Tea workers Protest in Sasal:মহানগৰীৰ চচলত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

মাটিৰ পট্টা প্ৰদান, মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ

sasal protest

Tea workers Protest in Sasal:

মহানগৰীৰ চচলত মঙলবাৰে চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ৷ মাটিৰ পট্টা প্ৰদান, মজুৰি বৃদ্ধি, অস্থায়ী শ্ৰমিকৰ পেঞ্চন, প্ৰসূতিকালী ভাট্টা প্ৰদানৰ দাবীত ৰাজ্যৰ ১০০খন বাগিচাৰ শ্ৰমিকে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ বেনাৰত সাব্যস্ত কৰে প্ৰতিবাদ।

আনহাতে প্ৰতিবাদী শ্ৰমিকে ৰাজ্যৰ আদিবাসী লোকক জনজাতিৰ মৰ্যদা প্ৰদানৰো দাবীত বিভিন্ন চৰকাৰবিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী

পাছত বিভিন্ন দাবী সম্বলিত এখন স্মাৰক-পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে প্ৰতিবাদী সংগঠনটোৰ নেতৃবৰ্গই ৷

Exit mobile version