Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Appointment With Fake Documents In Health Department : স্বাস্থ্য বিভাগত ভুৱা নথিৰে নিযুক্তি !

ফাৰ্মাচিষ্টৰ পৰা চতুৰ্থবৰ্গলৈ কেবাশ প্রার্থী অবৈধভাৱে কৰ্মৰত

publisher by publisher
April 24, 2023
in Assam, News
Reading Time: 2 mins read
0
Appointment With Fake Documents In Health Department : স্বাস্থ্য বিভাগত ভুৱা নথিৰে নিযুক্তি !
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Appointment With Fake Documents In Health Department :

ভুৱা নথি আৰু অবৈধ প্ৰক্ৰিয়াৰে চাকৰি লোৱা শ শ লোকেৰে ভৰি আছে ৰাজ্যৰ স্বাস্থ্য বিভাগত ৷ ফাৰ্মাচিষ্টৰ পৰা আৰম্ভ কৰি লেবৰেটৰী টেকনিচিয়ান, নিম্ন বৰ্গৰ সহায়ক, এমপিডব্লিউ, আইডিইউ টেকনিচিয়ান, স্বাস্থ্য সহায়ক, কনিষ্ঠ সহায়ক, ধাই আদিৰ পদত বহু লোকে অবৈধভাৱে নিযুক্তি লাভ কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতে ভাৰত চৰকাৰৰ পৰিয়াল আৰু স্বাস্থ্য কল্যাণ মন্ত্রণালয়ে সন্দেহজনক এনে চাকৰিয়ালৰ নথি পুনৰীক্ষণৰ নিৰ্দেশ দিয়াৰ পাছতে সম্প্ৰতি ৰাজ্যৰ কমেও পাঁচখন জিলাত হাহাকাৰ লাগিছে।

ADVERTISEMENT

উল্লেখ্য যে শিৱসাগৰ, চৰাইদেউ, লখিমপুৰ, ধেমাজি আৰু নগাঁৱৰ স্বাস্থ্য খণ্ডত সম্প্ৰতি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত চাকৰি কৰি থকা বহুতেই অবৈধ প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰাৰ তথ্য পোহৰলৈ আনিছিল আমগুৰি নৱনিৰ্মাণ সমিতি নামৰ এটা সংগঠনে।

তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে সংগঠনটোৱে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ এই বিয়াগোম কেলেংকাৰি পোহৰলৈ অনাৰ পাছত সমগ্ৰ তথা ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্রণালয়ৰ ওচৰত দাখিল কৰিছিল। ইয়াৰ পাছতে স্বাস্থ্য মন্ত্রণালয়ে যোৱা ২০ ফেব্ৰুৱাৰীত জেড- ১৮০১৫ / ১০ / ২০১৬- এনএইছএম তিনি নম্বৰৰ এখন পত্ৰৰ জৰিয়তে উল্লিখিত পাঁচ জিলাৰ তৃতীয়আৰু চতুৰ্থ বৰ্গৰ পদত কৰ্মৰত কৰ্মচাৰীসকলৰ নথি পুনৰীক্ষণ কৰিবলৈ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মিছন সঞ্চালক ডাঃ এমএছ লক্ষ্মীপ্রিয়াক নিৰ্দেশ প্রদান কৰিছিল।

ইয়াৰ পাছতে স্বাস্থ্য সেৱা সঞ্চালকালয়ে সংশ্লিষ্ট পাঁচ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকক নথি পুনৰীক্ষণৰ দায়িত্ব অর্পণ কৰিছিল। শেহতীয়াকৈ শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কার্যালয়ে জিলাখনত কৰ্মৰত ২১৩ জন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নথি পৰীক্ষা কৰি স্বাস্থ্য সেৱা সঞ্চালকালয়লৈ প্ৰেৰণ কৰিছে আৰু বাকী চাৰি জিলাৰ নথি পুনৰীক্ষণ অব্যাহত থকাৰ কথা স্বাস্থ্য বিভাগৰ সূত্ৰই সদৰী কৰিছে।

এই সন্দৰ্ভত আমগুৰি নৱনিৰ্মাণ সমিতিৰ সভাপতি দিগন্ত শ‍ইকীয়াই সদৰী কৰা অনুসৰি, শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ অধীনত কৰ্মৰত তথা সন্দেহজনক ২১৩ জন কৰ্মচাৰীৰ নথি পুনৰীক্ষণৰ কৰি সংশ্লিষ্ট পক্ষই স্বাস্থ্য সেৱা সঞ্চালকালয়লৈ প্ৰেৰণ কৰিছে। সমান্তৰালভাৱে চৰাইদেউতো প্রায় ৯৯ জন, লখিমপুৰ আৰু ধেমাজিত প্রায় ১৫০ জন আৰু নগাঁৱতো প্রায় ১৫০ জন কৰ্মচাৰীয়ে অবৈধভাৱে নিযুক্তি লাভ কৰিছিল আৰু এইসকলৰ নথি পুনৰীক্ষণৰ কাম অব্যাহত আছে বুলি তেওঁ কয়।

উল্লেখ্য যে বিগত চৰকাৰৰ কাৰ্যকালত সাক্ষাৎকাৰ অবিহনেই স্বাস্থ্য বিভাগত বৃহৎ সংখ্যক লোকে নিযুক্তি লাভ কৰিছিল। ইয়াৰ উপৰি ভুৱা বদলিকৰণ পত্ৰ দেখুৱায়ো বহুতে স্বাস্থ্য বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল। অগপ চৰকাৰৰ দিনতো একাংশই ভুৱা নথিৰে চাকৰি পোৱাৰ অভিযোগ আছে। বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছতে কিছু সংখ্যকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিছিল যদিও বহুজন তদন্তৰ আওতাৰ পৰা বাদ পৰি গৈছিল আৰু অনায়াসে চাকৰি কৰি আহিছিল।

ফলত আইটিআই তথ্যৰ আধাৰত আমগুৰি নৱনিৰ্মাণ সমিতিয়ে তথ্যসহ এই নিযুক্তি কেলেংকাৰি পোহৰলৈ অনাৰ পাছত আৰু স্বাস্থ্য মন্ত্ৰণালয়ৰ নিৰ্দেশত পাঁচ জিলাৰ নথি পুনৰীক্ষণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠাত কেবাশ কৰ্মচাৰী চাকৰিৰ পৰা বৰ্খাস্ত হোৱাটো প্ৰায় নিশ্চিত হৈ উঠিছে৷

স্মতৰ্ৱ্য যে এই পাঁচ জিলাত কিমান ভুৱা কৰ্মচাৰী পোহৰলৈ আহিছে তাৰ তথ্য সংশ্লিষ্ট পক্ষই সদৰী কৰা নাই যদিও ভুৱা নথি আৰু অবৈধ প্ৰক্ৰিয়াৰে যে বহুতে নিযুক্তি লাভ কৰিছিল নথি পুনৰীক্ষণত পোহৰলৈ আহিছে বুলি সদৰী কৰিছে। ইয়াৰ লগতে সংশ্লিষ্ট পাঁচ জিলাৰ স্বাস্থ্য বিভাগত কৰ্মৰত একাংশ কৰ্মচাৰীৰ মাজত হাহাকাৰ লাগিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamHealth Department
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d