Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

    India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Meri Maati Mera Desh:গুৱাহাটীত ‘অমৃত কলহ যাত্ৰা’ৰ ৰূপায়ন সন্দৰ্ভত আলোচনা

২০ ছেপ্টেম্বৰৰ পৰা ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা হ'ব মাটি

publisher by publisher
September 19, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Meri Maati Mera Desh:গুৱাহাটীত ‘অমৃত কলহ যাত্ৰা’ৰ ৰূপায়ন সন্দৰ্ভত আলোচনা
4
SHARES
40
VIEWS
ShareShareShareShare

Meri Maati Mera Desh:

‘মেৰি মাটি মেৰা দেশ’ কাৰ্যসূচীৰ সৈতে সম্পৰ্কিত ‘অমৃত কলহ যাত্ৰা’ সন্দৰ্ভত আলোচনা আৰু সজাগতা সৃষ্টিৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত আজি জিলা পুথিভড়াল প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয় ৷

ADVERTISEMENT

কামৰূপ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই আদৰণি ভাষণ দিয়া সভাখনত ‘অমৃত কলহ যাত্ৰা’ৰ বিষয়ে সবিশেষ সদৰি কৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘ নিধি দাহালে৷ গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত লনি বৰপাত্ৰগোঁহায়ে পাৱাৰ পইন্ট প্ৰেজেন্টেছনৰ জৰিয়তে অমৃত কলহত মাটি সংগ্ৰহৰ সময়সূচী ব্যাখ্যা কৰে ৷

RelatedPosts

National Unity Day Celebration In Guwahati: ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে মহানগৰীত একতাৰ বাবে দৌৰ

Guwahati High Court-District Court Premises” Declared no Lly Zone:গুৱাহাটী উচ্চ ন্যায়ালয়-জিলা আদালত চৌহদত ন’ ফ্লাই জ’ন” ঘোষণা

Guwahati Refinery Mock Drill:জিলা প্ৰশাসনৰ সহযোগত গুৱাহাটী তেল শোধানাগাৰৰ মক ড্ৰিল

সেই অনুসৰি সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো কাইলৈৰ পৰা ‘অমৃত কলহ যাত্ৰা’ৰ কাৰ্যসূচী আৰম্ভ হ’ব ৷ কাইলৈৰ পৰা অৰ্থাৎ ২০ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ প্ৰতিখন গাওঁ পঞ্চায়ত আৰু গুৱাহাটী পৌৰ নিগমৰ প্ৰতিটো ৱাৰ্ডৰ প্ৰতিটো বাসগৃহৰ পৰা অমৃত কলহত অন্ততঃ এমুঠি মাটি সংগ্ৰহ কৰা হ’ব ৷

মহানগৰীৰ যিসমূহ ফ্লেটৰ বাসিন্দাই কোনোপধ্যে মাটি যোগাৰ কৰিব নোৱাৰে তেওঁলোকৰ পৰা এমুঠি চাউল সংগ্ৰহ কৰা হ’ব ৷ ঘৰে ঘৰে সংগৃহীত মাটি বা চাউল ২ অক্টোবৰত গাঁও পঞ্চায়ত বা পৌৰ নিগমৰ ক্ষেত্ৰত ৱাৰ্ডত সংমিশ্ৰণ কৰি এটা কলহত ভৰোৱা হ’ব ৷

গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ প্ৰতিটোৰে পৰা একোটা অমৃত কলহত সংগৃহীত মাটি ৮ অক্টোবৰত হেঙেৰাবাৰীত থকা অমৃত উদ্যানলৈ অনা হ’ব ৷ একেদৰে গাঁও পঞ্চায়তৰ পৰা সংগৃহীত মাটি খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়লৈ অনা হ’ব ৷ তাতে মাটিখিনি সংমিশ্ৰণ কৰি দুটা পিতলৰ কলহত ভৰাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২৬ অক্টোবৰত হ’বলগীয়া ৰাজ্যিক অনুষ্ঠানলৈ প্ৰেৰণ কৰা হ’ব ৷

আজি সভাত উপস্থিত থাকি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰনীয়াই দল-মত নিৰ্বিশেষে সকলোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড সমূহত সংগৃহিত মাটি অমৃত কলহত ভৰোৱাৰ পিছত অৱশিষ্ট মাটি খিনি ৰাজহুৱা সভাগৃহ নিৰ্মাণত ব্যৱহাৰ কৰিব বুলি সদৰি কৰে মেয়ৰগৰাকীয়ে ৷

সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ডৰথী ছুচিয়াং, জিলা উন্নয়ণ আয়ুক্ত গৌৰী শংকৰ দাস, গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত প্ৰণৱজ্যোতি গোস্বামী, অতিৰিক্ত জিলা আযুক্ত পিংকী দত্ত প্ৰমুখ্যে কেবাগৰাকী জ্যেষ্ঠ বিষয়া, গুৱাহাটী পৌৰ নিগমৰ বিভিন্ন ৱাৰ্ডৰ পাৰিষদসকল, গাঁও পঞ্চায়তৰ সভাপতি-সচিবসহ কেবাগৰাকী প্ৰতিনিধি, বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক দল-সংগঠনৰ প্ৰতিনিধি আৰু কেবাগৰাকী বিশিষ্ট নাগৰিক সভা খনত উপস্থিত থাকে ৷

‘অমৃত কলহ যাত্ৰা’ৰ প্ৰচাৰৰ বাবে হিন্দী আৰু অসমীয়া ভাষাত প্ৰস্তুত কৰা দুটাকৈ ভিডিঅ’ আৰু মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বাৰ্তা সম্বলিত আন এটা ভিডিঅ’ সভাত প্ৰদৰ্শন কৰা হয় ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Guwahati Municipal CorporationKamrup (M) AdministrationMeri Maati Mera DeshMeyar Migen Sarania
publisher

publisher

Related Posts

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 
India

May 10, 2025
কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!
India

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

May 10, 2025
G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক
News

G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

May 10, 2025
কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে
News

Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

May 10, 2025
India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ
India

India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d