Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bordumja Murder  Main Accused Arrested:তিনিচুকীয়াৰ বৰডুমচাত নৃশংস হত্যাকাণ্ড !

জন্মাষ্টমীৰ বজাৰ কৰিবলৈ গৈ দুৰ্বৃত্তৰ আক্ৰমণত নিহত চিআৰপিএফ জোৱান, চাও নিউটা মিন, চাও আর্ভি খেনক নামৰ দুই হত্যাকাৰীক আটক আৰক্ষীৰ, চিচিটিভিৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে দুয়োকে

publisher by publisher
September 7, 2023
in India, Assam, Crime, News
Reading Time: 2 mins read
0
Bordumja Murder  Main Accused Arrested:তিনিচুকীয়াৰ বৰডুমচাত নৃশংস হত্যাকাণ্ড !
2
SHARES
17
VIEWS
ShareShareShareShare

Bordumsa Murder  Main Accused Arrested:

ADVERTISEMENT

জন্মাষ্টমীৰ আনন্দ উলাহৰ মাজতে তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী বৰডুমচাত বুধবাৰে সন্ধিয়া সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড।

RelatedPosts

kokrajhar:ঝাৰখণ্ডত মাওবাদীৰ আক্ৰমণত ছহিদ হ’ল কোকৰাঝাৰৰ প্ৰাণেশ্বৰ কোচ

মটৰ চাইকেলত অহা দুই দুর্বৃত্তই আগুচি ধৰি চোকা অস্ত্ৰৰে আঘাত কৰে এজন চিআৰপিএফ জোৱানক। দুৰ্বৃত্তৰ উপযুপৰি আক্ৰমণত থিতাতে নিহত হয় চি আৰ পি এফ জোৱানজন। এই চাঞ্চল্যকৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ বৰডুমচা অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰে।

bardumja murderপ্ৰাপ্ত খবৰ অনুসৰি,, বৰডুমচাস্থ চিআৰপিএফ ১৮৬ নং বেটেলিয়নৰ চাউনীত নিয়োজিত হৈ থকা সুনীল কুমাৰ পাণ্ডে নামৰ জোৱানজনে চিভিল ড্ৰেছত জন্মাষ্টমীৰ বাবে বজাৰ কৰিবলৈ বুধবাৰে সন্ধিয়া বৰডুমচাৰ মাধৱপুৰলৈ ওলাই আহে ৷

এনেতে পুৰ্বৰে পৰা খাপ পিটি থকা দুই মটৰ চাইকেল আৰোহীয়ে চোকা অস্ত্ৰৰে ঘপিয়াই পাণ্ডেক। দুৰ্বৃত্তৰ উপযুপৰি আক্ৰমণত তেজেৰে তুমৰলি হৈ ৰাজপথতে ঢলি পৰে ৷ পিছত স্থানীয়লোকে মুমুষ অৱস্থাত জোৱানজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও আদবাটতে শেষ নিশ্বাস ত্যাগ কৰে ৷

আনহাতে এই নৃশংস হত্যাকাণ্ডৰ পাছতে ঘটনাস্থলীত আৰক্ষী আৰু বৰডুমচাস্থ চি আৰ পি এফ উপস্থিত হৈ ক্ষীপতাৰে তদন্ত আৰম্ভ কৰি স্থানীয় প্ৰত্যক্ষদৰ্শী আৰু চিচিটিভিৰ কেমেৰাত আবদ্ধ ফুটেজৰ ভিত্তিত অভিযান চলাই দুই অৰুনাচলৰ নামচাই জিলাৰ চাংলাই গাৱঁৰ চাও নিউটা মিন, জেংলাইৰ বাসিন্দা চাও আর্ভি খেনক আটক কৰিবলৈ সক্ষম হয় ৷ এই অভিযানত অসম আৰক্ষীক সহযোগিতা আগবঢ়াই অৰুণাচল আৰক্ষীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bordumsa Murder  CaseCRPF jawan KilledTwo Main Accused Arrested
publisher

publisher

Related Posts

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত
India

May 1, 2026
আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!
News

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

May 1, 2026
Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে
News

Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

May 1, 2026
Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’
News

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

May 1, 2026
বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
India

বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

May 1, 2026
Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে
News

Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d