Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Russia Ukraine War : ‘অন্ত চামেই’, অলিম্পিকত সোণজয়ী শ্ব্যুটাৰে যোগ দিলে ইউক্রেইন বাহিনীত

publisher by publisher
May 16, 2022
in International, News
Reading Time: 1 min read
0
Russia Ukraine War : ‘অন্ত চামেই’, অলিম্পিকত সোণজয়ী শ্ব্যুটাৰে যোগ দিলে ইউক্রেইন বাহিনীত
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

বিশ্ব সংঘাতত ভাৰতৰ স্পষ্ট বার্তা: সামৰিক পথ নহয়, শান্তিপূৰ্ণ সমাধানৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়া-ইৰাণৰ তেল ক্ৰয়ত আমেৰিকাৰ কঠোৰতা: ৰেহাই নবীকৰণ নকৰে বুলি স্পষ্ট ঘোষণা

ৰাছিয়াৰ সেনাত কৰ্মৰত অৱস্থাত নিহত উত্তৰ প্ৰদেশৰ যুৱক 

২৭ ফেব্রুৱাৰীত ছুইজাৰলেণ্ড, তাৰ পাছত ইটালীত প্রতিযোগিতাৰ প্রস্তুতি চলাইছিল ২২ বছৰীয়া ইউক্রেইনীয় শ্ব্যুটাৰ ক্রিষ্টিনা দিমিত্রেংকোৱে । ২৪ ফেব্রুৱাৰীত তেওঁৰ দেশত আক্ৰমণ কৰে ৰুছ সেনাই । এটা মুহূৰ্ততে সলনি হৈ গ’ল তেওঁৰ খেলুৱৈ জীৱন । প্রতিদিনে দেশৰ ইখনৰ পাছত সিখন স্থানত ৰুছ সেনাৰ ধ্বংসলীলাৰ খবৰ । আৰু বহি থাকিব নোৱাৰিলে । বন্দুক তুলি ল’লে দেশ ৰক্ষা কৰিবলৈ । ক্রিষ্টিনাই যোগ দিলে ইউক্রেইন সেনাবাহিনীত ।

ADVERTISEMENT

অলিম্পিকত তেওঁ সোণ জয় কৰিছে । ২০১৬ত যুৱ অলিম্পিক গেমছত সোণজয়ী ক্রিষ্টিনাই এইবাৰ নাম অন্তৰ্ভুক্ত কৰিলে দেশৰ সেনাবাহিনীত । মাতৃভূমি ৰক্ষা কৰিবলৈ তেওঁ নিজৰ দক্ষতাক কামত লগাব বিচাৰে ।

বয়স মাত্র ২২ বছৰ । স্বপ্ন আকাশ স্পৰ্শ কৰা । ফেব্রুৱাৰীত কার্পাথিয়ান পর্বতমালাত কেম্প কৰি নিজৰ শ্ব্যুটিং অনুশীলনত ব্যস্ত আছিল যুৱ ক্রিষ্টিনা । খবৰ আহিল, তেওঁৰ দেশ আক্রমণ কৰিছে পুটিন-বাহিনীয়ে । কিছু দিনৰ ভিতৰতেই সলনি হৈ গ’ল লক্ষ্য । অস্ত্র একেই থাকিল, কিন্তু সলনি হ’ল যুদ্ধক্ষেত্র ।

কিয়েভ আৰু ছেৰনোহিভত ৰুছ বাহিনীৰ আক্রমণৰ ছবি দেখি স্থিৰ থাকিব নোৱাৰিলে ক্রিষ্টিনা । সিদ্ধান্ত লয় যোগ দিব সেনাবাহিনীত । লগালগ যোগাযোগ কৰিলে ইউক্রেইনৰ ৰাষ্ট্ৰীয় সেনাবাহিনীৰ স’তে । কে’বা মাহৰ প্রশিক্ষণৰ অন্তত শত্রুপক্ষৰ বিৰুদ্ধে যুদ্ধক্ষেত্রত নামিবলৈ প্ৰস্তুত । জনালে নিজেই ।

দেশৰ সংবাদমাধ্যমক ক্রিষ্টিনাই জনায়, ফলাফল যিয়ে নহ‌ওক, ইয়াৰ অন্ত চামেই । কোনো কাৰণতেই পিছুৱাই নাহো ।

কিন্তু সঁচাকৈ এইবোৰ বিচাৰিছিল নে ? ক্রিষ্টিনাই নিজে জনাইছে, কেতিয়াও ভবা নাছিলো শত্রুপক্ষক ৰোধ কৰিবলৈ নিজৰ দক্ষতাক এনেদৰে ব্যৱহাৰ কৰিব লাগিব । তেওঁ লক্ষ্যভেদ কৰি এটাৰ পাছত এটা পদক আনি দেশৰ নাম উজ্জ্বল কৰিব বিচাৰিছিল । কিন্তু পৰিস্থিতিয়ে মানুহক সলনি কৰি দিয়ে । সলনি হৈ যায় সিদ্ধান্ত । সেয়ে তেওঁ এতিয়া সেনাবাহিনীত ।

ক্রিষ্টিনাই কয়, ‘‘ম‌ই কেতিয়াও ভবা নাছিলো এনেকুৱা হ’ব । হাতত অস্ত্র লৈ ম‌ই যুদ্ধক্ষেত্রত নামিব লাগিব । কিন্তু কি কৰিম আৰু । দেশৰ এই সংকটৰ সময়ততো ঘৰত বহি থাকিব নোৱাৰো ।’’

কিন্তু যুদ্ধক্ষেত্রতো তেওঁ জয়ী হ’ব, নিশ্চিত ক্রিষ্টিনা । অলিম্পিকত সোণ-জয়ীয়ে কয়, ‘‘কোনো শত্রুকেই কেতিয়াও ভয় খোৱা নাই । নাখাৱোঁ ।’’

ৰুছ বাহিনীক উদ্দেশ্যি ক্রিষ্টিনাৰ সকীয়নি, ‘‘মোৰ লক্ষ্য কেতিয়াও ভুল নহয় । এনেদৰে গুলি এৰিম যে, আক্রমণকাৰীয়ে প্ৰত্যুত্তৰৰ সুযোগেই নাপাব ।’’

কোন ধৰণৰ অস্ত্রত অধিক তেওঁ পাৰ্গত ? ক্রিষ্টিনাই জনায়, মেচিনগান হ‌ওক বা ৰাইফল, সকলোতেই তেওঁ সমান পাৰদর্শী ।

ক্রিষ্টিনাই কয়, ‘‘মোৰ হাতত যিয়ে অস্ত্র নাথাকক কিয়, সামৰিক বাহিনী হ‌ওক বা অস্ত্র প্রতিযোগিতা, য’তেই নাথাকো কিয়, ম‌ই অন্ত চামেই ।’’

ইউক্রেইনৰ যুৱ তাৰকা শ্ব্যুটাৰৰ মন্তব্য, ‘‘অৱশ্যেই আমাৰ জয় হ’ব । ম‌ই এইটো মনৰ পৰা বিশ্বাস কৰো ।’’

সম্প্ৰতি খাৰকিভৰ পৰা ৰুছ বাহিনীক হঠাৎ মৰনপণ যুঁজ চলাইছে ইউক্রেইনে ।

ইউক্রেইন ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে জনাইছে, ডনবাসত পৰিস্থিতি ক্রমশ বেয়া হৈছে । ইয়াৰ উপৰি দেশৰ অন্যত্রও প্ৰৱেশ কৰাৰ চেষ্টা চলাইছে ৰুছ বাহিনীয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: RussiaUkraineWar
publisher

publisher

Related Posts

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল
International

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d