Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

CPI(M) Opposes Re-Determination Of Constituencies:২০০১ চনৰ লোক গণনাৰ ভিত্তিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিৰোধিতা চিপিআই(এম)ৰ

publisher by publisher
March 27, 2023
in Assam, India, News
Reading Time: 2 mins read
0
CPI(M) Opposes Re-Determination Of Constituencies:২০০১ চনৰ লোক গণনাৰ ভিত্তিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিৰোধিতা চিপিআই(এম)ৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

১২ ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণ ঘোষণা হ’লেও বাদ পৰিল অসম

এইবাৰ অসমতো ভোটাৰ তালিকাৰ বহুচৰ্চিত গভীৰ পুনৰীক্ষণ, আজি ঘোষণা

কেতিয়া হ’ব বিহাৰৰ নিৰ্বাচন ? আজি বিয়লি ঘোষণা কৰিব নিৰ্বাচন আয়োগে 

CPI(M) Opposes Re-Determination Of Constituencies:

ভাৰতৰ নিৰ্বাচন আয়োগে ২০০১ চনৰ লোক গণনাৰ ভিত্তিত ২০২৩ চনত অসমৰ লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰাত চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ বিৰোধিতা কৰিছে।

ADVERTISEMENT

এই সংক্ৰান্তত পাৰ্টিৰ এটা প্ৰতিনিধি দলে বৰ্তমান অসমলৈ অহা ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তসহ নিৰ্বাচন আয়োগৰ সদস্যসকলক গুৱাহাটীত সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। চিপিআই(এম)ৰ পাঁচজনীয়া প্ৰতিনিধি দলটোত আছিল পাৰ্টিৰ ৰাজ্যিক কমিটিৰ সম্পাদক সুপ্রকাশ তালুকদাৰ, কেন্দ্ৰীয় কমিটিৰ সদস্য ইচফাকুৰ ৰহমান, দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য অজিত দাস আৰু নয়ন ভূঞা।

পাৰ্টিয়ে সাতোটা গুৰুত্বপূৰ্ণ দফা সন্নিৱিষ্ট কৰি প্ৰদান কৰা স্মাৰক-পত্ৰত উল্লেখ কৰা হয় যে ২০০১ চনত ৰাজ্যৰ জনসংখ্যা আছিল ১.৪৬ কোটি। এতিয়া দুটা দশকৰো অধিক কালৰ পাছত সেই সংখ্যা প্ৰায় ৩.৬৬ কোটিলৈ বৃদ্ধি পাইছে।

সেয়ে ২০০১ চনৰ লোক পিয়লৰ ভিত্তিত বৰ্তমান লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ সীমা পুনৰ্নিৰ্ধাৰণ যুক্তিসংগত আৰু গ্ৰহণযোগ্য নহয়।

তদুপৰি, স্মাৰক-পত্ৰত উল্লেখ কৰা হয় যে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি দল আৰু চৰকাৰে অসৎ অভিপ্ৰায়েৰে আৰু সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থ সন্মুখত ৰাখি অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পোষকতা কৰিছে।

ইয়াৰ প্ৰমাণ হিচাপে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে যোৱা ২৭ ডিচেম্বৰত অধিসূচনা জাৰি কৰাৰ পাছত আৰু চলিত বৰ্ষৰ এক জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন প্ৰশাসনিক জিলা বা গোট গঠনৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ লগে লগে ২০২২ চনৰ ৩১ ডিচেম্বৰত হঠাৎ চাৰিখন জিলা ভংগ কৰি পূৰ্বৰ সংশ্লিষ্ট জিলাসমূহৰ লগত চামিল, ১৪খন জিলাৰ শতাধিক গাঁও এখন জিলাৰ পৰা আন এখন জিলাৰ প্ৰশাসনিক গোটৰ লগত একপক্ষীয়ভাৱে যুক্ত কৰাৰ কথা উল্লেখ কৰা হয়।

আনকি বিটিএডিৰ সৈতে নতুনকৈ গাঁও সংযুক্তিৰ বিষয়টো বিবেচনাৰ বাবে ২০২০ চনৰ ২৭ জানুৱাৰীত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ আধাৰত গঠিত আয়োগৰ কাম-কাজ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই কিছুমান গাঁও বিটিএডিৰ অন্তৰ্ভুক্ত কৰাৰ আঁৰত অসম চৰকাৰ গভীৰ ষড়যন্ত্ৰ থকা বুলিও স্মাৰক-পত্ৰত উল্লেখ কৰা হয়।

চিপিআই(এম) দলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ আয়োগ গঠন নকৰাকৈ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰাতো তীব্ৰ আপত্তি দৰ্শায়।

পাৰ্টিয়ে সদ্যহতে সমগ্ৰ প্ৰক্ৰিয়াটো স্থগিত ৰাখি ভাৰতৰ সংবিধানৰ ৮৪ নং সংশোধনী মতে অন্য ৰাজ্য সমূহৰ দৰে অসমতো সমষ্টি পুনৰ নিৰ্ধাৰণ কাম ২০২৬ চনলৈ পিছুৱাই দিয়াৰ পক্ষে দৃঢ় মত পোষণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CPI(M) OpposesElection CommissionRe-Determination Of Constituencies
publisher

publisher

Related Posts

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

October 17, 2026
বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!
International

বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d