Four Banagladeshi Citizens Arrested In Meghalaya:অনাধিকাৰ প্ৰৱেশ ভাৰতত !

গ্ৰেপ্তাৰ চাৰি বাংলাদেশী নাগৰিকক মেঘালয় আৰক্ষীৰ

bangladesi
ADVERTISEMENT

Four Banagladeshi Citizens Arrested In Meghalaya:

প্ৰতিবেশী ৰাজ্য মেঘালয়ত আৰক্ষীৰ জালত চাৰি বাংলাদেশী নাগৰিক ৷ পশ্চিম গাৰো হিলছ আৰক্ষীয়ে ডলুগাঁৱৰ পৰা গ্রেপ্তাৰ কৰে বাংলাদেশী নাগৰিককেইজনক।

উল্লেখ্য যে,ধৃত বাংলাদেশী নাগৰিক চাৰিজনে অবৈধভাৱে মেঘালয়ত প্রৱেশ কৰিছিল। তেওঁলোকৰ হাতত নাছিল কোনো বৈধ নথি পত্ৰ

চাৰি বাংলাদেশীৰ পৰা ভুৱা পানকাৰ্ড, আধাৰকাৰ্ড, আৰু ম’বাইল ফোন সহ নগদ ধন জব্দ কৰিছে পশ্চিম গাৰো হিলছ আৰক্ষীয়ে।

ইতিমধ্যে আৰক্ষীয়ে ধৃত বাংলাদেশী চাৰিজনক অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা

Exit mobile version