Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Christmas Cake : বৰদিন বিশেষ ; কেকৰ ইতিহাস জানো আহক

publisher by publisher
December 25, 2022
in Lifestyle
Reading Time: 1 min read
0
Christmas Cake : বৰদিন বিশেষ ; কেকৰ ইতিহাস জানো আহক
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

বিয়াৰ কেক কটাক লৈ নৱদম্পতীৰ মাজত বিবাদ

Christmas : বৰদিনলৈ মাজত মাত্ৰ এটা দিন বাকী ,ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে পৱিত্ৰ বৰদিনৰ প্ৰস্তুতি

History : ‘ইতিহাস-বিকৃতি ৰোধ কৰিবলৈ অস্ত্ৰ তথ্যভাণ্ডাৰেই’

Christmas Cake :

১৪০ বছৰ পূৰ্বে তৈয়াৰ কৰা হৈছিল ভাৰতৰ প্ৰথমটো কেক । বৰদিন বুলি কলেই বেকাৰিত বিভিন্ন ধৰণৰ কেকৰ সমাহাৰ দেখা যায় । বৰদিনত কেক বনোৱাৰ ৰীতি বিদেশত প্ৰচলিত আছিল যদিও ভাৰততো এই ৰীতি বহু বছৰ পূৰ্বে আৰম্ভ হৈছিল ।

ADVERTISEMENT

১৮৮৩ চনৰ কথা, বৰদিনৰ এই সময়ছোৱাতে মাৰডক ব্ৰাউন নামৰ এজন ব্ৰিটেইনৰ ব্যৱসায়ী দক্ষিণ ভাৰতলৈ আহিছিল । নিজ দেশৰ পৰা বহু দূৰৈত থকা ব্যৱসায়ীজনে ব্ৰিটেইন আৰু ভাৰতৰ স্বাদৰ সংমিশ্ৰণ কৰি এটা কেক তৈয়াৰ কৰা চিন্তা কৰিবলৈ ধৰিলে ।

যিহেতু বৰদিন উপলক্ষে কেক খাবলৈ মন কৰা মাৰডকে ভাৰতৰ ক’ত কেক তৈয়াৰ কৰে নাজানিছিল । উপায় বিচাৰি নাপাই তেওঁ এটা বিস্কুট তৈয়াৰ কৰা কাৰখানালৈ গ’ল । সেই বিস্কুট তৈয়াৰ কৰা কাৰখানাটোৰ মালিক আছিল জনৈক মামবালি বাপু ।

বাপুৰ ওচৰলৈ গৈ তেওঁ বৰদিন উদযাপন কৰিবলৈ এটা কেক বনাই দিয়াৰ কথা কয় । কিন্তু পাউৰুটি আৰু বিস্কুট তৈয়াৰ কৰা বাপুৰ কেক বনোৱাৰ কোনো জ্ঞানেই নাছিল । অৱশেষত সেই সমস্যাৰ সমাধান কৰে মাৰডকে ।

দক্ষিণ ভাৰতৰ মালবাৰ উপকূলৰ স্কট নামৰ কাঠৰ ব্যৱসায়ৰ সৈতে জড়িত এজন লোকৰ লগত স্কটৰ লগত ভাল সম্পৰ্ক আছিল । স্কটে প্ৰায়েই ব্ৰিটেইনলৈ গৈ থাকে ।

মাৰডকে কেক খাবলৈ ইচ্ছা কৰাত ব্ৰিটেইনৰ পৰা স্কটে এটা কেক আনি সেই কেকটো বাপুক দিবলৈ যায় আৰু কেক কেনেকৈ তৈয়াৰ কৰে সেইবিষয়ে বাপুক শিকাই দিয়ে ।

সেইমতেই ব্ৰাউন চাহাবৰ নিৰ্দেশ অনুযায়ী বাপুৱে কেক বনাবলৈ আৰম্ভ কৰে । মাৰডকে বাপুক জনাইছিল যে , কেক বনোৱাৰ সময়ত সামান্য ব্ৰাণ্ডি ব্যৱহাৰ কৰিলে কেকৰ স্বাদ বাঢ়ে । ব্ৰাণ্ডি নথকাত বাপুৱে কাজু আৰু আপেলৰ মিশ্ৰণ দিয়ে কেক বনাবলৈ লয় ।

দেশীয় উপকৰণ দিয়েই বাপুৱে উক্ত কেকটো তৈয়াৰ কৰে । বেলেগ স্বাদৰ কেকটো মাৰডকে পচন্দ কৰে নে নকৰে , সেইলৈ বাপুৱে চিন্তা কৰি থাকোতেই অৱশ্যে মাৰডকে ভাৰতীয় উপকৰণেৰে তৈয়াৰ কৰা কেকটো সাংঘাটিকধৰণে পচন্দ কৰে ।

ইয়াৰ পাছতেই মাৰডকে আৰু এক ডজন কেক তৈয়াৰ কৰাৰ অৰ্ডাৰ দিয়ে । নতুন ধৰণৰ কেক , নামও নতুন দিয়া দৰকাৰ । অৱশেষত বাপুৱে এই কেকৰ নাম ‘’ প্লাম কেক’’ দিয়ে । বহুদিনতে বাপুৰ প্ৰকাশিত এটা সাক্ষাৎকাৰত কেকৰ ইতিহাস সন্দৰ্ভত ১৪০ বছৰ পুৰণা এই ইতিহাসৰ কথা ব্যক্ত কৰিছিল বাপুয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CakechristmasHistory
publisher

publisher

Related Posts

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d