People Can Complain To Top Police Officers:ৰাইজে পোনপটীয়াকৈ আৰক্ষীৰ শীৰ্ষ বিষয়াক জনাব পাৰিব অভাৱ-অভিযোগ

People Can Complain To Top Police Officers:

শীৰ্ষ বিষয়াৰ কাষত ৰাইজ ৷ এই ধৰণৰ এক বিশেষ পদক্ষেপ লৈছে অসম আৰক্ষীয়ে ৷ এতিয়াৰ পৰা ৰাইজে পোনপটীয়াকৈ আৰক্ষীৰ শীৰ্ষ বিষয়াক জনাব পাৰিব অভাৱ-অভিযোগ

গুৱাহাটীৰ উলুবাৰীস্থ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কাৰ্যালয়ত সাক্ষাৎ কৰিব পাৰিব শীৰ্ষ বিষয়াক ৷

প্ৰতিদিনে দিনৰ ১১-৩০ বজাৰ পৰা বিয়লি ১- ৩০ ভিতৰত সাক্ষাৎ কৰিব পাৰিব ৰাইজে ৷

ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান কাৰ্যালয়ে ৰাইজে সাক্ষাৎ কৰিব পৰাকৈ ১৪ জন শীৰ্ষ আৰক্ষীৰ নাম আৰু ম’বাইল নম্বৰ সম্বলিত তালিকা সংবাদ মাধ্যমযোগে জাৰি কৰিছে ৷

Exit mobile version