Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

    Beltala Basisthapur Murder Update:বেলতলাৰ বশিষ্ঠপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ক্রাইম চিন ৰিক্ৰিয়েচন কৰিব আৰক্ষীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

আফগানিস্তানলৈ উভতি আহিছে যৌনদাসীৰ প্রথা

বিয়া কৰাবলৈ ১৫-৪৫ বছৰীয়া পাত্রী বিচাৰি জাননী তালিবানৰ

publisher by publisher
July 18, 2021
in News
Reading Time: 1 min read
0
আফগানিস্তানলৈ উভতি আহিছে যৌনদাসীৰ প্রথা
7
SHARES
68
VIEWS
ShareShareShareShare

RelatedPosts

পাকিস্তানৰ F-16 ধ্বংস কৰাৰ দাবী আফগানিস্তানৰ, ভিডিঅ’ক লৈ সন্দেহ

এয়াৰস্ট্ৰাইকক লৈ উত্তপ্ত পৰিস্থিতি, পাকিস্তানক কঠোৰ সতর্কবার্তা আফগানিস্তানৰ

অনাত্মীয় নাৰীক পুৰুষে স্পৰ্শ কৰিব নোৱৰাকৈ ফতোৱা তালিবানৰ

ৰাজতন্ত্রৰ পৰা তালিবানৰ মােল্লাতন্ত্র। বিগত দিনত আফগানিস্তানৰ পট সঘনাই সলনি হৈ আহিছে। সম্রাট মহম্মদ জাহিৰ শ্বাহৰ আমােলত গােলাপী স্কার্ট পৰিধান কৰা আফগান সুন্দৰীৰ পৰা আৰম্ভ কৰি তালিবানৰ শাসনত বােখা পৰিহিতা নাৰীৰ সন্ত্রস্ত দুচকু বন্দী হৈছে বহু ফটোগ্রাফাৰৰ কেমেৰাত।

ADVERTISEMENT

ধৰ্মৰ নামত এচাম উন্মাদৰ বৰ্বৰতাৰ সঘনাই বলি হৈ আহিছে আফগান মহিলাসকল। মাজতে পৰিস্থিতি কিছু স্বস্তিদায়ক হৈছিল যদিও এতিয়া ভৰিৰ তলৰ মাটি পুনৰ ঘূৰাই পােৱাৰ উপক্রম ঘটাৰ সময়তে নিজৰ স্বৰূপ উদঙাই দেখুৱালে তালিবানে।

নিজৰ দখলত থকা অঞ্চলৰ পৰা পছন্দ অনুসৰি যৌনদাসী বাছি লােৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে এই সন্ত্রাসবাদীসকলে। আফগানিস্তানৰ পৰা আমেৰিকাৰ সেনাবাহিনী আঁতৰি যােৱাৰ লগে লগে পুনৰ সক্রিয় হৈ পৰে তালিবান। ইতিমধ্যে দেশখনৰ প্রায় ৮০ শতাংশ অঞ্চল নিজৰ দখললৈ নিয়া বুলি সন্ত্রাসবাদী সংগঠনটোৱে দাবী কৰিছে।

স্বাভাৱিকতে বিপাঙত পৰি সেইবােৰ অঞ্চলৰ পৰা চৰকাৰী বাহিনীয়ে আঁতৰিবলৈ আৰম্ভ কৰিছে। তালিবানে ইতিমধ্যে ইৰান,পাকিস্তান,উজবেকিস্তান, তাজাকিস্তান সীমান্তৱর্তী একাধিক অঞ্চল নিজৰ দখললৈ নিছে। অৱশ্যে আফগান সেনায়াে প্রত্যাক্রমণ চলাই অঞ্চলসমূহ পুনৰুদ্ধাৰৰ প্রচেষ্টা চলাই আছে বুলিও কাবুল প্রশাসনে জনাইছে।

সম্প্রতি নিজৰ দখলত থকা চহৰসমূহত তালিবান সাংস্কৃতিক আয়ােগে ধর্মগুৰুসকলক উদ্দেশ্য কৰি এক নির্দেশনামা জাৰি কৰিছে। এই নির্দেশনামাত কোৱা হৈছে, ‘তালিবান যােদ্ধাসকলে বিয়া পতাৰ বাবে পাত্রী লাগে। পাত্রীসকলৰ বয়স ১৫ বছৰৰ উৰ্ধত হ’ব লাগিব। অথবা বিধৱা হ’লে ৪৫ বছৰৰ তলত হ’ব লাগিব।

তেওঁলােকক বিয়া কৰাই পাকিস্তানৰ ৱাজিৰিস্তানলৈ নিয়া হ’ব। তাত সকলােৱে ইছলাম ধর্ম গ্রহণ কৰিব লাগিব।’ আন্তর্জাতিক সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পােৱাৰ লগে লগে আফগানিস্তানত তােলপাৰ লাগিছে। সম্প্রতি দেশখনৰ পৰিয়ালসমূহ তালিবানৰ এই নির্দেশত ভয়ত কাতৰ হৈ পৰিছে।

এইবাৰ বলপূর্বক ঘৰৰ তৰুণীসকলক তালিবান সন্ত্রাসবাদীসকলে অপহৰণ কৰি নিয়াৰ আশংকা কৰিছে সকলাে পৰিয়ালে। ইফালে, বিশ্লেষকসকলে মন্তব্য কৰিছে যে আফগানিস্তানত তালিবানৰ শাসন দীঘলীয়া হ’লে আফগান মহিলাসকলৰ জীৱনলৈ ভয়াৱহ অন্ধকাৰ নামি আহিব।

জেহাদৰ নামত সন্ত্রাসবাদীসকলৰ যৌন লালসা পূৰণৰ বাবে তৰুণীসকলক যৌনদাসীত পৰিণত কৰা হ’ব। বিশেষকৈ অ-মুছলমান মহিলাসকলৰ অৱস্থা অধিক শােচনীয় হ’ব বুলিও বিশ্লেষকসকলে ধাৰণা কৰিছে। বহুতে আশংকা কৰিছে যে তালিবানী ফতােৱাৰ ফলত আফগান মহিলাসকলৰ অৱস্থা প্রায় নাডিয়া মুৰাৰ দৰে হৈ পৰিব পাৰে।

উল্লেখ্য যে ছিৰিয়াত ইছলামিক ষ্টেট বা আইএছ সন্ত্রাসবাদীৰ যৌনদাসীৰূপে নাডিয়া কে’বা মাহ ধৰি গণ-ধর্ষিতা হৈছিল। এই জহন্নামতে থাকি থাকি এইদৰেই এদিন মৃত্যুবৰণ কৰিব লাগিব বুলিও তেওঁ প্রায় নিশ্চিত হৈ পৰিছিল। অৱশ্যে সেই নাৰকীয় জীৱনৰ পৰা নাডিয়াই এদিন নাটকীয়ভাৱে মুক্তি লাভ কৰে। তাৰ পাছত বহু দূৰ আগুৱাই গৈ নাডিয়া সম্প্রতি ৰাষ্ট্ৰসংঘৰ শুভেচ্ছা দূতৰূপে নিয়ােজিত হৈ আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Afghanistan
publisher

publisher

Related Posts

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

September 9, 2026
Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ
Assam

Beltala Basisthapur Murder Update:বেলতলাৰ বশিষ্ঠপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ক্রাইম চিন ৰিক্ৰিয়েচন কৰিব আৰক্ষীয়ে

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d