Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Meri Maati Mera Desh:গুৱাহাটীত ‘অমৃত কলহ যাত্ৰা’ৰ ৰূপায়ন সন্দৰ্ভত আলোচনা

২০ ছেপ্টেম্বৰৰ পৰা ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা হ'ব মাটি

publisher by publisher
September 19, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Meri Maati Mera Desh:গুৱাহাটীত ‘অমৃত কলহ যাত্ৰা’ৰ ৰূপায়ন সন্দৰ্ভত আলোচনা
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

National Unity Day Celebration In Guwahati: ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে মহানগৰীত একতাৰ বাবে দৌৰ

Guwahati High Court-District Court Premises” Declared no Lly Zone:গুৱাহাটী উচ্চ ন্যায়ালয়-জিলা আদালত চৌহদত ন’ ফ্লাই জ’ন” ঘোষণা

Guwahati Refinery Mock Drill:জিলা প্ৰশাসনৰ সহযোগত গুৱাহাটী তেল শোধানাগাৰৰ মক ড্ৰিল

Meri Maati Mera Desh:

‘মেৰি মাটি মেৰা দেশ’ কাৰ্যসূচীৰ সৈতে সম্পৰ্কিত ‘অমৃত কলহ যাত্ৰা’ সন্দৰ্ভত আলোচনা আৰু সজাগতা সৃষ্টিৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত আজি জিলা পুথিভড়াল প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয় ৷

ADVERTISEMENT

কামৰূপ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই আদৰণি ভাষণ দিয়া সভাখনত ‘অমৃত কলহ যাত্ৰা’ৰ বিষয়ে সবিশেষ সদৰি কৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘ নিধি দাহালে৷ গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত লনি বৰপাত্ৰগোঁহায়ে পাৱাৰ পইন্ট প্ৰেজেন্টেছনৰ জৰিয়তে অমৃত কলহত মাটি সংগ্ৰহৰ সময়সূচী ব্যাখ্যা কৰে ৷

সেই অনুসৰি সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো কাইলৈৰ পৰা ‘অমৃত কলহ যাত্ৰা’ৰ কাৰ্যসূচী আৰম্ভ হ’ব ৷ কাইলৈৰ পৰা অৰ্থাৎ ২০ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ প্ৰতিখন গাওঁ পঞ্চায়ত আৰু গুৱাহাটী পৌৰ নিগমৰ প্ৰতিটো ৱাৰ্ডৰ প্ৰতিটো বাসগৃহৰ পৰা অমৃত কলহত অন্ততঃ এমুঠি মাটি সংগ্ৰহ কৰা হ’ব ৷

মহানগৰীৰ যিসমূহ ফ্লেটৰ বাসিন্দাই কোনোপধ্যে মাটি যোগাৰ কৰিব নোৱাৰে তেওঁলোকৰ পৰা এমুঠি চাউল সংগ্ৰহ কৰা হ’ব ৷ ঘৰে ঘৰে সংগৃহীত মাটি বা চাউল ২ অক্টোবৰত গাঁও পঞ্চায়ত বা পৌৰ নিগমৰ ক্ষেত্ৰত ৱাৰ্ডত সংমিশ্ৰণ কৰি এটা কলহত ভৰোৱা হ’ব ৷

গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ প্ৰতিটোৰে পৰা একোটা অমৃত কলহত সংগৃহীত মাটি ৮ অক্টোবৰত হেঙেৰাবাৰীত থকা অমৃত উদ্যানলৈ অনা হ’ব ৷ একেদৰে গাঁও পঞ্চায়তৰ পৰা সংগৃহীত মাটি খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়লৈ অনা হ’ব ৷ তাতে মাটিখিনি সংমিশ্ৰণ কৰি দুটা পিতলৰ কলহত ভৰাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২৬ অক্টোবৰত হ’বলগীয়া ৰাজ্যিক অনুষ্ঠানলৈ প্ৰেৰণ কৰা হ’ব ৷

আজি সভাত উপস্থিত থাকি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰনীয়াই দল-মত নিৰ্বিশেষে সকলোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড সমূহত সংগৃহিত মাটি অমৃত কলহত ভৰোৱাৰ পিছত অৱশিষ্ট মাটি খিনি ৰাজহুৱা সভাগৃহ নিৰ্মাণত ব্যৱহাৰ কৰিব বুলি সদৰি কৰে মেয়ৰগৰাকীয়ে ৷

সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ডৰথী ছুচিয়াং, জিলা উন্নয়ণ আয়ুক্ত গৌৰী শংকৰ দাস, গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত প্ৰণৱজ্যোতি গোস্বামী, অতিৰিক্ত জিলা আযুক্ত পিংকী দত্ত প্ৰমুখ্যে কেবাগৰাকী জ্যেষ্ঠ বিষয়া, গুৱাহাটী পৌৰ নিগমৰ বিভিন্ন ৱাৰ্ডৰ পাৰিষদসকল, গাঁও পঞ্চায়তৰ সভাপতি-সচিবসহ কেবাগৰাকী প্ৰতিনিধি, বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক দল-সংগঠনৰ প্ৰতিনিধি আৰু কেবাগৰাকী বিশিষ্ট নাগৰিক সভা খনত উপস্থিত থাকে ৷

‘অমৃত কলহ যাত্ৰা’ৰ প্ৰচাৰৰ বাবে হিন্দী আৰু অসমীয়া ভাষাত প্ৰস্তুত কৰা দুটাকৈ ভিডিঅ’ আৰু মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বাৰ্তা সম্বলিত আন এটা ভিডিঅ’ সভাত প্ৰদৰ্শন কৰা হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Guwahati Municipal CorporationKamrup (M) AdministrationMeri Maati Mera DeshMeyar Migen Sarania
publisher

publisher

Related Posts

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

August 20, 2026
ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d