Manipur :মণিপুৰত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী

manipur

Manipur :

অগ্নিগৰ্ভা মণিপুৰত ক্ৰমাৎ স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ পাছত সংগোপনে অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ সৰবৰাহ ৷

ম্যানমাৰ সীমান্তৱৰ্তী মণিপুৰৰ কামজোং জিলাৰ শ্বাংকা লোক নালা এলেকাত অসম ৰাইফলছে বিশেষ সূত্ৰৰ পমখেদি অভিযান জব্দ কৰে ১০০ বস্তা বাৰ্মিজ চুপাৰী সহ আটক কৰে ম্যানমাৰৰ দুই সৰবৰাহকাৰীক

উল্লেখ্য যে, সৰবৰাহকাৰীয়ে চুপাৰী খিনি ম্যানমাৰৰ পৰা মণিপুৰত প্ৰৱেশৰ বাবে মজুত কৰিছিল ৷ জব্দকৃত চুপাৰী খিনিৰ বজাৰ মূল্য প্ৰায় ৯৬ লাখ টকা।

Exit mobile version