰ প্ৰকল্প নাম’ ৰতন টাটা ইলেক্ট্ৰনিক চিটি(আৰটিইচ)

Aiudf Mla Protest In Assembly Campus:মিঞা সন্দৰ্ভত মন্ত্ৰী অশোক সিংহালে কৰা বিৰ্তকিত মন্তব্যৰ প্ৰতিবাদত এআইইউডিএফ বিধায়কৰ বিধানসভাৰ চৌহদত উত্তাল প্ৰতিবাদ

Minister Atul Bora:জনতা ভৱনত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ, অসম চুক্তি ৰূপায়ণ বিভাগৰ জ্যেষ্ঠ বিষয়াৰে বৈঠক মন্ত্ৰী অতুল বৰাৰ

অহা ১ ছেপ্টেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ চলিবলগীয়া এই কাৰ্যসূচীৰ বাবে তেওঁ পৌৰসভাসমূহক নিজৰ লক্ষ্য স্থিৰ কৰি দিয়াৰ লগতে যাৱতীয় নিৰ্দেশনাও প্ৰদান কৰে৷ বৈঠকত তেওঁ অনলাইনযোগে গৃহ নিৰ্মাণ আৰু ব্যৱসায়ৰ অনুমতি প্ৰদান তথা আৱৰ্জনা সংগ্ৰহ আৰু ব্যৱস্থাপনাৰো বুজ লয় ৷

আনহাতে মন্ত্ৰী সিংহলে আজি জনতা ভৱনত অন্যান্য কেইবাখনো বৈঠকতো মিলিত হয় ৷ গুৱাহাটী মহানগৰ উন্নয়ন কতৃৰ্পক্ষৰ বিষয়ববীয়াসকলৰ সৈতে হোৱা এক বৈঠকত তেওঁ শিলসাকোঁ বিলৰ পুনৰুজ্জীৱিতকৰণ প্ৰকল্পৰ পৰ্যালোচনা কৰাৰ বিপৰীতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিভিন্ন শাখা বিভাগসমূহেৰ হোৱা এক বৈঠকত তেওঁ বিগত চিন্তন শিবিৰৰ নিৰ্ধাৰিত লক্ষ্য আৰু আৰ্জিত সফলতাৰ অগ্ৰগতিৰ বুজ লয় ৷

আনহাতে “মিছন অম্ৰুট”ৰ বিষয়াসকলৰে হোৱা আন এক বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিভিন্ন নগৰীয়া এলেকাত অম্ৰুট অভিযানৰ অধীনত ৰূপায়িত খোৱাপানী যোগান প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বিশদ পৰ্যালোচনা কৰে ৷

আজিৰ এই বৈঠকসমূহত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, সচিব পৱিত্ৰ ৰাম খাউণ্ডৰ লগতে সংশ্লিষ্ট শাখা বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DispurJanata BhawanMinister Ashok SinghalMunicipality Boardvideo conferencing
publisher

publisher

Related Posts

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
Salal dam gates opened:জল বিস্ফোৰণেৰে পাকিস্তানক নিঃশেষ কৰাৰ চেষ্টা ভাৰতৰ !
India

Salal dam gates opened:জল বিস্ফোৰণেৰে পাকিস্তানক নিঃশেষ কৰাৰ চেষ্টা ভাৰতৰ !

May 10, 2025
National Defence Fund:ভাৰতীয় প্ৰতিৰক্ষা পুঁজিলৈ সাহায্য লণ্ডনস্থ প্ৰবাসী অসমীয়া ইলিয়াছ হুছেইন আনছাৰিৰ
News

National Defence Fund:ভাৰতীয় প্ৰতিৰক্ষা পুঁজিলৈ সাহায্য লণ্ডনস্থ প্ৰবাসী অসমীয়া ইলিয়াছ হুছেইন আনছাৰিৰ

May 10, 2025
Sarusajai Stadium:মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অঘটন
News

Sarusajai Stadium:মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অঘটন

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d