Miscreants Threaten To Blow Up Chief Minister:মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে মুখ্যমন্ত্ৰীক উৰুৱাই দিয়াৰ ভাবুকি !

poster

Miscreants Threaten To Blow Up Chief Minister:

মুখ্যমন্ত্ৰীৰ সমষ্টিতে মুখ্যমন্ত্ৰীক উৰুৱাই দিয়াৰ ভাবুকি ৷ এই ভাবুকি দিয়া হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

মুখ্যমন্ত্ৰীৰ গৃহসমষ্টি জালুকবাৰীৰ অন্তৰ্গত আগিয়াঠুৰিৰ কেতবোৰ স্থানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উৰুৱাই দিয়াৰ ভাবুকিসূচক ভৰা পোষ্টাৰ পথৰ কাষৰ গছত আঁৰি দিয়ে কোনো দুৰ্বৃত্তই ।

হাতেৰে লিখা পোষ্টাৰ খনত উল্লেখ থকা কথাখিনি হ’ল ‘মুখ্যমন্ত্ৰীয়ে যি কাম কৰি আছে সেয়া বেয়া কাম কৰিছে ৷ সেই কাম বন্ধ নকৰিলে উৰুৱাই দিয়াৰ ভাবুকি দিয়ে দুৰ্বৃত্তই
পোষ্টাৰ খনৰ ভাবুকিসূচক কথাখিনি তলতে ‘ভমচে’ বুলি লিখা আছে ।

আনহাতে ,পোষ্টাৰ মৰাৰ খবৰ লাভ কৰাৰ পাছতে দদৰা আৰক্ষী উপস্থিত হৈ পোষ্টাৰসমূহ এৰুৱাই পেলায় আৰম্ভ কৰিছে তদন্ত ।

Exit mobile version