Cricket Match Included In Olympics:ক্রিকেট প্ৰেমী সকলৰ বাবে এটা লৈ ভাল খবৰ !

অৱশেষত অলিম্পিকত অন্তৰ্ভুক্ত হ'ল ক্ৰিকেট খেল

cricket

Cricket Match Included In Olympics:

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত অলিম্পিকত অন্তৰ্ভুক্ত হ’ল ক্রিকেট খেল ৷

সকলো থিকে থাকে থাকিলে ২০২৮ ৰ ল’ছ এঞ্জেলছ অলিম্পিকত হ’ব ক্রিকেট পুৰুষ-মহিলা ক্রিকেট ৷

উল্লেখ্য যে,১২৮ বছৰ পূৰ্বে ১৯০০ত অলিম্পিকত অন্তিমবাৰ ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল যদিও পৰৱৰ্তী অলিম্পিকত অনুষ্ঠিত হোৱা নাছিল পুৰুষৰ ক্ৰিকেট টুণামেন্ট ৷

অৱশেষত সকলো উৎকণ্ঠাৰ অন্ত পেলাই আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে ১২৮ বছৰৰ পিছত অলিম্পিকত পুনৰ ক্রিকেটক স্বীকৃতি প্ৰদান কৰে ৷

Exit mobile version