Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ISRO Chair S.Somnath:বাস্তৱৰ নায়কৰ সাক্ষাৎ পাই গর্বিত

ইণ্ডিগোৰ বিমানত অভিনৱ অভ্যর্থনা ইছৰ'ৰ অধ্যক্ষক

publisher by publisher
September 1, 2023
in India, News
Reading Time: 2 mins read
0
ISRO Chair S.Somnath:বাস্তৱৰ নায়কৰ সাক্ষাৎ পাই গর্বিত
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

Dibrugarh:ডিব্ৰুগড় বিমানবন্দৰত ঘণ কুঁৱলীৰ বাবে অথন্তৰ !

কুঁৱলী কম্বলেৰে আৱৰিছে উত্তৰ আৰু পূর্ব ভাৰত!

Indigo:ইণ্ডিগ’ৰ পুনৰ ছয় শতাধিক বিমান বাতিল, জবাবদিহি কোন হ’ব ছদিনে নহ’ল স্পষ্ট

ISRO Chair S.Somnath:

যোৱা ২৩ আগষ্টত চন্দ্ৰৰ ভূমি স্পৰ্শ কৰে ভাৰতে। বিশ্বৰ প্ৰথম দেশৰ মহাকাশ যান হিচাপে চন্দ্ৰপৃষ্ঠৰ ৰহস্যময় দক্ষিণ মেৰুত অৱতৰণ কৰে ইছৰ’ৰ চন্দ্রযান-এ। মহাকাশ গৱেষণাৰ এই যুগান্তকাৰী সাফল্যত সমগ্র দেশেই গর্বিত অনুভৱ কৰিছে।

ADVERTISEMENT

এই ঐতিহাসিক সাফল্যৰ নেপথাত আছিল ইছৰ’ৰ বিজ্ঞানীসকল, যি মেধাৱী দলটোৰ নেতৃত্বত আছিল ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৰ অধ্যক্ষ এই সোমনাথ। সম্প্রতি বিমান সংস্থা ইণ্ডিগোত ভ্ৰমণৰ সময়ত ঊষ্ণ অভ্যর্থনা লাভ কৰিলে সোমনাথে। এই হৃদয়স্পর্শী মুহূৰ্তটো ইনষ্টগ্ৰামত শ্বেয়াৰ কৰিছে এগৰাকী বিমানসেৱিকাই। ইতিমধ্যেই এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে।

সামাজিক মাধ্যমত উক্ত ভিডিঅ’ শ্বেয়াৰ কৰে পূজা শ্বাহ নামৰ এগৰাকী বিমানসেবিকাই। তাত দেখা গৈছে ইছৰ’ৰ অধ্যক্ষ সোমনাথক লৈ গর্বিত ঘোষণা কৰিছে এগৰাকী বিমানসেবিকাই ।

তেওঁ কয়, ‘মই ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথৰ উপস্থিতিৰ কথা ঘোষণা কৰিব পাৰি আনন্দিত হৈছো। তেওঁ আজি আমাৰ বিমান সংস্থাৰ বিমানত যাত্ৰাৰ বাবে উঠিছে। সোমনাথ আৰু তেওঁৰ দলৰ বাবে বিপুল হাততালি । আপোনাক এই যাত্ৰাত পাই আমি গর্বিত।
ভাৰতক গর্বিত কৰাৰ বাবে আপোনাক আৰু আপোনাৰ দলক অভিনন্দন।’ ঘোষণা শেষ হোৱাৰ লগে লগে বিমানৰ আন যাত্ৰীসকলে ইছৰ’ৰ মুৰব্বীক হাততালি দি অভিনন্দন জনায়।

উক্ত ভাইৰেল ভিডিঅ’ৰ কেপচনত লিখিছে, ‘ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথ। আমাৰ যাত্ৰাত এছ সোমনাথক অভ্যর্থনা জনাব পাৰি পৰম গৌৰৱ অনুভৱ কৰিছো। নিজৰ ফ্লাইটত এনে ‘নায়কসকলক’ পোৱাটো সদায় আনন্দৰ।’ সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলেও এই ভিডিঅ’টো পছন্দ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Air Hostess"s Warm Wellcome FlightAir PassengerIndigo FlightIsro ChairmanS.Somnath
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d